profile-img
Ripun Bora

@ripunbora

National Spokesperson, @AITCOfficial | President, @AITC4Assam | Former MP, Rajya Sabha| Former State Legislature, Cabinet Minister|

calendar_today22-05-2013 15:56:13

12,7K Tweets

28,6K Followers

324 Following

Ripun Bora(@ripunbora) 's Twitter Profile Photo

বীৰ বীৰাংগনা সকলৰ মহান ত্যাগেৰে উদ্বুদ্ধ হৈ জাতি-জনগোষ্ঠী সমূহক ঐক্যবদ্ধ কৰি এখন শক্তিশালী আৰু সমৃদ্ধিশালী অসম গঢ়াই আমাৰ মূল লক্ষ্য।

সতী সাধিনী দিৱসৰ পবিত্ৰ ক্ষণত মহান বীৰাংগনা গৰাকীলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।

বীৰ বীৰাংগনা সকলৰ মহান ত্যাগেৰে উদ্বুদ্ধ হৈ জাতি-জনগোষ্ঠী সমূহক ঐক্যবদ্ধ কৰি এখন শক্তিশালী আৰু সমৃদ্ধিশালী অসম গঢ়াই আমাৰ মূল লক্ষ্য। সতী সাধিনী দিৱসৰ পবিত্ৰ ক্ষণত মহান বীৰাংগনা গৰাকীলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।
account_circle