The Critical Script (@scriptcritical) 's Twitter Profile
The Critical Script

@scriptcritical

The world needs more voices standing alongside humanity. We're one of those voices who speaks for the interest of our brotherhood & sisterhood.

ID: 1473196592572239879

linkhttps://thecriticalscript.com/ calendar_today21-12-2021 07:41:10

2,2K Tweet

107 Takipçi

18 Takip Edilen

The Critical Script (@scriptcritical) 's Twitter Profile Photo

Urpad Beel in Assam where vibrant blooms meet rich biodiversity. A serene haven for birds, fish, and aquatic life. #UrpadBeel #AssamDiaries #NaturalBeauty #BiodiversityHotspot #WetlandWonders #NorthEastIndia

Urpad Beel in Assam where vibrant blooms meet rich biodiversity. A serene haven for birds, fish, and aquatic life.

#UrpadBeel #AssamDiaries #NaturalBeauty #BiodiversityHotspot #WetlandWonders #NorthEastIndia
The Critical Script (@scriptcritical) 's Twitter Profile Photo

অসম চৰকাৰৰ সাম্প্রতিক উচ্ছেদ অভিযান অব্যাহত। চৰকাৰৰ অনুসৰি, এই পদক্ষেপৰ উদ্দেশ্য হৈছে অবৈধভাৱে অধিকৃত চৰকাৰী আৰু বনাঞ্চল মুক্ত কৰি পৰিবেশ সংৰক্ষণ, বন্যপ্ৰাণীৰ স্বাধীন চলাচল নিশ্চিত কৰা আৰু অসমীয়া জাতি-পৰিচয় ৰক্ষা কৰা। Read more... #assameviction thecriticalscript.com/article-detail…

অসম চৰকাৰৰ সাম্প্রতিক উচ্ছেদ অভিযান অব্যাহত। চৰকাৰৰ অনুসৰি, এই পদক্ষেপৰ উদ্দেশ্য হৈছে অবৈধভাৱে অধিকৃত চৰকাৰী আৰু বনাঞ্চল মুক্ত কৰি পৰিবেশ সংৰক্ষণ, বন্যপ্ৰাণীৰ স্বাধীন চলাচল নিশ্চিত কৰা আৰু অসমীয়া জাতি-পৰিচয় ৰক্ষা কৰা। Read more...

#assameviction 

thecriticalscript.com/article-detail…
The Critical Script (@scriptcritical) 's Twitter Profile Photo

কাৰ্বিসকলৰ আ-অলংকাৰৰ পৰম্পৰাৰ কথা ক'বলৈ হ'লে তেঁওলোকৰ বিশেষ নিয়ম আৰু সংস্কাৰসমূহ উল্লেখ কৰিব লাগিব। উদাহৰণস্বৰূপে, কাৰ্বি সমাজত মহিলাসকলক সাধাৰণতে সোণৰ গহণা পৰিধান কৰিবলৈ নিষেধ কৰা হৈছিল, য'ত কেৱল পুৰুষসকলেহে সোণৰ অলংকাৰ পিন্ধিবলৈ অনুমতি পাইছিল। #karbi #tradition #assam

কাৰ্বিসকলৰ আ-অলংকাৰৰ পৰম্পৰাৰ কথা ক'বলৈ হ'লে তেঁওলোকৰ বিশেষ নিয়ম আৰু সংস্কাৰসমূহ উল্লেখ কৰিব লাগিব। উদাহৰণস্বৰূপে, কাৰ্বি সমাজত মহিলাসকলক সাধাৰণতে সোণৰ গহণা পৰিধান কৰিবলৈ নিষেধ কৰা হৈছিল, য'ত কেৱল পুৰুষসকলেহে সোণৰ অলংকাৰ পিন্ধিবলৈ অনুমতি পাইছিল।

#karbi #tradition #assam
The Critical Script (@scriptcritical) 's Twitter Profile Photo

এনে এগৰাকী মহিলা যি,বলীউড বা ৰাজনীতিত নাই, সেয়েহে সংবাদ মাধ্যমত তেওঁক খুব কমেইহে দেখা যায়। গীতা গোপীনাথ, যাৰ নাম অতি কম সংখ্যক লোকেহে জানে যদিও বিশ্ব অৰ্থনীতিত ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে। Read more... #GeetaGopinath #IndianEconomist #IMFLeadership thecriticalscript.com/article-detail…

এনে এগৰাকী মহিলা যি,বলীউড বা ৰাজনীতিত নাই, সেয়েহে সংবাদ মাধ্যমত তেওঁক খুব কমেইহে দেখা যায়। গীতা গোপীনাথ, যাৰ নাম অতি কম সংখ্যক লোকেহে জানে যদিও বিশ্ব অৰ্থনীতিত ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে। Read more...

#GeetaGopinath  #IndianEconomist  #IMFLeadership  

thecriticalscript.com/article-detail…
The Critical Script (@scriptcritical) 's Twitter Profile Photo

উপ ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ জগদীপ ধনখড়ৰ। তেখেতে স্বাস্থ্যজনিত কাৰণতে পদত্যাগ কৰিছে বুলি জানিব পৰা গৈছে। #vicepresident #india #resigns #jagdeepdhankhar

উপ ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ জগদীপ ধনখড়ৰ। তেখেতে স্বাস্থ্যজনিত কাৰণতে পদত্যাগ কৰিছে বুলি জানিব পৰা গৈছে। 

#vicepresident #india #resigns #jagdeepdhankhar
The Critical Script (@scriptcritical) 's Twitter Profile Photo

নেঘেৰিবিলৰ খিলঞ্জীয়া মিচিং জনগোষ্ঠীৰ মাজত গভীৰ উদ্বেগ আৰু ভয়ৰ পৰিৱেশ সৃষ্টি হৈছে। একাংশ মিচিং লোকে ৰাজ্য চৰকাৰলৈ ভূমি উচ্ছেদৰ দাবীত পত্ৰ প্ৰেৰণ কৰাৰ পাছৰে পৰা, সন্দেহজনক ব্যক্তিসকলৰ পৰা তেওঁলোকে ভয় আৰু ভাবুকি পোৱাৰ কথা সদৰি কৰিছে। #TCSTrending thecriticalscript.com/article-detail…

The Critical Script (@scriptcritical) 's Twitter Profile Photo

Ujiror Tol in Lakhimpur, Assam — the sacred birthplace of Sri Sri Madhabdev, the devoted disciple of Srimanta Shankardeva. A timeless symbol of Assam’s spiritual and cultural legacy. VC: AwesomeAssam #UjirorTol #SriSriMadhabdev #CultureAndHistory #Assam

The Critical Script (@scriptcritical) 's Twitter Profile Photo

The roots of culture in Assam go back almost five thousand years when the first wave of humans, the Austroasiatic people, reached the Brahmaputra valley. Read more... #assam #culture #history thecriticalscript.com/article-detail…

The Critical Script (@scriptcritical) 's Twitter Profile Photo

Legendary rocker Ozzy Osbourne has died at 76, just weeks after his final performance at Villa Park. Known as the “Prince of Darkness,” Ozzy rose to fame with Black Sabbath and a solo career marked by hits like Crazy Train and Paranoid. #RIPOzzyOsbourne #OzzyForever #BlackSabbath

Legendary rocker Ozzy Osbourne has died at 76, just weeks after his final performance at Villa Park.
Known as the “Prince of Darkness,” Ozzy rose to fame with Black Sabbath and a solo career marked by hits like Crazy Train and Paranoid.
#RIPOzzyOsbourne #OzzyForever #BlackSabbath
The Critical Script (@scriptcritical) 's Twitter Profile Photo

প্ৰাকৃতিক সম্পদত চহকী আমাৰ ৰাজ্য অসম ভাৰতৰ উত্তৰ-পূবত অৱস্থিত ৰাজ্যসমূহৰ ভিতৰত এখন । অসমখনক তিনিটা প্ৰাকৃতিক বিভাগত ভাগ কৰা হৈছে -- ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা আৰু পাহাৰীয়া অঞ্চল । ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰধান ভাষা হ'ল -অসমীয়া Read more... thecriticalscript.com/article-detail…

The Critical Script (@scriptcritical) 's Twitter Profile Photo

কেৱল নীলাচলতে নহয়, কামকূট পাহাৰতো আছে মা কামাখ্যাৰ দ্বিতীয় দেৱালয়। নগাঁৱৰ শিলঘাটৰ এই কামাখ্যা দেৱালয়ক দ্বিতীয় শক্তিপীঠ বুলি জনা যায়। অৱশ্যে নীলাচল পাহাৰৰ দৰে শিলঘাটৰ কামাখ্যা দেৱালয়ত হাজাৰ হাজাৰ ভক্তৰ আগমণ নঘটে। #kamakhyadevalaya #kamkut #nagaon #assam

কেৱল নীলাচলতে নহয়, কামকূট পাহাৰতো আছে মা কামাখ্যাৰ দ্বিতীয় দেৱালয়। নগাঁৱৰ শিলঘাটৰ এই কামাখ্যা দেৱালয়ক দ্বিতীয় শক্তিপীঠ বুলি জনা যায়। অৱশ্যে নীলাচল পাহাৰৰ দৰে শিলঘাটৰ কামাখ্যা দেৱালয়ত হাজাৰ হাজাৰ ভক্তৰ আগমণ নঘটে। 

#kamakhyadevalaya #kamkut #nagaon #assam
The Critical Script (@scriptcritical) 's Twitter Profile Photo

মাজ আকাশৰ পৰা সন্ধানহীন হোৱা ৰাছিয়াৰ যাত্ৰীবাহী বিমানখনৰ ধ্বংসাৱশেষ উদ্ধাৰ। আংগাৰা এয়াৰলাইনছৰ বিমানখনত থকা সকলো ৫০ জন যাত্ৰীৰ মৃত্যু। বিমানখন আমুৰৰ টিণ্ডা চহৰলৈ যোৱাৰ সময়তে ৰাডাৰৰ পৰা সংযোগ বিচ্ছিন্ন হৈছিল। #Russia #PlaneCrash #BreakingNews

মাজ আকাশৰ পৰা সন্ধানহীন হোৱা ৰাছিয়াৰ যাত্ৰীবাহী বিমানখনৰ ধ্বংসাৱশেষ উদ্ধাৰ। আংগাৰা এয়াৰলাইনছৰ বিমানখনত থকা সকলো ৫০ জন যাত্ৰীৰ মৃত্যু। বিমানখন আমুৰৰ টিণ্ডা চহৰলৈ যোৱাৰ সময়তে ৰাডাৰৰ পৰা সংযোগ বিচ্ছিন্ন হৈছিল।

#Russia #PlaneCrash #BreakingNews
The Critical Script (@scriptcritical) 's Twitter Profile Photo

Situated at 3,000m, Mandala Top in Dirang, Arunachal Pradesh, offers panoramic views of forests, hills & Dirang valley. Home to a 22-ft Buddha statue surrounded by 108 manes, it’s a serene blend of nature & spirituality. 🌄 VC: a_himalayan_soul #MandalaTop #DirangDiaries

The Critical Script (@scriptcritical) 's Twitter Profile Photo

Witness the wild spirit of Dibru-Saikhowa's feral horses. A rare legacy of history running free in nature's lap. #DibruSaikhowa #FeralHorses #WildlifeIndia #RareWildlife #IncredibleIndia #NatureWonders #EcoTourism

Witness the wild spirit of Dibru-Saikhowa's feral horses. A rare legacy of history running free in nature's lap.

#DibruSaikhowa #FeralHorses #WildlifeIndia #RareWildlife #IncredibleIndia #NatureWonders #EcoTourism
The Critical Script (@scriptcritical) 's Twitter Profile Photo

পদুম কুঁৱৰী হৈছে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা লিখিত একমাত্ৰ উপন্যাস। উপন্যাসখন ১৯০৫ চনত প্ৰকাশিত হৈছিল। এইখন এক বুৰঞ্জীমূলক উপন্যাস। #padumkuwari #lakshminathbezbaruah #assamesenovel

The Critical Script (@scriptcritical) 's Twitter Profile Photo

আজি দেশে উদযাপন কৰিছে কাৰ্গিল বিজয় দিৱস। ১৯৯৯ চনৰ ২৬ জুলাইৰ দিনটো ভাৰতীয় সেনাৰ ইতিহাসত সোণালী আখৰেৰে খোদিত হৈ আছে। এই দিনটোতে ভাৰতে কাৰ্গিল যুদ্ধত বিজয় সাব্যস্ত কৰিছিল। #KargilVijayDiwas

The Critical Script (@scriptcritical) 's Twitter Profile Photo

অসমৰ গৌৰৱৰ ক্ষণ! ডিগবৈৰ পাৱৈ বনগাৱৰ হিমানী গুৰুঙ ADITYA-L1 Solar Astronomy Workshop-ত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত। ইছৰোৰ সৌৰ অভিযানৰ সৈতে জড়িত এই কৰ্মশালাত অংশ লোৱা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ ছাত্ৰী হিমানী গুৰুঙ।

অসমৰ গৌৰৱৰ ক্ষণ! 
ডিগবৈৰ পাৱৈ বনগাৱৰ হিমানী গুৰুঙ ADITYA-L1 Solar Astronomy Workshop-ত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত।
ইছৰোৰ সৌৰ অভিযানৰ সৈতে জড়িত এই কৰ্মশালাত অংশ লোৱা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ ছাত্ৰী হিমানী গুৰুঙ।
The Critical Script (@scriptcritical) 's Twitter Profile Photo

বিশ্বৰ অন্যতম বিশাল নদী ব্ৰক্ষ্মপুত্ৰ এই অসম ৰাজ্যৰ মাজেৰে প্ৰবাহিত হৈছে আৰু ইয়াৰ দুয়োপাৰে গঢ় লৈ উঠিছিল প্ৰাচীন সভ্যতাই। প্ৰাচীন কালত অসমক চিহ্নিত কৰা হৈছিল প্ৰাগ‌্জ্যোতিষপুৰ নামেৰে। Read more.. #assam #historicplaces #mortheast thecriticalscript.com/article-detail…

বিশ্বৰ অন্যতম বিশাল নদী ব্ৰক্ষ্মপুত্ৰ এই অসম ৰাজ্যৰ মাজেৰে প্ৰবাহিত হৈছে আৰু ইয়াৰ দুয়োপাৰে গঢ় লৈ উঠিছিল প্ৰাচীন সভ্যতাই। প্ৰাচীন কালত অসমক চিহ্নিত কৰা হৈছিল প্ৰাগ‌্জ্যোতিষপুৰ নামেৰে।   Read more..

#assam #historicplaces #mortheast

thecriticalscript.com/article-detail…
The Critical Script (@scriptcritical) 's Twitter Profile Photo

Divya Deshmukh makes history! At just 19, she becomes the 1st Indian to win the FIDE Women’s World Cup, defeating GM Koneru Humpy in a thriller. Now India’s 88th Grandmaster, she books a spot in the Candidates Tournament! #DivyaDeshmukh #IndianChess #FIDEWomensWorldCup

Divya Deshmukh makes history!
At just 19, she becomes the 1st Indian to win the FIDE Women’s World Cup, defeating GM Koneru Humpy in a thriller. Now India’s 88th Grandmaster, she books a spot in the Candidates Tournament!

#DivyaDeshmukh #IndianChess #FIDEWomensWorldCup
The Critical Script (@scriptcritical) 's Twitter Profile Photo

ৰেংমা বনাঞ্চলত অবৈধভাৱে দখল কৰা মুঠ ১০,৯৫৮ বিঘা ভূমি উদ্ধাৰ কৰিবলৈ চৰকাৰী প্ৰশাসনে বৃহৎ উচ্ছেদ অভিযান চলাইছে। আজি পুৱা পৰা আৰম্ভ হোৱা এই অভিযানত বহু জিলাৰ পৰা অহা ২,০০০তকৈ অধিক আৰক্ষী আৰু ৫০০তকৈ বেছি বন সুৰক্ষাকৰ্মী সক্ৰিয়ভাৱে জড়িত আছে। #TCSTrending thecriticalscript.com/article-detail…