𓆩𝐒𝐮𝐩𝐫𝐢𝐲𝐚 𝐍𝐓𓆪🍃🥀 (@supriya_nt01) 's Twitter Profile
𓆩𝐒𝐮𝐩𝐫𝐢𝐲𝐚 𝐍𝐓𓆪🍃🥀

@supriya_nt01

I love Flowers🌺🌻🌹🌷

ID: 1583040886220333056

calendar_today20-10-2022 10:22:48

1,1K Tweet

2,2K Takipçi

35 Takip Edilen

𓆩𝐒𝐮𝐩𝐫𝐢𝐲𝐚 𝐍𝐓𓆪🍃🥀 (@supriya_nt01) 's Twitter Profile Photo

গাওঁৰ সেই দীঘল ৰাস্তা, কৃষ্ণচূড়াৰ দলিচা, সেউজীয়া পথাৰ আৰু স্কুলীয়া প্ৰেমৰ ছবি প্ৰতিস্ফুট হৈ পৰা এখন ধুনীয়া ফটো। ❤🌿

গাওঁৰ সেই দীঘল ৰাস্তা, কৃষ্ণচূড়াৰ দলিচা, সেউজীয়া পথাৰ আৰু স্কুলীয়া প্ৰেমৰ ছবি প্ৰতিস্ফুট হৈ পৰা এখন ধুনীয়া ফটো। ❤🌿
𓆩𝐒𝐮𝐩𝐫𝐢𝐲𝐚 𝐍𝐓𓆪🍃🥀 (@supriya_nt01) 's Twitter Profile Photo

আগৰ দিনৰ গাওঁৰ ঘৰখনৰ পৰিৱেশ আৰু ঘৰৰ চাৰিওফালে ফুলি থকা বিভিন্ন ফুলৰ সমাহাৰে, দুখীয়া ঘৰ এখনো সোণত সুৱগা চৰাইছিল 🥰❤

আগৰ দিনৰ গাওঁৰ ঘৰখনৰ পৰিৱেশ আৰু ঘৰৰ চাৰিওফালে ফুলি থকা বিভিন্ন ফুলৰ সমাহাৰে, দুখীয়া ঘৰ এখনো সোণত সুৱগা চৰাইছিল 🥰❤
𝐌𝖊𝖌𝖍𝖆𝖑𝖎 𝐍𝖆𝖙𝖍 𝐘𝖔𝖌𝖎🚩 (@iam_meghalinath) 's Twitter Profile Photo

🥀পোৱাৰ হাবিয়াস আৰু হেৰুৱাৰ ভয়, এয়াই জীৱনৰ পৰিক্ৰমা। এই পৰিক্ৰমাৰ চক্রত এতিয়া কেৱল পোৱাৰ ইচ্ছা। কিন্তু সকলোৱে সকলো জানো নিজৰ ইচ্ছা মতে পায়!! কিন্তু হেৰুৱাৰ সময়ত হঠাতে হেৰুৱাব লগা হয়। তেতিয়া ইচ্ছা-অনিচ্ছা সকলো মিছা।।🥀 #সুপ্ৰভাত🌿🧡 #GoodMorning