Farhan Ahmed(@farhan_assam) 's Twitter Profile Photo

असम : धेमाजी में चाकू से हमले की शिकार पीड़िता ने बुधवार को डिब्रूगढ़ के अस्पताल में दम तोड़ दिया। शनिवार को रिंटू शर्मा ने उसके शादी के प्रस्ताव को अस्वीकार करने के लिए एक हथियार से नन्दिता पर जानलेवा हमला किया था।

असम : धेमाजी में चाकू से हमले की शिकार पीड़िता #NanditaSaikia ने बुधवार को डिब्रूगढ़ के अस्पताल में दम तोड़ दिया। शनिवार को रिंटू शर्मा ने उसके शादी के प्रस्ताव को अस्वीकार करने के लिए एक हथियार से नन्दिता पर जानलेवा हमला किया था।
#DhemajiIncident #JusticeForNandita #RIPNandita
account_circle
Babli(The Taurean, When blow up it's NUCLEAR )(@BabliHandique) 's Twitter Profile Photo

নিয়তিৰ হাতত অৱশেষত হাৰ মানি আজি চিৰনিদ্ৰাত তুমি । এটাই কাম্য ৰিন্তু শৰ্মাই উচিত শাস্তি যেন পাই , তোমাৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে ঈশ্বৰৰ উচৰত প্ৰাৰ্থনা জনালোঁ‌

নিয়তিৰ হাতত অৱশেষত হাৰ মানি আজি চিৰনিদ্ৰাত তুমি । এটাই কাম্য ৰিন্তু শৰ্মাই উচিত শাস্তি  যেন পাই , তোমাৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে ঈশ্বৰৰ উচৰত প্ৰাৰ্থনা জনালোঁ‌ 
#JusticeForNandita
account_circle
Nayan Mani Kalita(@NayanMa59602314) 's Twitter Profile Photo

এই মৃত্যু অসহনীয় অবিশ্বাসযোগ্য😥😥
নন্দিতা শইকীয়াৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ । দোষীয়ে কঠোৰতকৈ কঠোৰ শাস্তি পাওঁক তাৰ বাবে আবেদন জনালোঁ Assam Police

🙏🙏😥

এই মৃত্যু অসহনীয় অবিশ্বাসযোগ্য😥😥
নন্দিতা শইকীয়াৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ । দোষীয়ে কঠোৰতকৈ কঠোৰ শাস্তি পাওঁক তাৰ বাবে আবেদন জনালোঁ @assampolice 
#JusticeForNandita 
🙏🙏😥
account_circle