Bedanta Kr Sarmah বেদান্ত কুমাৰ শৰ্মা🦏(@sarmah_bedanta) 's Twitter Profileg
Bedanta Kr Sarmah বেদান্ত কুমাৰ শৰ্মা🦏

@sarmah_bedanta

Public Figure,News Reader DDK,Guwahati for long 22 years,Pioneering anchoring on stage,Audio Book maker,Founder Secretary All Guwahati Debaters Guild,VoA.

ID:3285286243

calendar_today20-07-2015 10:31:03

7,7K Tweets

794 Followers

622 Following

Bedanta Kr Sarmah বেদান্ত কুমাৰ শৰ্মা🦏(@sarmah_bedanta) 's Twitter Profile Photo

নতুন চামক motivate কৰিব পাৰিলে ভাল৷শঙ্কৰদেৱে প্ৰসাদ আবিষ্কাৰ কৰাৰ দৰে কিবা এটা কৰিব পাৰিলে ভাল৷

account_circle
Bedanta Kr Sarmah বেদান্ত কুমাৰ শৰ্মা🦏(@sarmah_bedanta) 's Twitter Profile Photo

মিঞা সকলক সমালোচনা নকৰিব কাৰণ সেই সকলে নিজৰ সাংবিধানিক অধিকাৰ সদায়ে সাব্যস্ত কৰে ভোটাধিকাৰৰ জৰিয়তে ৷কিন্ত আমিবোৰে সেই সাংবিধানিক অধিকাৰ পায়ো সাব্যস্ত কৰাত অনিহা প্ৰকাশ কৰো৷গতিকে কোন ওপৰত?উত্তৰতো আপোনাৰ সপক্ষে কৰিবলৈ ভোটাধিকাৰ সাব্যস্ত কৰক৷

account_circle
Bedanta Kr Sarmah বেদান্ত কুমাৰ শৰ্মা🦏(@sarmah_bedanta) 's Twitter Profile Photo

অনুষ্ঠানটিত উপস্থিত হৈ বক্তা সকলৰ ভাষণে মুগ্ধ কৰিলে৷জেনেৰেল (অৱ) ৰাণা প্ৰতাপ কলিতা,প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাস চন্দ্ৰ দাস ,প্ৰাক্তন ৰেল সেৱাৰ বিষয়া ৰবীন্দ্ৰ নাথ কলিতা,প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান দিলীপ বৰা আৰু ব্ৰীগেদিয়াৰ ৰঞ্জীত কুমাৰ চৌধুৰী অনুষ্ঠানত উপস্থিত আছিল৷

ব’হাগ অসমীয়া জাতিৰ প্ৰাণৰো প্ৰাণৰ ,মনৰো মনৰ উৎসৱ৷সকলোৱে প্ৰাণভৰি ৰঙালী বিহুঁ উপভোগ কৰক৷সকলোলৈ শুভেচ্ছা আৰু বয়সস্থ সকলক প্ৰণাম জনালো৷

account_circle
Bedanta Kr Sarmah বেদান্ত কুমাৰ শৰ্মা🦏(@sarmah_bedanta) 's Twitter Profile Photo

তলৰ ছবি দুখন দিল্লীৰ আন্তৰাস্ট্ৰীয় বিমান কোঠৰ Terminal-3(T-3) ৰ পুৰুষ আৰু মহিলাৰ প্ৰসাবাগাৰ সূচাবলৈহে ব্যৱহাৰ কৰা হৈছে৷ভাল নালাগিল কাৰবাৰতো৷

Delhi High Court has termed Delhi CM as public servant,so in office a public servant go to jail more then 48 hours he or she automatically suspended if CM is treated as public servant why two sets of rule applied?

account_circle
Bedanta Kr Sarmah বেদান্ত কুমাৰ শৰ্মা🦏(@sarmah_bedanta) 's Twitter Profile Photo

আন্দামানৰ Rose & Smith দ্বীপত ধুনীয়া হৰিণাটি ওচৰৰ পৰা লগ পাই ভাল লাগিল৷

account_circle
Bedanta Kr Sarmah বেদান্ত কুমাৰ শৰ্মা🦏(@sarmah_bedanta) 's Twitter Profile Photo

It’s ok .This type of meetings are routine for official purpose .We payee (for connection) are concern only with water to flow.Already two months completed of connection in Silpukhuri Area.

account_circle