Sant Rampal Ji Assamese Satsang (@santrampaljiasm) 's Twitter Profile
Sant Rampal Ji Assamese Satsang

@santrampaljiasm

জীৱ আমাৰ জাতি মানৱ আমাৰ ধৰ্ম।
হিন্দু,মুছলিম,শিখ খ্ৰীষ্টান ধৰ্মৰ পৃথক নহয় মৰ্ম।।

This is The Official Channel For The Satsang Of The Sant Rampal Ji Maharaj™️

ID: 1650193849741094912

linkhttp://sanews.in calendar_today23-04-2023 17:44:46

921 Tweet

4,4K Followers

2 Following

Sant Rampal Ji Assamese Satsang (@santrampaljiasm) 's Twitter Profile Photo

শাস্ত্ৰবিধি ত্যাগ কৰি ইচ্ছামত আচৰণ আছিল। #SantRampalJiAssameseSatsang #SantRampalJiMaharaj #viralshorts #SaintRampalJi

Sant Rampal Ji Assamese Satsang (@santrampaljiasm) 's Twitter Profile Photo

যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠান। #SantRampalJiAssameseSatsang #SaintRampalJi #viralshorts #videoviral

Sant Rampal Ji Assamese Satsang (@santrampaljiasm) 's Twitter Profile Photo

তিনিও দেৱতাই (ব্ৰহ্মা, বিষ্ণু, মহেশ) নিজৰ পিতৃ ব্ৰহ্মৰ আদেশ অনুসৰি এটা ব্ৰহ্মাণ্ডত সকলো কাৰ্য কৰে। ভক্তি ভাৱৰ ব্যক্তিসকলৰ কৰ্ম অনুসৰি ৰক্ষা তথা দুষ্কর্ম কৰা সকলৰ কৰ্ম অনুসৰি নাশ কৰে। জগদ্গুৰু তত্ত্বদর্শী সন্ত ৰামপাল গুৰু মহাৰাজ #SantRampalJiAssameseSatsang #SantRampalJiMaharaj

তিনিও দেৱতাই (ব্ৰহ্মা, বিষ্ণু, মহেশ) নিজৰ পিতৃ ব্ৰহ্মৰ আদেশ অনুসৰি এটা ব্ৰহ্মাণ্ডত সকলো কাৰ্য কৰে। ভক্তি ভাৱৰ ব্যক্তিসকলৰ কৰ্ম অনুসৰি ৰক্ষা তথা দুষ্কর্ম কৰা সকলৰ কৰ্ম অনুসৰি নাশ কৰে।

জগদ্গুৰু তত্ত্বদর্শী সন্ত ৰামপাল গুৰু মহাৰাজ
#SantRampalJiAssameseSatsang
#SantRampalJiMaharaj
Sant Rampal Ji Assamese Satsang (@santrampaljiasm) 's Twitter Profile Photo

আমি যি সদগ্ৰন্থক সত্য মানো তাক আমি বুজি পোৱাই নাই। #SantRampalJiAssameseSatsang #SantRampalJiMaharaj

Sant Rampal Ji Assamese Satsang (@santrampaljiasm) 's Twitter Profile Photo

সাৰ শব্দ হৈ অনাম অক্ষৰ কে মাহী। নিহ অক্ষৰ কোঈ জানত নাহী। ভাৱাৰ্থ:- অনাম বুলি কোৱা "সাৰ শব্দ" আখৰত আছে, কিন্তু সেয়া বেদ, গীতা, পুৰাণত লিখা আখৰ জ্ঞানত নাই। সেইকাৰণে "নিহ অক্ষৰ" বুলি কোৱা হয়। জগদগুৰু তত্ত্বদর্শী সন্ত ৰামপাল মহাৰাজ #SantRampalJiAssameseSatsang

সাৰ শব্দ

হৈ অনাম অক্ষৰ কে মাহী। নিহ অক্ষৰ কোঈ জানত নাহী।

ভাৱাৰ্থ:- অনাম বুলি কোৱা "সাৰ শব্দ" আখৰত আছে, কিন্তু সেয়া বেদ, গীতা, পুৰাণত লিখা আখৰ জ্ঞানত নাই। সেইকাৰণে "নিহ অক্ষৰ" বুলি কোৱা হয়।

জগদগুৰু তত্ত্বদর্শী সন্ত ৰামপাল মহাৰাজ

#SantRampalJiAssameseSatsang
Sant Rampal Ji Assamese Satsang (@santrampaljiasm) 's Twitter Profile Photo

মিছলীয়া তেওঁলোক যিয়ে বেদ শাস্ত্ৰক বুজি নাপায়। #SantRampalJiAssameseSatsang #SaintRampalJi #viralshorts

Sant Rampal Ji Assamese Satsang (@santrampaljiasm) 's Twitter Profile Photo

গুৰু ভগতা মম আতম সোঈ। ৱাকে হৃদয় ৰহূ সমোঈ।। #SantRampalJiAssameseSatsang #SantRampalJiMaharaj #SantRampalJi_AvataranDiwas

গুৰু ভগতা মম আতম সোঈ। ৱাকে হৃদয় ৰহূ সমোঈ।।
#SantRampalJiAssameseSatsang
#SantRampalJiMaharaj
#SantRampalJi_AvataranDiwas
Sant Rampal Ji Assamese Satsang (@santrampaljiasm) 's Twitter Profile Photo

গীতাৰ জ্ঞান দাতাইও তত্ত্বজ্ঞানৰ বিষয়ে একো নাজানে। #SantRampalJiAssameseSatsang #SantRampalJiMaharaj #SatlokAshram #spiritualawakening #spiritualawakening #KabirisGod

Sant Rampal Ji Assamese Satsang (@santrampaljiasm) 's Twitter Profile Photo

শিশুসকলক শিক্ষা অৱশ্যে দিব লাগে কবীৰ, মাত পিতা সো শত্ৰু হৈ, বাল পঢ়াৱৈ নাহি। হংসন মে বগুলা যথা, তথা অনপঢ় সো পণ্ডিত মাহী।। #SantRampalJiAssameseSatsang #SantRampalJiMaharaj

শিশুসকলক শিক্ষা অৱশ্যে দিব লাগে
কবীৰ, মাত পিতা সো শত্ৰু হৈ, বাল পঢ়াৱৈ নাহি।
হংসন মে বগুলা যথা, তথা অনপঢ় সো পণ্ডিত মাহী।।
#SantRampalJiAssameseSatsang
#SantRampalJiMaharaj
Sant Rampal Ji Assamese Satsang (@santrampaljiasm) 's Twitter Profile Photo

পৰমার্থী পৰমার্থী আত্মাক সংসাৰ তথা কালৰ স্বামীয়ে পৰোপকাৰৰ ফল নিদিলেও পৰমেশ্বৰে এনে আত্মাক শৰণত অৱশ্যেই লয়, কাৰণ এনে আত্মাই পৰম ভকত হৈ ভক্তি কৰে আৰু মোক্ষ প্ৰাপ্ত কৰে। জগদগুৰু তত্ত্বদর্শী সন্ত ৰামপাল মহাৰাজ #SantRampalJiAssameseSatsang #SantRampalJiMaharaj

পৰমার্থী

পৰমার্থী আত্মাক সংসাৰ তথা কালৰ স্বামীয়ে পৰোপকাৰৰ ফল নিদিলেও পৰমেশ্বৰে এনে আত্মাক শৰণত অৱশ্যেই লয়, কাৰণ এনে আত্মাই পৰম ভকত হৈ ভক্তি কৰে আৰু মোক্ষ প্ৰাপ্ত কৰে।

জগদগুৰু তত্ত্বদর্শী সন্ত ৰামপাল মহাৰাজ
#SantRampalJiAssameseSatsang
#SantRampalJiMaharaj
Sant Rampal Ji Assamese Satsang (@santrampaljiasm) 's Twitter Profile Photo

মানৱ শৰীৰ পোৱা জীৱ এটাই নিজৰ উদ্দেশ্য মনত ৰখা উচিত। ভক্তি কৰি নিজৰ কল্যাণ কৰোৱা উচিত। - জগদগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল মহাৰাজ #SantRampalJiAssameseSatsang #SantRampalJiMaharaj

মানৱ শৰীৰ পোৱা জীৱ এটাই নিজৰ উদ্দেশ্য মনত ৰখা উচিত।
 ভক্তি কৰি নিজৰ কল্যাণ কৰোৱা উচিত।

 - জগদগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল মহাৰাজ

#SantRampalJiAssameseSatsang
#SantRampalJiMaharaj
Sant Rampal Ji Assamese Satsang (@santrampaljiasm) 's Twitter Profile Photo

আত্মা পৰমাত্মাক বিচাৰি ঘূৰি ফুৰিছে। আত্মা পৰমাত্মাক লগ নোপোৱালৈকে তৃপ্ত হ’ব নোৱাৰে। মুক্তিদাতা সদগুৰু ৰামপাল মহাৰাজ #SantRampalJiAssameseSatsang #SantRampalJiMaharaj

আত্মা পৰমাত্মাক বিচাৰি ঘূৰি ফুৰিছে। আত্মা পৰমাত্মাক লগ নোপোৱালৈকে তৃপ্ত হ’ব নোৱাৰে।

 মুক্তিদাতা সদগুৰু ৰামপাল মহাৰাজ

#SantRampalJiAssameseSatsang
#SantRampalJiMaharaj
Sant Rampal Ji Assamese Satsang (@santrampaljiasm) 's Twitter Profile Photo

ত্ৰাণকৰ্তা পৰম সন্তৰ পৰিচয় পৰমেশ্বৰ কবীৰদেৱে কৈছে:- জো মম সন্ত সৎ শব্দ দৃঢ়াৱৈ। ৱাকৈ সংগ সব ৰাড় বঢাৱৈ।।ঐসে সন্ত মহন্তন কী কৰণী, ধৰ্মদাস মই তোসে বৰণী।। #SantRampalJiAssameseSatsang #SantRampalJiMaharaj

ত্ৰাণকৰ্তা পৰম সন্তৰ পৰিচয়
পৰমেশ্বৰ কবীৰদেৱে কৈছে:- জো মম সন্ত সৎ শব্দ দৃঢ়াৱৈ।  ৱাকৈ সংগ সব ৰাড় বঢাৱৈ।।ঐসে সন্ত মহন্তন কী কৰণী, ধৰ্মদাস মই তোসে  বৰণী।।
#SantRampalJiAssameseSatsang
#SantRampalJiMaharaj
Sant Rampal Ji Assamese Satsang (@santrampaljiasm) 's Twitter Profile Photo

পূৰ্ণ মোক্ষ বিশ্ববাসীক অনুৰোধ কৰিছোঁ যে সমগ্ৰ জগতখন কবীৰ পৰমেশ্বৰৰ শৰণত আহি পৰম শান্তি অৰ্থাৎ পূৰ্ণ মোক্ষ আৰু সনাতন পৰমধাম অৰ্থাৎ সত্যলোক লাভ কৰি চিৰকাল সুখী হৈ থাকক। মুক্তিদাতা সদ্গুৰু ৰামপাল মহাৰাজ #SantRampalJiAssameseSatsang #SantRampalJiMaharaj

পূৰ্ণ মোক্ষ

বিশ্ববাসীক অনুৰোধ কৰিছোঁ যে সমগ্ৰ জগতখন কবীৰ পৰমেশ্বৰৰ শৰণত আহি  পৰম শান্তি অৰ্থাৎ পূৰ্ণ মোক্ষ আৰু সনাতন পৰমধাম অৰ্থাৎ সত্যলোক লাভ কৰি  চিৰকাল সুখী হৈ থাকক।

 মুক্তিদাতা সদ্গুৰু ৰামপাল মহাৰাজ

#SantRampalJiAssameseSatsang
#SantRampalJiMaharaj
Sant Rampal Ji Assamese Satsang (@santrampaljiasm) 's Twitter Profile Photo

সন্ত দৰ্শন কবীৰ, সন্ত মিলন কো চালিয়ে, তজ মায়া অভিমান। জো-জো কদম আগে ৰখৈ সো-সো যজ্ঞ সমান।। #SantRampalJiAssameseSatsang #SantRampalJiMaharaj

সন্ত দৰ্শন
কবীৰ, সন্ত মিলন কো চালিয়ে, তজ মায়া অভিমান। জো-জো কদম আগে ৰখৈ সো-সো যজ্ঞ সমান।।
#SantRampalJiAssameseSatsang
#SantRampalJiMaharaj