Dr. Samujjal Bhattacharjya (@samujjalbhatta) 's Twitter Profile
Dr. Samujjal Bhattacharjya

@samujjalbhatta

Chief Advisor, All Assam Students' Union (AASU) & North East Students' Organisation | President, Asom Unnati Sabha | RTs & likes are not endorsements | MAA🙏🏻

ID: 1183300384393031680

calendar_today13-10-2019 08:39:13

1,1K Tweet

61,61K Takipçi

391 Takip Edilen

Dr. Samujjal Bhattacharjya (@samujjalbhatta) 's Twitter Profile Photo

প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি-যোৰহাটত #BelovedZubeen

Dr. Samujjal Bhattacharjya (@samujjalbhatta) 's Twitter Profile Photo

জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম দিৱসৰ দিনটোত মহান নেতাগৰাকীক সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। ভাৰতক স্বাধীন ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰা মহামানৱ জনাৰ অহিংস নীতি,মানৱতাবোধ আৰু জাতি-ধৰ্ম-ভাষা নিৰ্বিশেষে সকলোকে একেলগে লৈ আগবঢ়াৰ আদৰ্শ সমগ্ৰ বিশ্ৰৰ বাবে চিৰদিন পাথেয় হৈ ৰ'ব।

জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম দিৱসৰ দিনটোত মহান নেতাগৰাকীক সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ।

ভাৰতক স্বাধীন ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰা মহামানৱ জনাৰ অহিংস নীতি,মানৱতাবোধ আৰু জাতি-ধৰ্ম-ভাষা নিৰ্বিশেষে সকলোকে একেলগে লৈ আগবঢ়াৰ আদৰ্শ সমগ্ৰ বিশ্ৰৰ বাবে চিৰদিন পাথেয় হৈ ৰ'ব।
Dr. Samujjal Bhattacharjya (@samujjalbhatta) 's Twitter Profile Photo

অসমীয়া জাতিৰ সাংস্কৃতিক ঐতিহ্যৰ অভিভাৱক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ তিথিৰ দিনটোত মহাপুৰুষজনাৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ। গুৰুজনাই ঐক্য-সম্প্ৰীতি, শান্তি-সৌহাদ্য আৰু উদাৰ সহনশীলতাৰ যি বাট অসমীয়া জাতিক দেখুৱাই থৈ গ’ল, সেই বাট চিৰদিন উজ্বল হৈ ৰ’ব৷

অসমীয়া জাতিৰ সাংস্কৃতিক ঐতিহ্যৰ অভিভাৱক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ তিথিৰ দিনটোত মহাপুৰুষজনাৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ।

গুৰুজনাই ঐক্য-সম্প্ৰীতি, শান্তি-সৌহাদ্য আৰু উদাৰ সহনশীলতাৰ যি বাট অসমীয়া জাতিক দেখুৱাই থৈ গ’ল, সেই বাট চিৰদিন উজ্বল হৈ ৰ’ব৷
Dr. Samujjal Bhattacharjya (@samujjalbhatta) 's Twitter Profile Photo

কৃষকৰ সুৰক্ষাৰ হকে 'জয় জোৱান জয় কিষান' ধ্বনিৰে বিপ্লৱৰ সূচনা কৰা দেশৰ দ্বিতীয় গৰাকী প্ৰধানমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰীৰ আজি জন্ম দিৱস। ভাৰতত উৎপাদন আৰু বিতৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰি নতুন দিগন্তৰ সূচনা কৰা নেতাগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।

কৃষকৰ সুৰক্ষাৰ হকে 'জয় জোৱান জয় কিষান' ধ্বনিৰে বিপ্লৱৰ সূচনা কৰা দেশৰ দ্বিতীয় গৰাকী প্ৰধানমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰীৰ আজি জন্ম দিৱস।

ভাৰতত উৎপাদন আৰু বিতৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰি নতুন দিগন্তৰ সূচনা কৰা নেতাগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।
Dr. Samujjal Bhattacharjya (@samujjalbhatta) 's Twitter Profile Photo

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত‍্যুৰ বাবে শ‍্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ পিছত শেখৰজ‍্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক গ্ৰেপ্তাৰ কৰা হৈছে। ছিংগাপুৰৰ অসম এচোছিয়েচনৰ যিসকল ব‍্যক্তিয়ে হাঁহি-খিকিন্দালিৰে শিল্পীগৰাকীৰ অসহায় অৱস্থা চাই আছিল তেওঁলোকক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি

Dr. Samujjal Bhattacharjya (@samujjalbhatta) 's Twitter Profile Photo

১৯৭২ চনৰ মাধ্যম আন্দোলনৰ শ্বহীদ মোজাম্মিল হকৰ আজি মৃত্যু দিৱস।এই দিনটোত বীৰ শ্বহীদ গৰাকীক সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। ভাষা জননীৰ সুৰক্ষাৰ বাবে আত্মোৎসৰ্গা কৰা শ্বহীদ গৰাকীৰ ত্যাগ প্ৰত্যেকজন অসমীয়াৰ বাবে এক নিদৰ্শন হৈ ৰ'ৱ।

১৯৭২ চনৰ মাধ্যম আন্দোলনৰ শ্বহীদ মোজাম্মিল হকৰ আজি মৃত্যু দিৱস।এই দিনটোত বীৰ শ্বহীদ গৰাকীক সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ।

ভাষা জননীৰ সুৰক্ষাৰ বাবে আত্মোৎসৰ্গা কৰা শ্বহীদ গৰাকীৰ ত্যাগ প্ৰত্যেকজন অসমীয়াৰ বাবে এক নিদৰ্শন হৈ ৰ'ৱ।
Dr. Samujjal Bhattacharjya (@samujjalbhatta) 's Twitter Profile Photo

ঐশ্বৰ্য আৰু সম্পদৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰীশ্ৰীলক্ষ্মীদেৱীৰ পূজাৰ দিনটোত অসমৰ ৰাইজক আন্তৰিক শুভেচ্ছা জনাইছোঁ। ৰাজ্যখনৰ প্ৰত্যেকজন ব্যক্তি ঐশ্বৰ্যশালী হ‌ওক,অসমখন অধিক সম্পদশালী হওক,জনসাধাৰণৰ সুখ-শান্তি হ‌ওক-তাৰ বাবে মাৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ। #LakshmiPuja

ঐশ্বৰ্য আৰু সম্পদৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰীশ্ৰীলক্ষ্মীদেৱীৰ পূজাৰ দিনটোত অসমৰ ৰাইজক আন্তৰিক শুভেচ্ছা জনাইছোঁ।

ৰাজ্যখনৰ প্ৰত্যেকজন ব্যক্তি ঐশ্বৰ্যশালী হ‌ওক,অসমখন অধিক সম্পদশালী হওক,জনসাধাৰণৰ সুখ-শান্তি হ‌ওক-তাৰ বাবে মাৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ।

#LakshmiPuja
Dr. Samujjal Bhattacharjya (@samujjalbhatta) 's Twitter Profile Photo

১৯৭২ চনৰ মাধ্যম আন্দোলনৰ শ্বহীদ,ছাত্ৰ নেতা অনিল বৰাৰ আত্মত্যাগৰ দিনটোত শ্বহীদ গৰাকীক সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। ভাষা জননীৰ সুৰক্ষা আৰু অসমীয়া জাতিৰ স্বকীয়তা ৰক্ষাৰ বাবে হোৱা সংগ্ৰামত আত্মোৎসৰ্গা কৰা এই বীৰজনাৰ ত্যাগ চিৰস্মৰণীয় হৈ ৰ'ৱ।

১৯৭২ চনৰ মাধ্যম আন্দোলনৰ শ্বহীদ,ছাত্ৰ নেতা অনিল বৰাৰ আত্মত্যাগৰ দিনটোত শ্বহীদ গৰাকীক সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ।

ভাষা জননীৰ সুৰক্ষা আৰু অসমীয়া জাতিৰ স্বকীয়তা ৰক্ষাৰ বাবে হোৱা সংগ্ৰামত আত্মোৎসৰ্গা কৰা এই বীৰজনাৰ ত্যাগ চিৰস্মৰণীয় হৈ ৰ'ৱ।
Dr. Samujjal Bhattacharjya (@samujjalbhatta) 's Twitter Profile Photo

দোষীয়ে ল’ব পাৰে আইনী সুযোগ,ছাত্ৰ সন্থাই অংশ নলয় SIT-ৰ আলোচনাত

দোষীয়ে ল’ব পাৰে আইনী সুযোগ,ছাত্ৰ সন্থাই অংশ নলয় SIT-ৰ আলোচনাত
Dr. Samujjal Bhattacharjya (@samujjalbhatta) 's Twitter Profile Photo

প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন‍্যায় প্ৰদানৰ দাবীত আছুৰ আহ্বানত ৰাজ‍্যজুৰি অৱস্থান বিক্ষোভ #JusticeForZubeenGarg

প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন‍্যায় প্ৰদানৰ দাবীত আছুৰ আহ্বানত ৰাজ‍্যজুৰি অৱস্থান বিক্ষোভ

#JusticeForZubeenGarg
Dr. Samujjal Bhattacharjya (@samujjalbhatta) 's Twitter Profile Photo

কাতি বিহুৰ পৱিত্ৰ দিনটোত অসমৰ জনসাধাৰণক আন্তৰিক শুভেচ্ছা আৰু ওলগ জনাইছোঁ। আকাশবন্তিৰ পোহৰে সকলোৰে জীৱন আলোকিত কৰক,সুখ-সমৃদ্ধিৰে ভৰি পৰক,কৃষিজীৱী ৰাইজৰ পথাৰ শস্য শ্যামলা হ‌ওক-তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। #KatiBihu

কাতি বিহুৰ পৱিত্ৰ দিনটোত অসমৰ জনসাধাৰণক আন্তৰিক শুভেচ্ছা আৰু ওলগ জনাইছোঁ।

আকাশবন্তিৰ পোহৰে সকলোৰে জীৱন আলোকিত কৰক,সুখ-সমৃদ্ধিৰে ভৰি পৰক,কৃষিজীৱী ৰাইজৰ পথাৰ শস্য শ্যামলা হ‌ওক-তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।

#KatiBihu
Dr. Samujjal Bhattacharjya (@samujjalbhatta) 's Twitter Profile Photo

আমাৰ পদক্ষেপসমূহ সকলো সময়তে শান্তিপূৰ্ণ,অহিংস হ’ব লাগিব #JusticeForZubeenGarg

আমাৰ পদক্ষেপসমূহ সকলো সময়তে শান্তিপূৰ্ণ,অহিংস হ’ব লাগিব

#JusticeForZubeenGarg
Dr. Samujjal Bhattacharjya (@samujjalbhatta) 's Twitter Profile Photo

অসমৰ জনসাধাৰণক কালী পূজা আৰু দিপাৱলীৰ আন্তৰিক শুভেচ্ছা আৰু ওলগ জনালোঁ। মা কালীৰ আৰাধনাই সমাজৰ অপায়-অমংগল বিনাশ কৰাৰ লগতে পোহৰৰ এই উৎসৱে সকলোৰে জীৱন আলোকিত কৰি তুলিব বুলি আশা কৰিলোঁ। #HappyDiwali

অসমৰ জনসাধাৰণক কালী পূজা আৰু দিপাৱলীৰ আন্তৰিক শুভেচ্ছা আৰু ওলগ জনালোঁ।

মা কালীৰ আৰাধনাই সমাজৰ অপায়-অমংগল বিনাশ কৰাৰ লগতে পোহৰৰ এই উৎসৱে সকলোৰে জীৱন আলোকিত কৰি তুলিব বুলি আশা কৰিলোঁ।

#HappyDiwali
Dr. Samujjal Bhattacharjya (@samujjalbhatta) 's Twitter Profile Photo

প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন‍্যায় প্ৰদানৰ দাবীত আছুৰ আহ্বানত ৰাজ‍্যজুৰি ন‍্যায় সমদল #JusticeForZubeenGarg

Dr. Samujjal Bhattacharjya (@samujjalbhatta) 's Twitter Profile Photo

যশস্বী নাট‍্যকাৰ,সুৰকাৰ,গীতিকাৰ,কণ্ঠশিল্পী,অভিনেতা,ঘোষক চৈয়দ ছাদুল্লাৰ মৃত্যুত অত‍্যন্ত মৰ্মাহত হৈছোঁ।আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ ঘোষক আৰু প্ৰথম গৰাকী বাতৰি পঢ়োতা হিচাপে শ্ৰোতাৰ মাজত তেখেতে এক সুকীয়া স্থান অধিকাৰ কৰি আহিছিল।National Geographic,Discovery আদিকে ধৰি কেইবাটাও

৩০ অক্টোবৰৰ দিনটো অসমৰ ইতিহাসৰ এক অভিশপ্ত দিন। ২০০৮ চনৰ এই দিনটোতেই গুৱাহাটী মহানগৰ,কোকৰাঝাৰ,বঙাইগাওঁ আৰু বৰপেটা ৰোডত সংঘটিত ভয়াবহ বোমা বিস্ফোৰণত বহু লোকে প্ৰাণ হেৰুৱালে,বহুজন চিৰজীৱনৰ বাবে ঘুনীয়া হ’ল। এই ঘটনাত প্ৰাণ হেৰুওৱা সকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাই সন্ত্ৰাসবাদ নিপাত যাওক

৩০ অক্টোবৰৰ দিনটো অসমৰ ইতিহাসৰ এক অভিশপ্ত দিন। ২০০৮ চনৰ এই দিনটোতেই গুৱাহাটী মহানগৰ,কোকৰাঝাৰ,বঙাইগাওঁ আৰু বৰপেটা ৰোডত সংঘটিত ভয়াবহ বোমা বিস্ফোৰণত বহু লোকে প্ৰাণ হেৰুৱালে,বহুজন চিৰজীৱনৰ বাবে ঘুনীয়া হ’ল।

এই ঘটনাত প্ৰাণ হেৰুওৱা সকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাই সন্ত্ৰাসবাদ নিপাত যাওক
Dr. Samujjal Bhattacharjya (@samujjalbhatta) 's Twitter Profile Photo

It was a privilege to witness India’s splendid triumph in the ICC Women’s World Cup final. Led with determination and grace by Harmanpreet Kaur, the team displayed exceptional skill, composure, and unity, reflecting the growing strength of women’s cricket in our country. Every run,

It was a privilege to witness India’s splendid triumph in the ICC Women’s World Cup final. Led with determination and grace by <a href="/ImHarmanpreet/">Harmanpreet Kaur</a>, the team displayed exceptional skill, composure, and unity, reflecting the growing strength of women’s cricket in our country. Every run,
Dr. Samujjal Bhattacharjya (@samujjalbhatta) 's Twitter Profile Photo

যশস্বী শিল্পী,বাঁহীবাদক দীপক শৰ্মাৰ দেহাৱসানৰ বাতৰিত অত‍্যন্ত মৰ্মাহত হৈছোঁ।বাঁহীক বাদ‍্যযন্ত্ৰ হিচাপে জনপ্ৰিয় কৰি তোলাত তেখেতে বিশেষ ভুমিকা পালন কৰিছিল।আন্ত:ৰাষ্ট্ৰীয় পৰ্য‍্যায়ত প্ৰতিষ্ঠা লাভ কৰা বাঁহীবাদক গৰাকীৰ মৃত‍্যু অসমৰ সাংস্কৃতিক জগতখনৰ বাবে এক অপূৰণীয় ক্ষতি। বিদেহ

যশস্বী শিল্পী,বাঁহীবাদক দীপক শৰ্মাৰ দেহাৱসানৰ বাতৰিত অত‍্যন্ত মৰ্মাহত হৈছোঁ।বাঁহীক বাদ‍্যযন্ত্ৰ হিচাপে জনপ্ৰিয় কৰি তোলাত তেখেতে বিশেষ ভুমিকা পালন কৰিছিল।আন্ত:ৰাষ্ট্ৰীয় পৰ্য‍্যায়ত প্ৰতিষ্ঠা লাভ কৰা বাঁহীবাদক গৰাকীৰ মৃত‍্যু অসমৰ সাংস্কৃতিক জগতখনৰ বাবে এক অপূৰণীয় ক্ষতি।

বিদেহ
Dr. Samujjal Bhattacharjya (@samujjalbhatta) 's Twitter Profile Photo

সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত বৰছলা শাখা ছাত্ৰ সন্থাৰ উদ‍্যোগত আৰু বৃহত্তৰ বৰছলাবাসী ৰাইজৰ সহযোগত সুধাকণ্ঠ সমন্বয় ক্ষেত্ৰত নৱনিৰ্মিত শ্বহীদ বেদী আৰু সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তি উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণৰ মুহুৰ্ত্ত