Jogen Mohan (@jogenmohanassam) 's Twitter Profile
Jogen Mohan

@jogenmohanassam

Official Twitter handle of Jogen Mohan, Cabinet Minister (Transport, Hills Areas, Co-operation & Indigenous and Tribal Faith & Culture Deptts), Govt. of Assam

ID: 1410907258733568004

linkhttps://www.facebook.com/JogenMohanAssam calendar_today02-07-2021 10:25:12

1,1K Tweet

5,5K Takipçi

66 Takip Edilen

TERI (@teriin) 's Twitter Profile Photo

On June 19, 2025, TERI had the privilege of welcoming Shri Jogen Mohan, Hon’ble Minister of Indigenous and Tribal Faith and Culture, Government of Assam, and Shri Pankaj Chakravarty, ACS, Deputy Commissioner, Tamulpur District, Assam, for an official visit to its Gual Pahadi

Jogen Mohan (@jogenmohanassam) 's Twitter Profile Photo

"যোগৰ দ্বাৰা মন শান্ত হোৱাৰ লগতে ই শৰীৰটোকো বহু ৰোগৰ পৰা সুৰক্ষিত কৰি ৰাখিব পাৰে" । স্বাস্থ্য আৰু সম্প্ৰীতিৰ বাবে একত্ৰিত হোৱাৰ লক্ষ্যৰে আজি চৰাইদেউ জিলাৰ সোণাৰী ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা ১১ সংখ্যক আন্তঃজাৰ্তিক যোগ দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকো।

"যোগৰ দ্বাৰা মন শান্ত হোৱাৰ লগতে ই শৰীৰটোকো বহু ৰোগৰ পৰা সুৰক্ষিত কৰি ৰাখিব পাৰে" ।
স্বাস্থ্য আৰু সম্প্ৰীতিৰ বাবে একত্ৰিত হোৱাৰ লক্ষ্যৰে আজি চৰাইদেউ জিলাৰ সোণাৰী ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা  ১১ সংখ্যক আন্তঃজাৰ্তিক যোগ দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকো।
Pijush Hazarika (@pijush_hazarika) 's Twitter Profile Photo

Attending the #AssamCabinet meeting at Lok Sewa Bhawan, Dispur, chaired by Hon’ble Chief Minister Dr Himanta Biswa Sarma Dangoriya, along with my esteemed Cabinet colleagues.

Attending the #AssamCabinet meeting at Lok Sewa Bhawan, Dispur, chaired by Hon’ble Chief Minister Dr Himanta Biswa Sarma Dangoriya, along with my esteemed Cabinet colleagues.
Jogen Mohan (@jogenmohanassam) 's Twitter Profile Photo

আজি মৰাণহাটৰ ৰাধাকৃষ্ণ বিবাহ ভৱনত চৰাইদেউ জিলা মৰাণ মণ্ডলৰ কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰোঁ । উক্ত সভাত সন্মানীয় মণ্ডল সভাপতিৰ প্ৰমুখ্যে দলীয় নেতৃবৃন্দ উপস্থিত আছিল । এই সভাতেই আগন্তুক দিনত জিলাখনত ল'বলগীয়া দলীয় কাৰ্যপন্থাৰ সন্দৰ্ভত আলোচনা কৰা হয়। BJP Assam Pradesh

অসমৰ মাননীয় মুখ্যমন্ত্ৰী Himanta Biswa Sarma ডাঙৰীয়াৰ আহ্বান মৰ্মে আজি শিৱসাগৰৰ ভটীয়াপাৰত উপস্থিত হৈ ONGC ৰ গেছ নির্গমনৰ ঘটনাস্থলীত ONGC ৰ কৰ্তৃপক্ষৰ সৈতে পৰিস্থিতি নিৰ্মূলৰ অগ্ৰগতি বিষয়ে পৰ্যালোচনা কৰো ।

আজি মাহমৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত মুঠ ৬ টাকৈ পঞ্চায়ত ক্ৰমে নিজখালৈঘুগুৰা,চেপন,ডবা,হলৌফুকন,নিমনাগড় আৰু চৰাইদেউ পঞ্চায়তৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকি নৱ-নিৰ্বাচিত সভাপতি,উপ-সভাপতি সকলৰ লগতে সমূহ সদস্য/সদস্যাক শুভেচ্ছা জনাও । BJP Assam Pradesh

॥ জয় মা কামাখ্যা ॥ পৱিত্ৰ অম্বুবাচী মহাযোগৰ শুভক্ষণত আজি সন্ধিয়া সকলোৰে মংগল কামনা কৰি মা কামাখ্যা দেৱীৰ শ্ৰীচৰণত আশীৰ্বাদ লওঁ।

॥ জয় মা কামাখ্যা ॥

পৱিত্ৰ অম্বুবাচী মহাযোগৰ শুভক্ষণত আজি সন্ধিয়া সকলোৰে মংগল কামনা কৰি মা কামাখ্যা দেৱীৰ শ্ৰীচৰণত আশীৰ্বাদ লওঁ।
Narendra Modi (@narendramodi) 's Twitter Profile Photo

I had a wonderful conversation with Group Captain Shubhanshu Shukla as he shared his experiences from the International Space Station. Watch the special interaction! x.com/i/broadcasts/1…

Jogen Mohan (@jogenmohanassam) 's Twitter Profile Photo

আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত “মন্থন বৈঠক’ত ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলৰ সমবায় মন্ত্ৰীসকলৰ সৈতে অংশগ্ৰহণ কৰো।মাননীয় কেন্দ্ৰীয় সমবায় মন্ত্ৰী Amit Shah ডাঙৰীয়াৰ উপস্হিতিত অনুষ্ঠিত বৈঠকতেই সমবায় খণ্ডৰ ভৱিষ্যতক এক নতুন দিশ প্ৰদান কৰাৰ লক্ষ্যৰে নতুন পৰিকল্পনা লোৱা হয়

Amit Shah (@amitshah) 's Twitter Profile Photo

मोदी सरकार राज्यों को साथ लेकर निरंतर सहकारी क्षेत्र को उन्नति और समृद्धि की ओर ले जा रही है। आज नई दिल्ली में सभी राज्यों और केंद्र शासित प्रदेशों के सहकारिता मंत्रियों के साथ सहकारिता क्षेत्र की प्रगति और विकास पर मंथन बैठक की। केंद्र सरकार जल्द ही राष्ट्रीय सहकारिता नीति की

मोदी सरकार राज्यों को साथ लेकर निरंतर सहकारी क्षेत्र को उन्नति और समृद्धि की ओर ले जा रही है। आज नई दिल्ली में सभी राज्यों और केंद्र शासित प्रदेशों के सहकारिता मंत्रियों के साथ सहकारिता क्षेत्र की प्रगति और विकास पर मंथन बैठक की।
केंद्र सरकार जल्द ही राष्ट्रीय सहकारिता नीति की
Jogen Mohan (@jogenmohanassam) 's Twitter Profile Photo

মাননীয় মুখ্যমন্ত্ৰী Himanta Biswa Sarma ডাঙৰীয়াৰ নেতৃত্বত এতিয়া প্ৰতিটো সমষ্টিত ক্ৰীড়াই এক দিগন্তৰ সূচনা কৰিব । মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত এই ক্ৰীড়া প্ৰকল্পই খেলুৱৈ সকলক উৎসাহিত কৰিব।

Jogen Mohan (@jogenmohanassam) 's Twitter Profile Photo

আজি বৰপথাৰ দুৱৰণী-আলিচিঙা অঞ্চলত থকা পুৰাতত্ত্ব বিভাগৰ পৌৰাণিক কীৰ্তিচিহ্নসমূহ পৰিদৰ্শন কৰো। পৰিদৰ্শনৰ সময়ত বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ লগতে পুৰাতত্ব বিভাগৰ সঞ্চালক ড° দিপী ৰেখা কৌলিককে ধৰি বিভাগীয় বিষয়াসকল উপস্থিত আছিল। Chief Minister Assam

আজি বৰপথাৰ দুৱৰণী-আলিচিঙা অঞ্চলত থকা পুৰাতত্ত্ব বিভাগৰ পৌৰাণিক কীৰ্তিচিহ্নসমূহ পৰিদৰ্শন কৰো।

পৰিদৰ্শনৰ সময়ত বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ লগতে পুৰাতত্ব বিভাগৰ সঞ্চালক ড° দিপী ৰেখা কৌলিককে ধৰি বিভাগীয় বিষয়াসকল উপস্থিত আছিল।

Chief Minister Assam
Jogen Mohan (@jogenmohanassam) 's Twitter Profile Photo

গুৱাহাটীলৈ চৰকাৰী কাৰ্যসূচীত যোৱাৰ সময়ছোৱাত সৰুপথাৰ মহাবিদ্যালয়ত উপস্থিত হও । এই সময়ছোৱাত সৰুপথাৰ মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ মৰম আৰু আদৰৰ বাবে কৃতজ্ঞ হৈছো । মোৰ সৈতে উপস্থিত থাকে সৰুপথাৰ সমষ্টিৰ বিধায়ক @Biswajit Phukan লগতে কেইবাগৰাকীও বিভিন্ন বিভাগৰ বিষয়া ।

গুৱাহাটীলৈ চৰকাৰী কাৰ্যসূচীত যোৱাৰ সময়ছোৱাত সৰুপথাৰ মহাবিদ্যালয়ত উপস্থিত হও । এই সময়ছোৱাত সৰুপথাৰ মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ মৰম আৰু আদৰৰ বাবে কৃতজ্ঞ হৈছো ।
মোৰ সৈতে উপস্থিত থাকে সৰুপথাৰ সমষ্টিৰ বিধায়ক @Biswajit Phukan লগতে কেইবাগৰাকীও বিভিন্ন বিভাগৰ বিষয়া ।
Jogen Mohan (@jogenmohanassam) 's Twitter Profile Photo

সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ডাঙৰীয়াৰ পূজনীয়া মাতৃ প্ৰয়াত বীণা ভট্টাচাৰ্য ডাঙৰীয়ানীৰ আজি মৎস্যস্পৰ্শৰ দিনা গুৱাহাটীস্থিত বাসগৃহত উপস্থিত হৈ আইগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ ।

আজি হলৌফুকন গাঁও পঞ্চায়তত মুখ্যমন্ত্ৰীৰ অসম দৰ্শন আঁচনিৰ অধীনত চেক বিতৰণ কৰো । Himanta Biswa Sarma

আজি হলৌফুকন গাঁও পঞ্চায়তত মুখ্যমন্ত্ৰীৰ অসম দৰ্শন আঁচনিৰ অধীনত চেক বিতৰণ কৰো ।
Himanta Biswa Sarma