Zakir Hussain nilu A (@zakirhussaina2) 's Twitter Profile
Zakir Hussain nilu A

@zakirhussaina2

Chairman,Jania LAC,Social Media & IT Deptt.

ID: 882091685416534017

calendar_today04-07-2017 04:20:21

1,1K Tweet

623 Followers

943 Following

Abdul Khaleque (@mpabdulkhaleque) 's Twitter Profile Photo

Interacted with Vastra Udyog Karmachari Sanstha, a Trade Union affiliated with INTUC at Saunsar Town alongwith MLAs Shri Vijay Chaure ji and Shri Montu Solanki ji , Ex MLA Shri Suresh Zalke ji on Monday as part of Sangtahan Srijan Abhiyan of INCMadhyaPradesh .

Belated happy birthday Jenab Dr Md Jawaid ji, Lok Sabha MP from Kishanganj , Bihar , Member of Central Election Committee (CEC) of Congress , strong voice of deprived sections including Minorities. Prayers to the Almighty Allah for your healthy long life .

Belated happy birthday Jenab Dr Md Jawaid ji, Lok Sabha MP from Kishanganj , Bihar , Member of Central Election Committee (CEC) of
Congress , strong voice of deprived sections including Minorities. Prayers to the Almighty Allah for your healthy long life .
Zakir Hussain nilu A (@zakirhussaina2) 's Twitter Profile Photo

ছৌছাৰ বিধানসভা সমষ্টিত স্থানীয় বিধায়ক আৰু পান্ধুৰ্ণা জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকলৰ সৈতে বৰপেটাৰ প্ৰাক্তন সাংসদ সন্মানীয় #আব্দুল_খালেক ডাঙৰীয়া জননায়ক শ্ৰী ৰাহুল গান্ধীৰ ডাঙৰীয়াৰ জন্ম দিন উদযাপন কৰাৰ কিছু দৃশ্য। Rahul GandhiAbdul Khaleque

ছৌছাৰ বিধানসভা সমষ্টিত  স্থানীয় বিধায়ক আৰু পান্ধুৰ্ণা জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকলৰ সৈতে বৰপেটাৰ প্ৰাক্তন সাংসদ সন্মানীয় #আব্দুল_খালেক ডাঙৰীয়া জননায়ক শ্ৰী ৰাহুল গান্ধীৰ ডাঙৰীয়াৰ জন্ম দিন উদযাপন কৰাৰ কিছু দৃশ্য।
Rahul Gandhi✅
Abdul Khaleque ✅
Zakir Hussain nilu A (@zakirhussaina2) 's Twitter Profile Photo

আজি মাননীয় প্ৰাক্তন সাংসদ Abdul Khaleque ডাঙৰীয়াই বিশিষ্ট ইছলামী চিন্তাবিদ, জনীয়াৰ দাৰুল উলুম আহমদীয়া মাদ্ৰাছা, চাপৰাৰ মূহতামিম শ্ৰদ্ধেয় হজৰত মুফটী মৌলনা পীৰে কামেল আহমেদ আলী চাহেবৰ বাসভৱনত উপস্থিত হৈ তেখেতৰ স্বাস্থ্যৰ বুজ লয় ।

গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি শ্ৰী গৌৰৱ গগৈ ডাঙৰীয়া আৰু বিধানসভাৰ বিৰোধী দলপতি শ্ৰী দেৱব্রত শইকীয়া ডাঙৰীয়াৰ উপস্থিতিত আজি অনুষ্ঠিত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক বৈঠকত উপস্থিত থাকে বৰপেটাৰ প্ৰাক্তন সাংসদ সন্মানীয় #আব্দুল_খালেক ডাঙৰীয়া ।

আজি গণ অধিকাৰ কাকতত প্ৰকাশিত বৰপেটাৰ প্ৰাক্তন সাংসদ সন্মানীয় #আব্দুল_খালেক ডাঙৰীয়াৰ প্ৰতিক্ৰিয়া। Abdul Khaleque

আজি গণ অধিকাৰ কাকতত প্ৰকাশিত বৰপেটাৰ প্ৰাক্তন সাংসদ সন্মানীয় #আব্দুল_খালেক ডাঙৰীয়াৰ প্ৰতিক্ৰিয়া।
Abdul Khaleque ✅
Zakir Hussain nilu A (@zakirhussaina2) 's Twitter Profile Photo

বৰপেটাৰ মাননীয় প্ৰাক্তন সাংসদ #আব্দুল_খালেক ডাঙৰীয়াই সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা মাননীয় #সমূজ্বল_কুমাৰ_ভট্টাচাৰ্য ডাঙৰীয়াৰ গুৱাহাটী ৰাজগড় ৰোডৰ বাস ভৱনত আজি উপস্থিত হৈ তেখেতক আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। Abdul Khaleque

বৰপেটাৰ মাননীয় প্ৰাক্তন সাংসদ #আব্দুল_খালেক ডাঙৰীয়াই সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা মাননীয় #সমূজ্বল_কুমাৰ_ভট্টাচাৰ্য ডাঙৰীয়াৰ গুৱাহাটী ৰাজগড় ৰোডৰ বাস ভৱনত আজি উপস্থিত হৈ তেখেতক আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে।
Abdul Khaleque✅
Zakir Hussain nilu A (@zakirhussaina2) 's Twitter Profile Photo

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ দ্বিতীয় বাৰৰ বাবে নৱ নিযুক্ত Political Affairs Committee ৰ সদস্য সম্মানীয় বৰপেটাৰ প্ৰাক্তন সাংসদ #আব্দুল_খালেক ডাঙৰীয়াক আন্তৰিক অভিনন্দন জনালোঁ। Abdul Khaleque

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ দ্বিতীয় বাৰৰ বাবে নৱ নিযুক্ত Political Affairs Committee ৰ সদস্য  সম্মানীয় বৰপেটাৰ প্ৰাক্তন সাংসদ #আব্দুল_খালেক ডাঙৰীয়াক আন্তৰিক অভিনন্দন জনালোঁ।
Abdul Khaleque  ✅
Zakir Hussain nilu A (@zakirhussaina2) 's Twitter Profile Photo

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি শ্ৰী #MallikarjunKharge ডাঙৰীয়ালৈ ওপজা দিনৰ অযুত অলেখ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। Mallikarjun Kharge Abdul Khaleque

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি শ্ৰী #MallikarjunKharge ডাঙৰীয়ালৈ ওপজা দিনৰ অযুত অলেখ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
Mallikarjun Kharge
Abdul Khaleque
Zakir Hussain nilu A (@zakirhussaina2) 's Twitter Profile Photo

#যুঁজএখনহব আজি মইনবৰিত ৰাইজৰ মাজত মত বিনিময় কৰে বৰপেটাৰ প্ৰাক্তন সাংসদ #আব্দুল_খালেক ডাঙৰীয়া । Abdul Khaleque

Zakir Hussain nilu A (@zakirhussaina2) 's Twitter Profile Photo

মাননীয় প্ৰাক্তন সাংসদ Abdul Khaleque ছাৰৰ লগতে এই তালিকাত নাম থকা সকলো সন্মানীয় নেতাক আন্তৰিক অভিনন্দন জনালো ৷

মাননীয় প্ৰাক্তন সাংসদ Abdul Khaleque  ছাৰৰ লগতে এই তালিকাত নাম থকা সকলো সন্মানীয় নেতাক আন্তৰিক অভিনন্দন জনালো ৷
Zakir Hussain nilu A (@zakirhussaina2) 's Twitter Profile Photo

গুৱাহাটীৰ মানবেন্দ্ৰ শৰ্মা কংগ্ৰেছ কমপ্লেক্সত আজি অনুষ্ঠিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক বৈঠকত উপস্থিত থাকে বৰপেটা লোকসভাৰ প্ৰাক্তন সাংসদ সন্মানীয় আব্দুল খালেক ডাঙৰীয়া । Abdul Khaleque Gaurav Gogoi

গুৱাহাটীৰ মানবেন্দ্ৰ শৰ্মা কংগ্ৰেছ কমপ্লেক্সত আজি অনুষ্ঠিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক বৈঠকত উপস্থিত  থাকে বৰপেটা লোকসভাৰ প্ৰাক্তন সাংসদ সন্মানীয়
আব্দুল খালেক ডাঙৰীয়া ।
Abdul Khaleque
Gaurav Gogoi
Zakir Hussain nilu A (@zakirhussaina2) 's Twitter Profile Photo

দিছপুৰ মানবেন্দ্ৰ শৰ্মা কংগ্ৰেছ কমপ্লেক্সত অনুষ্ঠিত এন এছ ইউ আইৰ ৰাজ্যিক সভাপতি শ্ৰী কৌশিক কাশ্যপৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে বৰপেটাৰ প্ৰাক্তন সাংসদ সন্মানীয় #আব্দুল_খালেক ডাঙৰীয়া ।

আজি বিৰোধী দলপতি শ্ৰী দেৱব্রত শইকীয়া ডাঙৰীয়া আৰু বৰপেটাৰ প্ৰাক্তন সাংসদ #আব্দুল_খালেক ডাঙৰীয়া বিশিষ্ট সাংবাদিক , Nation NE চেনেলৰ কাৰ্যবাহী সম্পাদক শ্ৰী দীক্ষিত শৰ্মাৰ নগাঁও চহৰৰ আমোলাপত্তিৰ বাসভৱনলৈ গৈ তেওঁক আৰু শোকসন্তপ্ত পৰিয়াল শবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে।

প্ৰাক্তন সাংবাদিক শ্ৰী প্ৰশান্ত বৰাৰ এখন অদ্বিতীয় কিতাপৰ দোকানত বিধান সভাৰ বিৰোধী দলৰ দলপতি শ্ৰীযুত দেবব্ৰত শইকীয়া ডাঙৰীয়া আৰু বৰপেটাৰ প্ৰাক্তন সাংসদ #আব্দুল_খালেক ডাঙৰীয়া । Debabrata SaikiaAbdul Khaleque

প্ৰাক্তন সাংবাদিক শ্ৰী প্ৰশান্ত বৰাৰ এখন অদ্বিতীয় কিতাপৰ দোকানত বিধান সভাৰ বিৰোধী দলৰ দলপতি শ্ৰীযুত দেবব্ৰত শইকীয়া ডাঙৰীয়া আৰু বৰপেটাৰ প্ৰাক্তন সাংসদ #আব্দুল_খালেক ডাঙৰীয়া ।
Debabrata Saikia  ✅
Abdul Khaleque  ✅
Zakir Hussain nilu A (@zakirhussaina2) 's Twitter Profile Photo

ভোট চুৰি মানেই নাগৰিকৰ অধিকাৰ চুৰি সমগ্ৰ দেশৰ লগতে দিছপুৰ গণেশ মন্দিৰত আজি ভোট চুৰিৰ বিৰুদ্ধে গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ উদ্যোগত "ভোট চোৰ, চকী এৰক" শ্লোগানেৰে "কেণ্ডেল লাইট মাৰ্চ" কৰি উলিওৱা প্ৰতিবাদত অংশ গ্ৰহণ কৰে বৰপেটাৰ প্ৰাক্তন সাংসদ সন্মানীয় #আব্দুল_খালেক ডাঙৰীয়া ।

কলগাছিয়া ৰাজহ চক্ৰ ভিত্তিত ৭৯ সংখ্যক স্বাধীনতা দিৱসত উপস্থিত থাকে বৰপেটাৰ প্ৰাক্তন সাংসদ সন্মানীয় #আব্দুল_খালেক ডাঙৰীয়া ।

কলগাছিয়া ৰাজহ চক্ৰ ভিত্তিত
৭৯ সংখ্যক স্বাধীনতা দিৱসত উপস্থিত থাকে বৰপেটাৰ প্ৰাক্তন সাংসদ সন্মানীয় #আব্দুল_খালেক ডাঙৰীয়া ।
Abdul Khaleque (@mpabdulkhaleque) 's Twitter Profile Photo

Participated in the nationwide people's movement with only one slogan ' Vote Chhor, Gaddi chhodd ' at Dispur Ganesh Mandir, which was organised by Guwahati City Congress Committee. #VoteChori

Participated in the nationwide people's movement with only one slogan ' Vote Chhor, Gaddi chhodd ' at Dispur Ganesh Mandir, which was organised by Guwahati City Congress Committee.
#VoteChori
Zakir Hussain nilu A (@zakirhussaina2) 's Twitter Profile Photo

মধ্যপ্ৰদেশৰ পিছত এইবাৰ ঝাৰখণ্ড প্ৰদেশৰ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ পৰ্যবেক্ষক হিচাপে দ্বায়িত্ব লাভ কৰাৰ বাবে মাননীয় আব্দুল খালেক ছাৰক আন্তৰিক অভিন্দন জ্ঞাপন কৰিছো। Abdul Khaleque

মধ্যপ্ৰদেশৰ পিছত এইবাৰ ঝাৰখণ্ড প্ৰদেশৰ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ পৰ্যবেক্ষক হিচাপে দ্বায়িত্ব লাভ কৰাৰ বাবে মাননীয় আব্দুল খালেক ছাৰক আন্তৰিক অভিন্দন জ্ঞাপন কৰিছো।
Abdul Khaleque ✅
Abdul Khaleque (@mpabdulkhaleque) 's Twitter Profile Photo

Remembering Shri Rajiv Gandhi youngest Prime Minister of India , who introduced IT & communication revolution, gave right to vote to the youth and brought democracy to the grassroots by empowering Panchayati Raj on his Birth Anniversary. #RajivGandhiJayanti

Remembering Shri Rajiv Gandhi youngest Prime Minister of India , who introduced  IT & communication revolution, gave  right to vote to the youth and brought democracy to the grassroots by empowering Panchayati Raj  on his Birth Anniversary.
#RajivGandhiJayanti