asomiyapratidin(@pratidinasomiya) 's Twitter Profileg
asomiyapratidin

@pratidinasomiya

Asomiya Pratidin's Official Twitter Handle covering all the latest news trends and breaking news | Follow us for all latest news updates from Assam

ID:2241832560

linkhttp://asomiyapratidin.in/ calendar_today12-12-2013 05:13:53

61,1K Tweets

47,4K Followers

262 Following

asomiyapratidin(@pratidinasomiya) 's Twitter Profile Photo

ধনী কেতিয়াও হ'ব নোৱাৰিব! যদিহে সন্ধিয়া ভাগত আপুনি কিনে হালধি... asomiyapratidin.in/lifestyle/neve…

account_circle
asomiyapratidin(@pratidinasomiya) 's Twitter Profile Photo

ধোনিৰ হ'ব পাৰে অন্তিম মেচঃ প্লে' অফ খেলিবলৈ RCB ৰ সন্মুখত জটিল অংক...

asomiyapratidin.in/sports/ipl-pla…

account_circle
asomiyapratidin(@pratidinasomiya) 's Twitter Profile Photo

যোগী আদিত্য নাথৰ বুলডোজাৰ দলিত, আদিবাসী আৰু পিছপৰা শ্ৰেণীৰ বিৰুদ্ধে চলিছে- জয়ৰাম ৰমেশ


asomiyapratidin.in/lok-sabha-2024…

account_circle
asomiyapratidin(@pratidinasomiya) 's Twitter Profile Photo

- হাৰিয়ানাত চলন্ত বাছ অগ্নিদগ্ধ।
- প্ৰায় ৬০ জন তীৰ্থ যাত্ৰী আছিল বাছখনত।
- ৮ জনৰ মৃত্যু, ২৪ জন আহত।
- বৃন্দাবন, মথুৰা ভ্ৰমণ কৰি ঘূৰি আহিছিল তীৰ্থযাত্ৰীসকল।

- হাৰিয়ানাত চলন্ত বাছ অগ্নিদগ্ধ। - প্ৰায় ৬০ জন তীৰ্থ যাত্ৰী আছিল বাছখনত। - ৮ জনৰ মৃত্যু, ২৪ জন আহত। - বৃন্দাবন, মথুৰা ভ্ৰমণ কৰি ঘূৰি আহিছিল তীৰ্থযাত্ৰীসকল। #haryana #brindaban #mathura #punjab #AsomiyaPratidin
account_circle
asomiyapratidin(@pratidinasomiya) 's Twitter Profile Photo

কংগ্ৰেছ নেতা তথা উত্তৰ পূব দিল্লীৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী কানহায়া কুমৰাক আক্ৰমণ। কানাহায়াৰ দেহলৈ চিঁয়াহী নিক্ষেপ কৰাৰ লগতে শাৰীৰিক আক্ৰমণ।

কংগ্ৰেছ নেতা তথা উত্তৰ পূব দিল্লীৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী কানহায়া কুমৰাক আক্ৰমণ। কানাহায়াৰ দেহলৈ চিঁয়াহী নিক্ষেপ কৰাৰ লগতে শাৰীৰিক আক্ৰমণ। #kanhayakumar #Congress #Delhi #AAP #BJP #LoksabhaElection #LokSabhaElection2024 #AsomiyaPratidin
account_circle
asomiyapratidin(@pratidinasomiya) 's Twitter Profile Photo

ধেমাজিত চাৰি গৰু চোৰ আটকঃ দুমহাতে চোৰ হ'ল ২০০ ৰো অধিক গোধন...

asomiyapratidin.in/assam/dhemaji/…
Dhemaji Police

account_circle
asomiyapratidin(@pratidinasomiya) 's Twitter Profile Photo

দিল্লীত কানহায়া কুমাৰৰ ওপৰত শাৰীৰিক আক্ৰমণঃ বিজেপি সাংসদ মনোজ তিৱাৰীলৈ অভিযোগৰ আঙুলি...

asomiyapratidin.in/lok-sabha-2024…

account_circle
asomiyapratidin(@pratidinasomiya) 's Twitter Profile Photo

কৰিমগঞ্জত নিচাজাতীয় সামগ্ৰী জব্দ asomiyapratidin.in/assam/silchar/…
Assam Police

account_circle
asomiyapratidin(@pratidinasomiya) 's Twitter Profile Photo

গ্ৰাহকক প্ৰবঞ্চনাৰে লুণ্ঠন কৰা যোগানন্দ বৰগোঁহাই আৰক্ষীৰ জালত asomiyapratidin.in/assam/lakhimpu…

account_circle
asomiyapratidin(@pratidinasomiya) 's Twitter Profile Photo

প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৰ বিয়োগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শোক প্ৰকাশ asomiyapratidin.in/assam/minister…

Sarbananda Sonowal (Modi Ka Parivar)

account_circle
asomiyapratidin(@pratidinasomiya) 's Twitter Profile Photo

মানকাচৰত ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ বিষয়াৰ দলৰ কৃষিপথাৰ পৰ্যবেক্ষণ asomiyapratidin.in/assam/team-of-…

Atul Bora

account_circle
asomiyapratidin(@pratidinasomiya) 's Twitter Profile Photo

নগাঁৱত পৰাগ কুমাৰ দাসৰ সোঁৱৰণত কলমৰ দিন উদযাপন asomiyapratidin.in/assam/nagaon/k…

account_circle
asomiyapratidin(@pratidinasomiya) 's Twitter Profile Photo

স্বাভিমানসহ এটা জাতি জীয়াই থকাৰ অধিকাৰ বিচাৰিছিল পৰাগ দাসেঃ গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পৰাগ স্মৰণ’…asomiyapratidin.in/homepage/parag…

account_circle
asomiyapratidin(@pratidinasomiya) 's Twitter Profile Photo

ধুমুহা-বৰষুণঃ গীতানগৰত গাড়ীৰ ওপৰতে বাগৰিল গছ, তীব্ৰ যান-জঁট... asomiyapratidin.in/guwahati-news/…

account_circle
asomiyapratidin(@pratidinasomiya) 's Twitter Profile Photo

৮০০ ঔষধৰ মূল্য বৃদ্ধিৰ বিপৰীতে ৪১ বিধ ঔষধৰ মূল্য হ্ৰাসেৰে জনতালৈ সকাহ...

asomiyapratidin.in/national/nppa-…

account_circle
asomiyapratidin(@pratidinasomiya) 's Twitter Profile Photo

ৰঙাপৰাৰ কলনী চাহ বাগিচাত ভেকুলী বিয়া asomiyapratidin.in/assam/sonitpur…

account_circle
asomiyapratidin(@pratidinasomiya) 's Twitter Profile Photo

কিয় সংবাদ মেল সম্বোধন নকৰে প্ৰধানমন্ত্ৰী মোডীয়ে? নিজেই দিলে এই প্ৰশ্নৰ উত্তৰ...

asomiyapratidin.in/lok-sabha-2024…

account_circle
asomiyapratidin(@pratidinasomiya) 's Twitter Profile Photo

কোভাক্সিন লোৱা ব্যক্তিয়েও ভুগিছে পাৰ্শ্বক্ৰিয়াত ! asomiyapratidin.in/national/peopl…

account_circle
asomiyapratidin(@pratidinasomiya) 's Twitter Profile Photo

ট্ৰেক্টৰৰ সৈতে বিমানৰ দুৰ্ঘটনাঃ যাত্ৰীৰ সুৰক্ষাক লৈ হেতালি এয়াৰ ইণ্ডিয়াৰ !

asomiyapratidin.in/national/elhi-…

account_circle