Dr Chandan Kalita
@chandankalitadr
Green Environment & Eco Lover🍃. Interested in constructive politics , Rt or like doesn't mean endorsements. Doctor by profession.....মোৰ পৰিচয় মই অসমীয়া 🇮🇳
ID: 2749485180
20-08-2014 16:19:43
782 Tweet
136 Takipçi
244 Takip Edilen
        
        অমাৰ ৰাজ্যৰ নাম "অসম" কিন্ত ইংৰাজীত লিখিলে "আসাম(ASSAM)" লিখা যায় ... যিটো অসমীয়া শব্দৰ পৰিপূৰকে নহয় ....বেংগলী যেন হে লাগে ...AKHOM হে হব লাগে... গতিকে মুখ্যমন্ত্ৰী মহোদয়ে এইটো সঠিক ৰূপে উপস্থাপন কৰিলে অসমীয়া হিচাপে গৌৰৱান্বিত হম .. Himanta Biswa Sarma
        
        
        
        ধুবিৰীত SM ত পোৱা video অনুসৰি যদি সচাকৈ বিদ্যুত চুৰি কৰিছে আৰু কৰ্মৰত APDCLR কৰ্মচাৰীক তাৰ বিৰোধ কৰিব যাওতে মাৰিছে তেতিয়াহলে সেই গোটেই মিঞা বস্তি চৰকাৰে উচ্ছেদ কৰিব লাগে আৰু গোটেই এলেকাত বিদ্যুত কৰ্তন কৰিব লাগে অনতিপলমে... Himanta Biswa Sarma HCM
        
        
        
        
        
        
        
        
        
        
        ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM)অসমৰ অধীনত 2005 চনৰ পৰা কৰ্মৰত সমূহ কৰ্মচাৰীক অসম চৰকাৰে সকলো প্ৰাপ্যৰ পৰা বঞ্চিত কৰি আহিছে আৰু পৰিনাম স্বৰূপে আজি গুৱাহাটী চচলত এই বিক্ষোভ প্ৰদৰ্শন.. Himanta Biswa Sarma মাননীয় মূখ্যমন্ত্ৰী মহোদয় এইখিনি কৰ্মচাৰীৰ ভবিষ্যতৰ কথা ভাবিবলৈ অনুৰোধ কৰিলো
                        
                    
                    
                    
                
        All AssamTechnical &Health Workers (AAHTWA NHM)doing strike on 21/03/25 by demanding equal pay for equal work& regularisation their job.HCM of Assam though promised 2 give 7th pay status before 2016 election but not yet fulfilled Himanta Biswa Sarma HCM Narendra Modi HPM Jagat Prakash Nadda HHM