Hasina Ahmed (@hasinaahmed8) 's Twitter Profile
Hasina Ahmed

@hasinaahmed8

Advocate, Gauhati High Court.
Research Scholar ( Law).
President, AIUDWF.

ID: 893894359778709504

calendar_today05-08-2017 17:59:57

3,3K Tweet

9,9K Followers

4,4K Following

Hasina Ahmed (@hasinaahmed8) 's Twitter Profile Photo

গ্ৰন্থ ক্ৰয় আৰু গ্ৰন্থ অধ্যয়ন মোৰ সৰুৰে পৰা নিচা! আজি অসম গ্ৰন্থ মেলাত ভাল লাগিলে গ্ৰন্থৰ সুভাষৰ লগতে কিছু চিনাকি মানুহক লগ পালোঁ। আটাই এ ভালে থাকক কুশলে থাকক, গ্ৰন্থ কিনক পঢ়ক আৰু উপহাৰ দিয়ক।। #AssamBookFair #Khanapara #assam

গ্ৰন্থ ক্ৰয় আৰু গ্ৰন্থ অধ্যয়ন মোৰ সৰুৰে পৰা নিচা! আজি অসম গ্ৰন্থ মেলাত ভাল লাগিলে গ্ৰন্থৰ সুভাষৰ লগতে কিছু চিনাকি মানুহক  লগ পালোঁ। আটাই এ ভালে থাকক কুশলে থাকক, গ্ৰন্থ কিনক পঢ়ক আৰু উপহাৰ দিয়ক।।

#AssamBookFair 
#Khanapara 
#assam
Hasina Ahmed (@hasinaahmed8) 's Twitter Profile Photo

আজিৰ সভাত দিপিকা বৰুৱাক নগাঁও জিলাৰ সভানেত্ৰী আৰু অধিবক্তা হেলেনা বেগমক সাধাৰণ সম্পাদিকা(প্ৰ), ছালমা পাৰবিনক সাধাৰণ সম্পাদিকা(সাং)ৰ দায়িত্ব প্ৰদান কৰা হয়। নগাঁও জিলাৰ সকলো সতীৰ্থক আন্তৰিক ধন্যবাদ জনালো ইমান সুন্দৰ আপ্যায়নৰ বাবে।। #aiudwf #nagaondistrictwomencommittee

আজিৰ সভাত দিপিকা বৰুৱাক নগাঁও জিলাৰ সভানেত্ৰী আৰু অধিবক্তা হেলেনা বেগমক সাধাৰণ সম্পাদিকা(প্ৰ), ছালমা পাৰবিনক সাধাৰণ সম্পাদিকা(সাং)ৰ দায়িত্ব প্ৰদান কৰা হয়। নগাঁও জিলাৰ সকলো সতীৰ্থক আন্তৰিক ধন্যবাদ জনালো ইমান সুন্দৰ আপ্যায়নৰ বাবে।।
#aiudwf 
#nagaondistrictwomencommittee
Hasina Ahmed (@hasinaahmed8) 's Twitter Profile Photo

উমৰাংছ'ৰ কয়লাখনিত আৱদ্ধ শ্ৰমিকৰ হাহাকাৰ! কয়লাখনিত পানীৰে আৱৰি ধৰি প্ৰায় ৩০ জনকৈ শ্ৰমিক আৱদ্ধ হৈ আছিল, বৰ্তমান লৈকে ১৭ জন শ্ৰমিক উদ্ধাৰ হৈছে বুলি খবৰ পাইছো যদিও ১০ জন এতিয়াও আৱদ্ধ হৈ আছে, আনহাতে মৃত্যুও হৈছে কেইবাজনো শ্ৰমিক। #coalmineworkers #trapped#umrangsu #karbianglong

উমৰাংছ'ৰ কয়লাখনিত আৱদ্ধ শ্ৰমিকৰ হাহাকাৰ! কয়লাখনিত পানীৰে আৱৰি ধৰি প্ৰায় ৩০ জনকৈ শ্ৰমিক আৱদ্ধ হৈ আছিল, বৰ্তমান লৈকে ১৭ জন শ্ৰমিক উদ্ধাৰ হৈছে বুলি খবৰ পাইছো যদিও ১০ জন এতিয়াও আৱদ্ধ হৈ আছে, আনহাতে মৃত্যুও হৈছে কেইবাজনো শ্ৰমিক।
#coalmineworkers 
#trapped#umrangsu #karbianglong
Hasina Ahmed (@hasinaahmed8) 's Twitter Profile Photo

ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছাঁ থাকিল! ✨🤗 #BhogaliBihu #assam 💫

ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছাঁ থাকিল! ✨🤗
#BhogaliBihu #assam 💫
Hasina Ahmed (@hasinaahmed8) 's Twitter Profile Photo

গাহৰি হ'লে মিয়াই চুৰি নকৰিব বুলি যেতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী এগৰাকীৰ মুখৰ পৰা শুনিব লগীয়া হয় আমাৰ বাবে দুৰ্ভাগ্যজনক। চুৰি কাৰ্য্য বা যিকোনো অপৰাধ কাৰ্য্য কেতিয়াও কোনো ধৰ্ম বা জনগোষ্ঠী চাই ক'ব নোৱাৰি। এনে মন্তব্য কৰি অশান্তিৰ পৰিবেশ সৃষ্টি নকৰাটোৱে উত্তম। বাকী ৰাইজৰ হাতত।।

গাহৰি হ'লে মিয়াই চুৰি নকৰিব বুলি যেতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী এগৰাকীৰ মুখৰ পৰা শুনিব লগীয়া হয় আমাৰ বাবে দুৰ্ভাগ্যজনক। চুৰি কাৰ্য্য বা যিকোনো অপৰাধ কাৰ্য্য কেতিয়াও কোনো ধৰ্ম বা জনগোষ্ঠী চাই ক'ব নোৱাৰি। এনে মন্তব্য কৰি অশান্তিৰ পৰিবেশ সৃষ্টি নকৰাটোৱে উত্তম।
বাকী ৰাইজৰ হাতত।।
Hasina Ahmed (@hasinaahmed8) 's Twitter Profile Photo

৭৬ সংখ্যক গণৰাজ্য দিৱসৰ শুভেচ্ছাঁ জনালোঁ!আমাৰ সংবিধানত সন্নিবিষ্ট ন্যায়,স্বতন্ত্রতা, সমতা আৰু ভাতৃত্ববোধৰ আদৰ্শক সাৰোগত কৰি এখন শক্তিশালী আৰু সমৃদ্ধ ভাৰত নিৰ্মাণৰ দিশত আমি একেলগে আগুৱাই যোৱাৰ বানীৰে আজি আমি এ আই ইউ ডি এফৰ মুখ্য কাৰ্যালয়ত আৰু আমাৰ বকুলবন কলনীত পতাকা উৰুৱাও।।

আজি বৰপেটাৰ চেঙা সমষ্টিৰ ছাটা জনকল্যাণ যুৱ সংঘৰ সৌজন্যত অনুষ্ঠিত হোৱা সপ্তম বাৰ্ষিক ছাটা প্ৰিমিয়াৰ লীগৰ চূড়ান্ত খেলখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি খেলুৱৈসকলক শুভেচ্ছাঁ ও যুৱ সংঘক ধন্যবাদ জনাও এইদৰে খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰি এই অঞ্চলৰ লৰা ছোৱালীৰ প্ৰতিভাৰ বিকাশৰ বাবে।।

চৰাঞ্চলৰ ভূমিৰ পট্টা আৰু আৰবী শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ দাবীত এ আই ইউ ডি এফৰ আন্দোলন। এই কাৰ্যসূচীটো বিফল কৰিবলৈ অসম চৰকাৰে বিভিন্ন ঠাইত দলীয় কৰ্মী সকলক আটক কৰিও বঞ্চিত জনগণৰ সংগ্ৰামক ৰোধিব নোৱাৰিলে। আজিৰ কাৰ্যসূচীৰ পৰা কেইবা শতাধিক আন্দোলনকাৰীক আৰক্ষীয়ে আটক কৰে।

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ভেৰোনীয়া গুণ্ডা বাহিনী অসম আৰক্ষীয়ে শান্তি পূৰ্ণ ভাবে প্ৰতিবাদ কৰিব নিদিয়ে! প্ৰতিবাদৰ ভাষা বুজি নোপোৱা এই চৰকাৰ নিপাত যাওঁক। অসম আৰক্ষীৰ স্বৈৰাচাৰিতা বন্ধ হওঁক। আমাৰ দাবী মানিবই লাগিব, অন্যথা আমাৰ প্ৰতিবাদ অব্যাহত থাকিব।। 04/02/2025

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ভেৰোনীয়া গুণ্ডা বাহিনী অসম আৰক্ষীয়ে শান্তি পূৰ্ণ ভাবে প্ৰতিবাদ কৰিব নিদিয়ে! প্ৰতিবাদৰ ভাষা বুজি নোপোৱা এই চৰকাৰ নিপাত যাওঁক। অসম আৰক্ষীৰ স্বৈৰাচাৰিতা বন্ধ হওঁক। আমাৰ দাবী মানিবই লাগিব, অন্যথা আমাৰ প্ৰতিবাদ অব্যাহত থাকিব।।

04/02/2025
Hasina Ahmed (@hasinaahmed8) 's Twitter Profile Photo

আজি পদপথত থকা লোকসকলৰ মাজত আমাৰ "Humanity Concern NGO" ৰ তৰফৰ পৰা কিছু কম্বল বিতৰণ কৰোঁ! চৰকাৰে এই পদপথৰ লোকক থকাৰ বাবে এটি সুৰক্ষিত ঠাইৰ ব্যৱস্থা কৰাৰ লগতে প্ৰয়োজনীয় সুবিধা প্ৰদান কৰা উচিত। আৰু সামৰ্থ সকলেও সহায়ৰ হাত আগবঢ়াব লাগে।। 05/02/2025 #dohelptoneedy #footpath

আজি পদপথত থকা লোকসকলৰ মাজত আমাৰ "Humanity Concern NGO" ৰ তৰফৰ পৰা কিছু কম্বল বিতৰণ কৰোঁ! চৰকাৰে এই পদপথৰ লোকক থকাৰ বাবে এটি সুৰক্ষিত ঠাইৰ ব্যৱস্থা কৰাৰ লগতে প্ৰয়োজনীয় সুবিধা প্ৰদান কৰা উচিত। আৰু সামৰ্থ সকলেও সহায়ৰ হাত আগবঢ়াব লাগে।।

05/02/2025

#dohelptoneedy #footpath
Hasina Ahmed (@hasinaahmed8) 's Twitter Profile Photo

Big congratulations Team India ❤️ 𝗖. 𝗛. 𝗔. 𝗠. 𝗣. 𝗜. 𝗢. 𝗡. 𝗦! 🇮🇳🏆 🏆 🏆 The Rohit Sharma-led #TeamIndia are ICC #ChampionsTrophy 2025 𝙒𝙄𝙉𝙉𝙀𝙍𝙎 👏 👏 Take A Bow! 🙌 🙌

Big congratulations Team India ❤️ 

𝗖. 𝗛. 𝗔. 𝗠. 𝗣. 𝗜. 𝗢. 𝗡. 𝗦! 🇮🇳🏆 🏆 🏆

The Rohit Sharma-led #TeamIndia are ICC #ChampionsTrophy 2025 𝙒𝙄𝙉𝙉𝙀𝙍𝙎 👏 👏

Take A Bow! 🙌 🙌
Hasina Ahmed (@hasinaahmed8) 's Twitter Profile Photo

আজি নেমছুৰ উদ্যোগত আয়োজিত ইফতাৰ অনুষ্ঠানত উপস্থিত থাকোঁ। নেমছুৰ সভাপতি বদৰুল ইছলাম ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি প্ৰতিগৰাকী নেতা-কৰ্মীলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ ইমান সুন্দৰ অনুষ্ঠানত আমাক আমন্ত্ৰণ কৰাৰ বাবে! আশা কৰোঁ অনাগত সময়ত নিৰ্যাতিত জনতাৰ বলিষ্ঠ কন্ঠ হৈ মাত মাতি যাব নেমছুৱে।।

আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ আটাইলৈ পৱিত্ৰ ঈদ উল ফিতৰ শুভেচ্ছাঁ ও ঈদৰ নিমন্ত্ৰণ জনালোঁ।।✨🤗 Wishing you and your family a joyful and blessed Eid-ul-Fitr! ✨🤗 #eidmubarak2025 #EidUlFitr #peach #brotherhood

আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ আটাইলৈ পৱিত্ৰ ঈদ উল ফিতৰ শুভেচ্ছাঁ ও ঈদৰ নিমন্ত্ৰণ জনালোঁ।।✨🤗

Wishing you and your family a joyful and blessed Eid-ul-Fitr! ✨🤗

#eidmubarak2025 
#EidUlFitr 
#peach #brotherhood
Hasina Ahmed (@hasinaahmed8) 's Twitter Profile Photo

আজি DY365 ত জেষ্ঠ সাংবাদিক মৃদুষ্মিতা ভূঞা ডাঙৰীয়ানীৰ অনুষ্ঠানত "পঞ্চায়তৰ ফলাফল" শীৰ্ষক বিষয়টিৰ এক আলোচনাত উপস্থিত আছিলোঁ।। #talkshow #DY365 #panchayatelection2025 Maulana Badruddin Ajmal All India United Democratic Front - AIUDF Hasina Ahmed

Rokibuz Zaman (@zamanrokibuz_) 's Twitter Profile Photo

Assam Muslim woman with her 8-month-old child pushed into no-man’s land after being arrested by police She was declared a “foreigner" in an ex parte order "How can my mother be a Bangladeshi?” asked Ali. "All her sisters and family members are Indians" scroll.in/article/108296…

News18 (@cnnnews18) 's Twitter Profile Photo

The plane crashed directly on the BJ Medical College UG hostel mess in Meghani Nagar. Many MBBS students have lost their lives. This is one of the most heartbreaking tragedies the city has seen. 💔 #Ahmedabad #BJMedicalCollege #PlaneCrash #AhmedabadPlanecrash

raghav kakkar (@raghavkakkar30) 's Twitter Profile Photo

On the ground in Assam, reporting on how residents are being forcibly pushed into the no man’s land along the India-Bangladesh border. Rokibuz Zaman youtube.com/watch?v=yZBRQr…