🌼..গীতাৱলী..🌼 (@gitawalisarma) 's Twitter Profile
🌼..গীতাৱলী..🌼

@gitawalisarma

🕊🥀অব্যক্ত ভাষাৰে লিখিব মন আছে এটি ভাষাহীন কবিতা; অনুভৱী আখৰেৰে যত নিহিত হৈ থাকে জীৱনৰ অনুপম সংজ্ঞা.....।।🌻🦋✨

facebook.com/gitawali.sarma

ID: 1409138989978644484

linkhttps://instagram.com/gitawalisarma?igshid=YmMyMTA2M2Y= calendar_today27-06-2021 13:19:09

852 Tweet

6,6K Takipçi

536 Takip Edilen

🌼..গীতাৱলী..🌼 (@gitawalisarma) 's Twitter Profile Photo

🌻নিয়ৰৰ মুকুতাসনা অশ্রুবোৰত সুখ দুখৰ মিশ্ৰিত ৰঙবোৰ সিচঁৰিত হৈ থকা সময়বোৰ.....।।👀🦋✨

🌻নিয়ৰৰ মুকুতাসনা অশ্রুবোৰত সুখ দুখৰ মিশ্ৰিত ৰঙবোৰ সিচঁৰিত হৈ থকা সময়বোৰ.....।।👀🦋✨
🌼..গীতাৱলী..🌼 (@gitawalisarma) 's Twitter Profile Photo

🕊️দুখৰ অৰণ্য নাথাকিলে😊 ক'ত আহি জিৰাবহি সুখৰ চৰাই....।।🥀🐦🌻

🕊️দুখৰ অৰণ্য নাথাকিলে😊
ক'ত আহি জিৰাবহি সুখৰ চৰাই....।।🥀🐦🌻
🌼..গীতাৱলী..🌼 (@gitawalisarma) 's Twitter Profile Photo

या देवी सर्वभूतेषु शक्ति-रूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ #শুভমহালয়া 🙏 পৃথিৱীলৈ 'মা' ৰ আগমন।❤️✨ সমাজৰ পৰা বিনাশ হৈ যাওক অসূয়া-অশান্তি বোৰ। পৃথিৱীখন কেবলমাত্ৰ হৈ উঠক সেউজীয়া আৰু শান্তিৰ প্ৰতীক...।।

या देवी सर्वभूतेषु शक्ति-रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥    

       #শুভমহালয়া 🙏

পৃথিৱীলৈ 'মা' ৰ আগমন।❤️✨
সমাজৰ পৰা বিনাশ হৈ যাওক অসূয়া-অশান্তি বোৰ।
পৃথিৱীখন কেবলমাত্ৰ হৈ উঠক সেউজীয়া আৰু শান্তিৰ প্ৰতীক...।।
🌼..গীতাৱলী..🌼 (@gitawalisarma) 's Twitter Profile Photo

🥀সাহস হৈ বৈ যোৱা, সংগ্ৰামী উশাহবোৰে সকাহ পাব। প্ৰেৰণা হৈ বৈ যোৱা, সময়ে আজীৱন‌ আওৰাব.....।।🌻🦋✨

🥀সাহস হৈ বৈ যোৱা,
সংগ্ৰামী উশাহবোৰে সকাহ পাব।
প্ৰেৰণা হৈ বৈ যোৱা,
সময়ে আজীৱন‌ আওৰাব.....।।🌻🦋✨
🌼..গীতাৱলী..🌼 (@gitawalisarma) 's Twitter Profile Photo

🥀সিপাৰৰ‌ কোলাহলে মোক কেনেকৈনো‌ চুব....! ইপাৰৰ নীৰৱতাই যে আজীৱন হৃদয় জুৰাব......।।🥀🦋🥰

🥀সিপাৰৰ‌ কোলাহলে মোক কেনেকৈনো‌ চুব....!
ইপাৰৰ নীৰৱতাই যে আজীৱন হৃদয় জুৰাব......।।🥀🦋🥰
🌼..গীতাৱলী..🌼 (@gitawalisarma) 's Twitter Profile Photo

🥀নীৰৱ জোনাক ৰাতি...!🌝 .....হৃদয়ৰ অনুৰাগে জীপাল কৰে পৃথিৱী....🌍✨ নিজানত বহি লিখিছোঁ কবিতা, .... তুমি পঢ়িবা বুলি....।।🌻❤️

🥀নীৰৱ জোনাক ৰাতি...!🌝
.....হৃদয়ৰ অনুৰাগে জীপাল কৰে পৃথিৱী....🌍✨
নিজানত বহি লিখিছোঁ কবিতা,
.... তুমি পঢ়িবা বুলি....।।🌻❤️
🌼..গীতাৱলী..🌼 (@gitawalisarma) 's Twitter Profile Photo

🕊️🥀অব্যক্ত ভাষাৰে লিখিব মন আছে এটি ভাষাহীন কবিতা; অনুভৱী আখৰেৰে যত নিহিত হৈ থাকে জীৱনৰ অনুপম সংজ্ঞা.....।।🌻🦋✨

🕊️🥀অব্যক্ত ভাষাৰে লিখিব মন আছে এটি ভাষাহীন কবিতা; অনুভৱী আখৰেৰে যত নিহিত হৈ থাকে জীৱনৰ অনুপম সংজ্ঞা.....।।🌻🦋✨
🌼..গীতাৱলী..🌼 (@gitawalisarma) 's Twitter Profile Photo

🥀তুমি, সূৰ্যোদয় ভাল‌পোৱা নে সূৰ্যাস্ত ? মই টো দুয়োৰে প্ৰেমিকা..! কাৰণ.......🌹🍃 সূৰ্যাস্তৰ‌ বাবেইটো সূৰ্যোদয় ইমান অমূল্য.....!!🌻🦋✨

🥀তুমি,
সূৰ্যোদয় ভাল‌পোৱা নে সূৰ্যাস্ত ?
মই টো দুয়োৰে প্ৰেমিকা..!
কাৰণ.......🌹🍃
সূৰ্যাস্তৰ‌ বাবেইটো সূৰ্যোদয় ইমান অমূল্য.....!!🌻🦋✨
🌼..গীতাৱলী..🌼 (@gitawalisarma) 's Twitter Profile Photo

....প্ৰত্যাশাৰ ৰূপালী ৰংবোৰ আজি শৰীৰত লাগিছে! বেয়া নেদেখি,লাগক.... সপোনৰ সোণালী বোৰ মচি নিদিবা বুকুজুৰি বৈ থাকক...।।🥀😇❣️

❀..Abhi..❀ (@abhisarma17) 's Twitter Profile Photo

🙏নমস্কাৰ 🙏 নতুনকৈ আহিছোঁ Twitter জগতত সকলোৱে আদৰি ল'ব বুলি আশা ৰাখিলোঁ...।।❤️😇

🙏নমস্কাৰ 🙏
নতুনকৈ আহিছোঁ Twitter জগতত সকলোৱে আদৰি ল'ব বুলি আশা ৰাখিলোঁ...।।❤️😇
🌼..গীতাৱলী..🌼 (@gitawalisarma) 's Twitter Profile Photo

🌻বেলি লহিয়াই সময়ে সকীয়াই... আহিব যে সন্ধিয়া গধূলি উৰুৱাই....!! 🥀🦋✨

🌻বেলি লহিয়াই
সময়ে সকীয়াই...
আহিব যে সন্ধিয়া
গধূলি উৰুৱাই....!!
🥀🦋✨
🌼..গীতাৱলী..🌼 (@gitawalisarma) 's Twitter Profile Photo

🥀সেউজীয়া খিনি কৃত্ৰিম___ কৃত্ৰিম আবেলিৰ ৰঙচুৱা যেন পৰশটি ও; সজীৱ মাথো এই কৃত্ৰিমতাৰ মাজতো স্নিগ্ধ হৃদয়ে দেখা অকৃত্ৰিম মেঘালী আশাবোৰ......।।🌻❣️✨

🌼..গীতাৱলী..🌼 (@gitawalisarma) 's Twitter Profile Photo

❄️শীতৰ সন্ধিয়া, বুকুৰ সেউজীয়াৰ ভাঁজতে পলাশৰঙী ৰহণ! যেন সৰকিব খুজিও‌ নসৰকা সূৰুযৰ বিক্ষিপ্ত কিৰণ.....।।🌻❣️✨

🌼..গীতাৱলী..🌼 (@gitawalisarma) 's Twitter Profile Photo

🌈উশাহত মাথো তোমাৰ সুগোন্ধ, দৃষ্টিত তোমাৰেই নানা ছবি ! মাটি পানী বতাহত, কেৱল তোমাৰেই খোজৰ চাপ ৷ গভীৰ নিশা কন্ঠস্বৰে..... শুনিবলৈ পাওঁ ৷ কেৱল তোমাৰেই মাত ৷ ৰাতিপুৱা নিয়ৰবোৰ টোপ টোপ সৰে তোমাৰেই চকুলো ! সকলোতেই কেৱল তোমাক ভালপোৱাৰ সুবাস ....৷।🌻❣️✨

🌼..গীতাৱলী..🌼 (@gitawalisarma) 's Twitter Profile Photo

🥀🌻বহল দুচকুত কিবা এটা বেদনা ভৰা আকৃতি, সম্মুখত আক এটা নমৰা নোটবুকৰ উকা পৃষ্ঠা! নীৰৱে ভাবিলো অনবৰতে হাঁহি থকা ছোৱালীজনীৰ বুকুতো বাৰু তেনে এটা উকা পৃষ্ঠা আছে নেকি? থাকিব পাৰে কেৱল হাঁহি থকা মানুহ বোৰৰ যন্ত্ৰণাৰ এটা মন্দিৰ থাকে...।।❣️✨ ❀...হৃদয় এখন মহাকাব্য...❀

🌼..গীতাৱলী..🌼 (@gitawalisarma) 's Twitter Profile Photo

মগ্ন মই মোৰ ভৱনাত....!!❣️🌻 দুচকুৰ আগত মাথোঁ তোমাৰ ছবি 👀....হ'বানে তুমি মোৰ পিয়াহৰ পানী টুপি ....🥀💦✨

মগ্ন মই মোৰ ভৱনাত....!!❣️🌻
দুচকুৰ আগত মাথোঁ তোমাৰ ছবি 👀....হ'বানে তুমি মোৰ পিয়াহৰ পানী টুপি ....🥀💦✨
🌼..গীতাৱলী..🌼 (@gitawalisarma) 's Twitter Profile Photo

🥀মোৰ অভিমানী হৃদয়ৰ তুমি যেন এক স্নিগ্ধ সুবাস......🫂💕🍃 অগ্নি শিখাৰ দৰে মোৰ হৃদয়ৰ তুমি যেন এজাক হিমচেঁচা বতাহ, সপোনৰ পৰিসীমা হেনো অদৃশ্য.....!🌻👀💫 কিন্তু মোৰ সপোনৰ পৰিধি, মাথোঁ তোমাতেই সীমিত.......।। ❣️🖇️✨

🥀মোৰ অভিমানী হৃদয়ৰ তুমি যেন এক স্নিগ্ধ সুবাস......🫂💕🍃
অগ্নি শিখাৰ দৰে মোৰ হৃদয়ৰ তুমি যেন এজাক হিমচেঁচা বতাহ, সপোনৰ পৰিসীমা হেনো অদৃশ্য.....!🌻👀💫
কিন্তু মোৰ সপোনৰ পৰিধি, মাথোঁ তোমাতেই সীমিত.......।। ❣️🖇️✨