Biswajit Daimary
@biswajitdaimar5
Speaker of Assam Legislative Assembly, Former Member of Parliament, Rajya Sabha India
ID: 703381488272715778
http://biswajitdaimary.com 27-02-2016 00:49:49
468 Tweet
9,9K Takipçi
350 Takip Edilen
শুক্লাই নদীয়ে শিংগ্ৰীমাৰী অঞ্চলত সৃষ্টি কৰা বান খহনীয়া পৰ্যবেক্ষণ কৰি পাৰ্কুপাইনৰ সহায়ত খহনীয়া ৰোধৰ বাবে কাম কৰাৰ লগতে ননৈ নদীৰ গৰাখহনীয়া আৰু ভূটিছাং অঞ্চলত হোৱা বান খহনীয়াৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰি জলসম্পদ বিভাগক প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিওঁ। Himanta Biswa Sarma