Prodyut Kumar Deka (@prodyutkdeka) 's Twitter Profile
Prodyut Kumar Deka

@prodyutkdeka

Indian Filmmaker & Author

ID: 154543993

linkhttp://www.facebook.com/prodyut.k.deka calendar_today11-06-2010 14:33:38

182 Tweet

90 Takipçi

230 Takip Edilen

Prodyut Kumar Deka (@prodyutkdeka) 's Twitter Profile Photo

স্বৰ্ণ জয়ন্তী অতিক্ৰম কৰা বহু প্ৰত্যাশিত ৰূপকাৰৰ বিশেষ আলোচনীখন অহা ১ এপ্ৰিলত সমগ্ৰ অসমত প্ৰকাশ পাব। আলোচনীখন কোনোবাই pre-order কৰিব বিচাৰিলে বিশেষ ৰেহাই মুল্যত ঘৰতে দিয়াৰ ব্যৱস্থা কৰা হৈছে । amzn.in/d/aUHDVwx

Prodyut Kumar Deka (@prodyutkdeka) 's Twitter Profile Photo

ৰূপকাৰ এতিয়া আপোনাৰ ঘৰৰ কাষতে আহি পাইছে। #AssameseMagazine #Roopkar

ৰূপকাৰ এতিয়া আপোনাৰ ঘৰৰ কাষতে আহি পাইছে। 
#AssameseMagazine #Roopkar
Prodyut Kumar Deka (@prodyutkdeka) 's Twitter Profile Photo

*কাহিনী নহয়* anthology ছবিখনৰ *পাপ* নামৰ কাহিনীটোৰ এটা প্ৰধান চৰিত্রত অভিনয় কৰিব পঞ্চী প্ৰিয়াই। এই ৰহস্য কাহিনীটো মই পৰিচালনা কৰিম। প্ৰযোজনা পল্লৱী বৰাৰ। ছবিৰ আন দুটা কাহিনীৰো শিল্পী নিৰ্বাচন চলি আছে।

যোৱা কালি আমাৰ দ্বিতীয় পুত্র ইভানৰ শুভ অন্নপ্ৰসন্নৰ দিন আছিল। আশিৰ্বাদ কৰিব॥

অশেষ ধন্যবাদ ছাৰ। ৰূপকাৰ সম্পৰ্কে আপোনাৰ শুভেচ্ছামূলক বাৰ্তাই মোক সদায় অনুপ্ৰাণিত কৰিব॥

উদয়াদিত্য ভৰালী খুৰাৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি 🙏

কিতাপৰ বৰ্ষত ৰূপকাৰ প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছে নতুন গ্ৰন্থ *ৰামবিজয়*। মূল পান্ডুলিপিটো কোনে কেতিয়া লিখিছিল তাৰ কোনো উল্লেখ নাই। কিন্তু শ্ৰীৰামৰ এইখনেই একমাত্র সুকীয়া পৌৰাণিক জীৱনী বুলি কয়। এই গ্ৰন্থখন সাজু কৰোতে প্ৰায় দুইবছৰ লাগিছিল। অসমীয়া অনুবাদ কৰিছে পল্লৱী বৰাই।

কিতাপৰ বৰ্ষত ৰূপকাৰ প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছে নতুন গ্ৰন্থ *ৰামবিজয়*। মূল পান্ডুলিপিটো কোনে কেতিয়া লিখিছিল তাৰ কোনো উল্লেখ নাই। কিন্তু শ্ৰীৰামৰ এইখনেই একমাত্র সুকীয়া পৌৰাণিক জীৱনী বুলি কয়। 
এই গ্ৰন্থখন সাজু কৰোতে প্ৰায় দুইবছৰ লাগিছিল। অসমীয়া অনুবাদ কৰিছে পল্লৱী বৰাই।
Prodyut Kumar Deka (@prodyutkdeka) 's Twitter Profile Photo

*কাহিনী নহয়* চলচ্চিত্রৰ প্ৰথম খন্ডৰ শ্বূটিং যোৱা কালিৰ পৰা আৰম্ভ কৰিছো।

In 1958, Dharmendra and Assam's own Eva Achao were the winners of Filmfare's inaugural talent hunt competition, standing tall alongside other talented finalists in Mumbai. This iconic competition, sponsored by Filmfare marked the beginning of their journey to stardom.

আপোনালোকক জনাবলৈ পাই অতিকৈ সুখী হৈছো যে দেউতাই প্ৰতিষ্ঠা কৰা সত্তৰ-আশী দশকৰ জনপ্ৰিয় আলোচনী #ৰূপকাৰ আলোচনীৰ সমগ্ৰ কপিবোৰ এতিয়াৰ পৰা online যোগে বিনামূলীয়াকৈ উপলব্ধ হৈছে। ধন্যবাদ জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰ আৰু নন্দ তালোকদাৰ ফাউন্দেচন। assamarchive.org

আপোনালোকক জনাবলৈ পাই অতিকৈ সুখী হৈছো যে দেউতাই প্ৰতিষ্ঠা কৰা সত্তৰ-আশী দশকৰ জনপ্ৰিয় আলোচনী #ৰূপকাৰ আলোচনীৰ সমগ্ৰ কপিবোৰ এতিয়াৰ পৰা online যোগে বিনামূলীয়াকৈ উপলব্ধ হৈছে। ধন্যবাদ 
জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰ আৰু নন্দ তালোকদাৰ ফাউন্দেচন।
assamarchive.org
Prodyut Kumar Deka (@prodyutkdeka) 's Twitter Profile Photo

ঐক্যতানৰ সোনালী জয়ন্তী বৰ্ষত প্ৰথমটো প্ৰযোজনা: মইনুল হকৰ মুকাভিনয় আৰু সৌৰভ কুমাৰ চলিহাৰ নাটক *আয়ুৰেখা*। সকলোকে আমন্ত্ৰণ জনালো আমাৰ অনুষ্ঠানলৈ। পোষ্টাৰৰ ডিজাইন ধনজিত দাসৰ।

ঐক্যতানৰ সোনালী জয়ন্তী বৰ্ষত প্ৰথমটো প্ৰযোজনা: মইনুল হকৰ মুকাভিনয় আৰু সৌৰভ কুমাৰ চলিহাৰ নাটক *আয়ুৰেখা*।
সকলোকে আমন্ত্ৰণ জনালো আমাৰ অনুষ্ঠানলৈ। পোষ্টাৰৰ ডিজাইন ধনজিত দাসৰ।
Prodyut Kumar Deka (@prodyutkdeka) 's Twitter Profile Photo

ৰঙালী বিহুৰ পূৰ্বে ১৫ মাৰ্চৰ পৰা *ৰূপকাৰ* অনলাইন যোগে amazon ত ৰেহাই মূল্যত উপলব্ধ হব। ১ এপ্ৰিলৰ পৰা দোকানত সকলোৰে বাবে উপলব্ধ হব। আশা কৰো যোৱা বছৰৰ দৰে এইবাৰো ৰূপকাৰখন আপোনালোকে গ্ৰহণ কৰি আলোচনীখন জীয়াই ৰাখিব।

যোৱা কালি সম্পূৰ্ণ হল নতুন anthological অসমীয়া ছবি *কাহিনী নহয়*ৰ শ্বূটিং। শেষৰ common কামখিনি আমি তিনিও পৰিচালকে (মই, পংকজ কলিতা আৰু ৰজি বৰা) একেলগে কৰিলো।

১৫ মাৰ্চৰ পৰা *ৰূপকাৰ* অনলাইন যোগে amazon ত ৰেহাই মূল্যত উপলব্ধ। গ্ৰিষ্ম ৰহস্য সংখ্যাটোত চলচ্চিত্রৰ পৰা ৰহস্য/ভৌতিক গল্প-উপন্যাস-চিত্রনাট্যলৈকে সজাইছে অসমৰ জনপ্ৰিয় প্ৰবীন আৰু নবীন লেখকে। *ৰূপকৰ* ক্ৰয় কৰিবলৈ তলৰ লিংকটোত ক্লিক কৰক। amzn.in/d/01HHe57J