Kula Saikia, IPS (@saikia_kula) 's Twitter Profile
Kula Saikia, IPS

@saikia_kula

Ex DGP, Ex Consultant World Bank Washington. Fulbright,Pennstate, PhD at IIT, Alumni Delhi School Of Economics,Sahitya AkademyAwardee, ex President,SahityaSabha

ID: 1030059879325728768

linkhttp://assampolice.gov.in/ calendar_today16-08-2018 11:53:07

762 Tweet

16,16K Takipçi

451 Takip Edilen

Kula Saikia, IPS (@saikia_kula) 's Twitter Profile Photo

How does one address multiple issues in Morigaon semiconductor plant from upskilling youths to huge water consumption, power, disposal of wastes and environmental sustainability? Are we ready? My take on this in the AssamTribune paper

Empowerment and engagement of citizens are hallmarks of community development process.These were core issues of my interactive session on Being a Change Agent with students and faculties at IIM Ahmedabad last evening. Also exchanged ideas with a few research scholars/ associates

Kula Saikia, IPS (@saikia_kula) 's Twitter Profile Photo

গণশিল্পী ৰাভা দেৱে গানত কৈছে, বিশ্বৰ ছন্দোময় নৃত্যই মানুহক আনি দিছে জ্ঞানৰ পোহৰ,আনন্দৰ ক্ষণ! সংস্কৃতি বৰঘৰৰ খনিকৰ বিষ্ণু ৰাভা দেৱলৈ শ্ৰদ্ধাঞ্জলি-

Youths need to be heard. Their dreams, visions matter. Their talks, debates and discourses were highly appreciated by attending prominent citizens of the city. Nice to see you there.

Kula Saikia, IPS (@saikia_kula) 's Twitter Profile Photo

I had encouraged Story telling sessions for children during my Sahitya Sabha tenure. It spread all over to schools, apartments, public places. Now too inspiring them to do so in puja bihu festivals.Story telling enhances reading, creativity, curiosity!

Kula Saikia, IPS (@saikia_kula) 's Twitter Profile Photo

জাগিৰোডৰ চেমিকণ্ডাক্টৰ প্ৰকল্প সম্পৰ্কে যিবোৰ বিষয় স্বচ্ছতাৰে আলোচিত হোৱা নাই সেইবোৰৰ ওপৰত কালিৰ দৈনিক অসমত মোৰ দুষাৰ—

অসমীয়া ভাষাৰ প্ৰাচীনতা স্বীকাৰ কৰি ইয়াক ধ্ৰূপদী ভাষা হিচাবে ঘোষণা কৰিবলৈ অসম সাহিত্য সভাৰ সভাপতি হিচাবে ১৯/৩/২১ ত ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰিছিলো ৩৯৪ পৃষ্ঠাৰ প্ৰতিবেদন।যোৱা ৯জুলাইত মাননীয় প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি লিখা মোৰ চিঠি আৰু প্ৰস্তাবৰ সবিশেষ ওলাইছে কালিৰ বাতৰি কাকতত

অসমীয়া ভাষাৰ ধ্ৰুপদী মৰ্যাদাৰ পৰা লাভালাভ কি? কি প্ৰক্ৰিয়াৰে আহে এই স্বীকৃতি? সংক্ষেপতে লিখিছো আজিৰ দৈনিক অসমত—

এইধৰণৰ বিষয় সমূহক লৈ ভিন্ন চৰ্চা চলিছে সম্প্ৰতি

Kula Saikia, IPS (@saikia_kula) 's Twitter Profile Photo

Strong but creative voices from the youths! Their innovative ideas can make the city liveable. Well narrated piece Karishma👍

Kula Saikia, IPS (@saikia_kula) 's Twitter Profile Photo

Raised the issues of global challenges like fear of digital extinction by small languages,declining narratives in binary world of yes/no in my talk for faculties, students, researchers in Arts Fac, Delhi University yesterday. A learning experience for me too!

Memorable moments from Delhi School of Economics Diamond Jubilee Conference. Attending as special guest I interacted with my teachers Prof Kaushik Basu & Prof K L Krishna. This took us down the memory lane of DSE. Enriched by Prof Basu’s wonderful talk on the Knowledge Curse!

Memorable moments from Delhi School of Economics Diamond Jubilee Conference. Attending as special guest I interacted with my teachers Prof <a href="/kaushikcbasu/">Kaushik Basu</a> &amp;  Prof K L Krishna.  This took us down the memory lane of DSE. Enriched by Prof Basu’s wonderful talk on the Knowledge Curse!
Kula Saikia, IPS (@saikia_kula) 's Twitter Profile Photo

আমাৰ কথা, আনৰ কাম—-এনেধৰণৰ বিষয়ৰ ওপৰত দুষাৰ দৈনিক অসমত লিখিছোঁ!

আপোনাৰ just thinking খিনিয়ে আমাকো ভবাই তুলিছে ! দুই এজনে পঢ়িব বিচৰা বাবে মই লিখাটো X ত দিছোঁ—

Kula Saikia, IPS (@saikia_kula) 's Twitter Profile Photo

অসমীয়া ভাষাৰ ধ্ৰুপদী মৰ্যাদা আমাৰ ভাষা সাহিত্যৰ বাবে এক গৌৰৱময় মাইলৰ খুঁটি। অসম সাহিত্য সভাৰ মোৰ সভাপতিত্বৰ কালচোৱাত আৰম্ভ কৰা এই যাত্ৰাপথৰ গুৰুত্বপূৰ্ন স্তৰসমূহ এনেধৰণৰঃ