Deep Bayan (@deepbayan2) 's Twitter Profile
Deep Bayan

@deepbayan2

| President - @SevadalAS | President, Youth - INTUC,Assam | Fmr. President, Young Brigade - @SevadalAS | Views Personal

ID: 1031476922717417472

calendar_today20-08-2018 09:43:57

1,1K Tweet

599 Takipçi

327 Takip Edilen

Deep Bayan (@deepbayan2) 's Twitter Profile Photo

(উপ- নিৰ্বাচন )বঙাইগাঁওত । আমি যুঁজিমে ৰাইজৰ বাবে দেশৰ বাবে, দহৰ বাবে 🙏

(উপ- নিৰ্বাচন )বঙাইগাঁওত । আমি যুঁজিমে ৰাইজৰ বাবে দেশৰ বাবে, দহৰ বাবে 🙏
Deep Bayan (@deepbayan2) 's Twitter Profile Photo

আসমীয়া কৃষ্টি - সংস্কৃতিৰ পূজাৰী বিষ্ণু প্ৰসাদ ৰাভা দেৱ একেধাৰে আছিল নাট্যকাৰ, পৰিচালক ,অভিনেতা, শিল্পী ,কবি ,সাহিত্যিক তথা মুক্তি যুঁজাৰু। আজি ৰাভা দিৱসত আসমীয়া কলা - সংস্কৃতিৰ পূজাৰী কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দেৱক শ্ৰদ্ধাৰে সুঁৱৰিছো🙏

Bhupen kumar Borah (@bhupenkborah) 's Twitter Profile Photo

Today, along with party colleagues, I visited various flood-affected areas in the Bajali district to take stock of the situation. Most of the important roads in that area were in a dilapidated condition, forcing people to use bamboo bridges. Farmers are worried about their

Lalji Desai (@laljidesaig) 's Twitter Profile Photo

“नरेंद्र मोदी पूरा हिंदू समाज नहीं है BJP पूरा हिंदू समाज नहीं है RSS पूरा हिंदू समाज नहीं है ये BJP के पास हिंदू समाज का ठेका नहीं है!” लोकसभा में नेता विपक्ष Rahul Gandhi जी

Assam Congress (@incassam) 's Twitter Profile Photo

Our nation is not a country that promotes fear. Our nation believes in Daro Mat & Darao Mat. The people who are trying to spread hate & fear-mongering cannot be Hindus. Rahul Gandhi, Leader of Opposition

Gaurav Gogoi (@gauravgogoiasm) 's Twitter Profile Photo

बीजेपी के धर्म और हमारे हिंदू धर्म के बीच में जो फ़ासला है उसका दर्शन आज राहुल गांधी जी के भाषण में सुनाई दिया । जय भोलेनाथ

Rahul Gandhi (@rahulgandhi) 's Twitter Profile Photo

हिंदुस्तान डर का देश नहीं है। हमारे सभी महापुरुषों ने अहिंसा की बात की, डर मिटाने की बात की। नरेंद्र मोदी, भाजपा और RSS पूरा हिंदू समाज नहीं हैं- जो हिंसा और नफ़रत फैलाता है, वो हिंदू हो ही नहीं सकता।

Deep Bayan (@deepbayan2) 's Twitter Profile Photo

Orginal video তোক edit কৰি মিছা প্ৰচাৰ কৰা বন্ধ কৰক। দেশৰ অৰ্থনৈতিক উন্নতি, সৰ্ব সাধাৰণৰ জনতাৰ উন্নয়ন, যুৱ সমাজৰ সংস্থাপন, মুল্য বৃদ্ধি হ্ৰাস,সঁচা অৰ্থত জাতি - মাটি - ভেটিৰ কথা চিন্তা কৰক। .দেশ আৰু ৰাজ্য বছাওক। অনবৰতে মেৰুকৰণৰ ৰাজনীতি কৰি শোষণৰ শাসন বন্ধ কৰক 🙏

JITENDRA K CHOUDHURY (@jitendrakchoudh) 's Twitter Profile Photo

অসমতো ৰাইজৰ আৰ্থিক অৱস্থা শোচনীয়৷এফালে ৮০ লাখক দৰিদ্ৰতাৰ পৰা মুক্তিৰ দাবী, আনফালে বিনামূলীয়া আঁচনিৰ জোৱাৰ৷দেশৰ ৭০ কোটি লোকৰ মাহিলি উপাৰ্জন ৬ হেজাৰৰো কম৷ Ajanta Neog Gaurav Gogoi Bhupen kumar Borah Office of Jagadish Bhuyan Akhil Gogoi Dr. Samujjal Bhattacharjya Mira Borthakur Goswami Anurupa Dekaraja

অসমতো ৰাইজৰ আৰ্থিক অৱস্থা শোচনীয়৷এফালে ৮০ লাখক দৰিদ্ৰতাৰ পৰা মুক্তিৰ দাবী, আনফালে বিনামূলীয়া আঁচনিৰ জোৱাৰ৷দেশৰ ৭০ কোটি লোকৰ মাহিলি উপাৰ্জন ৬ হেজাৰৰো কম৷ Ajanta Neog Gaurav Gogoi Bhupen kumar Borah Office of Jagadish Bhuyan Akhil Gogoi Dr. Samujjal Bhattacharjya Mira Borthakur Goswami Anurupa Dekaraja
Deep Bayan (@deepbayan2) 's Twitter Profile Photo

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি সন্মানীয় শ্ৰী মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াৰ আজিৰ শুভ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। #@Mallikarjunkharge

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি সন্মানীয় শ্ৰী মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াৰ আজিৰ শুভ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো।
#@Mallikarjunkharge
Deep Bayan (@deepbayan2) 's Twitter Profile Photo

বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মণ ডাঙৰীয়াৰ মাতৃৰ শ্ৰদ্ধাঞ্জলি দিয়াৰ উদ্দেশ্যে অসম কংগ্ৰেছৰ আমি সজাতি দলে তেখেতৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধাৰ অশ্ৰু অঞ্জলি যাচি, নলবাৰীৰ বড়িগোগ বনভাগ ব্লকৰ কৰ্মী সভাত উপস্থিত থাকোঁ। নলবাৰীৰ পৰা সলনি হব এইবাৰ ২০২৬ত অসমত চৰকাৰ।✊🏽🇮🇳🙏

বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মণ ডাঙৰীয়াৰ মাতৃৰ শ্ৰদ্ধাঞ্জলি দিয়াৰ উদ্দেশ্যে অসম কংগ্ৰেছৰ আমি সজাতি দলে তেখেতৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধাৰ অশ্ৰু অঞ্জলি যাচি, নলবাৰীৰ বড়িগোগ বনভাগ ব্লকৰ কৰ্মী সভাত উপস্থিত থাকোঁ।
নলবাৰীৰ পৰা সলনি হব এইবাৰ ২০২৬ত অসমত চৰকাৰ।✊🏽🇮🇳🙏
Bhupen kumar Borah (@bhupenkborah) 's Twitter Profile Photo

Happy Birthday to Dear Sri Deep Bayan . I hope your birthday is full of Sunshine, love , success & prosperity. Sending many good wishes to you on your Special Day.

Happy Birthday to Dear Sri Deep Bayan .
I hope your birthday is full of Sunshine, love , success & prosperity.
Sending many good wishes to you on your Special Day.
JITENDRA K CHOUDHURY (@jitendrakchoudh) 's Twitter Profile Photo

প্ৰতিমাহে ২,০০০ কোটি টকাৰ ধাৰ৷এই বছৰ হিতাধিকাৰীক দিব ১৬ হেজাৰ কোটি৷আদালতে প্ৰশ্ন কৰিলেও বিপৰীত স্থিতি ৰাজ্য চৰকাৰৰ! Ajanta Neog Bhupen kumar Borah Gaurav Gogoi Akhil Gogoi Lurinjyoti Gogoi Office of Jagadish Bhuyan Subrat Talukdar Anurupa Dekaraja

Vikramjit Sharma INC 🤝 🇮🇳 (@vikramdhm) 's Twitter Profile Photo

Himachal Congress मुख्यालय राजीव भवन शिमला में हिमाचल प्रदेश Congress Sevadal अध्यक्ष श्री अनुराग शर्मा द्वारा Assam Pradesh Congress Sevadal अध्यक्ष व लोकसभा प्रत्याशी रहे श्री दीप बयान को टोपी और शॉल पहनकर स्वागत किया लिए Anurag Sharma

Arkasish Chaliha (@arkasishchaliha) 's Twitter Profile Photo

It is not only what we do, but also what we do not do, for which we are accountable - Moliere  What is going to be done about these grave allegations against COAL Mafia Sunil Bansal & STONE Crusher Mafia Charanjit Gandhi and their association with Minister Pijush Hazarika ?

Rahul Gandhi (@rahulgandhi) 's Twitter Profile Photo

देश में सवाल पूछो तो चुप्पी, विदेश में पूछो तो निजी मामला! अमेरिका में भी मोदी जी ने अडानी जी के भ्रष्टाचार पर पर्दा डाल दिया! जब मित्र का जेब भरना मोदी जी के लिए “राष्ट्र निर्माण” है, तब रिश्वतखोरी और देश की संपत्ति को लूटना “व्यक्तिगत मामला” बन जाता है।

Ashish Singh (@ashishsinghkiji) 's Twitter Profile Photo

BIG BREAKING 🚨 Finally Congress Sevdal Sena Ready 🔥🔥🔥 counter RSS on ground 🔥 Day by day Congress Sevadal became Strong 🔥✊

JITENDRA K CHOUDHURY (@jitendrakchoudh) 's Twitter Profile Photo

চলিত ২০২৪-২০২৫ বিত্তীয় বৰ্ষৰ অসমৰ ১.৪৩ লাখ কোটিৰ বাজেটতকৈও বিনিয়োগৰ প্ৰতিশ্ৰুতি বেছি৷ তদুপৰি ২০২৩-২০২৪ বৰ্ষত অসমৰ জি ডি পি ৫.৭০ লাখ কোটি টকা আছিল৷এডভান্টেজ আছামৰ জৰিয়তে প্ৰতিশ্ৰুতি পোৱা গৈছে ৪.৯১ লাখ কোটি টকা৷ কিন্তু বিনিয়োগৰ প্ৰস্তাৱ সচাৰ্থত বাস্তৱায়িত হ’লেহে উন্নয়ন হ’ব!