profile-img
Pallab Lochan Das (Modi Ka Parivar)

@pallablochandas

MP, Tezpur, Assam । General Secretary @BJP4Assam । Ex Minister, Govt of Assam & 2-Time MLA । President, Assam Basketball Association

calendar_today11-09-2016 13:37:29

11,5K Tweets

41,2K Followers

237 Following

Pallab Lochan Das (Modi Ka Parivar)(@pallablochandas) 's Twitter Profile Photo

আজি অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। মই অসমৰ শ্ৰদ্ধাৰ জনতাক অনুৰোধ জনাইছোঁ যাতে আপোনালোকে সদলবলে ওলাই আহক আৰু অসমৰ শান্তি, প্ৰগতি আৰু উন্নয়নৰ ধাৰা অবিৰত ৰাখি, গণতন্ত্ৰ সুৰক্ষিত কৰি ৰাখিবলৈ এখন শক্তিশালী চৰকাৰ গঠনৰ বাবে আপোনাৰ বহুমূলীয়া ভোট প্ৰদান কৰক।

account_circle