
Zakir Hussain nilu A
@zakirhussaina2
Chairman,Jania LAC,Social Media & IT Deptt.
ID: 882091685416534017
04-07-2017 04:20:21
1,1K Tweet
623 Followers
943 Following

Interacted with Vastra Udyog Karmachari Sanstha, a Trade Union affiliated with INTUC at Saunsar Town alongwith MLAs Shri Vijay Chaure ji and Shri Montu Solanki ji , Ex MLA Shri Suresh Zalke ji on Monday as part of Sangtahan Srijan Abhiyan of INCMadhyaPradesh .



ছৌছাৰ বিধানসভা সমষ্টিত স্থানীয় বিধায়ক আৰু পান্ধুৰ্ণা জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকলৰ সৈতে বৰপেটাৰ প্ৰাক্তন সাংসদ সন্মানীয় #আব্দুল_খালেক ডাঙৰীয়া জননায়ক শ্ৰী ৰাহুল গান্ধীৰ ডাঙৰীয়াৰ জন্ম দিন উদযাপন কৰাৰ কিছু দৃশ্য। Rahul Gandhi✅ Abdul Khaleque ✅


আজি মাননীয় প্ৰাক্তন সাংসদ Abdul Khaleque ডাঙৰীয়াই বিশিষ্ট ইছলামী চিন্তাবিদ, জনীয়াৰ দাৰুল উলুম আহমদীয়া মাদ্ৰাছা, চাপৰাৰ মূহতামিম শ্ৰদ্ধেয় হজৰত মুফটী মৌলনা পীৰে কামেল আহমেদ আলী চাহেবৰ বাসভৱনত উপস্থিত হৈ তেখেতৰ স্বাস্থ্যৰ বুজ লয় ।



আজি গণ অধিকাৰ কাকতত প্ৰকাশিত বৰপেটাৰ প্ৰাক্তন সাংসদ সন্মানীয় #আব্দুল_খালেক ডাঙৰীয়াৰ প্ৰতিক্ৰিয়া। Abdul Khaleque ✅


বৰপেটাৰ মাননীয় প্ৰাক্তন সাংসদ #আব্দুল_খালেক ডাঙৰীয়াই সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা মাননীয় #সমূজ্বল_কুমাৰ_ভট্টাচাৰ্য ডাঙৰীয়াৰ গুৱাহাটী ৰাজগড় ৰোডৰ বাস ভৱনত আজি উপস্থিত হৈ তেখেতক আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। Abdul Khaleque✅


অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ দ্বিতীয় বাৰৰ বাবে নৱ নিযুক্ত Political Affairs Committee ৰ সদস্য সম্মানীয় বৰপেটাৰ প্ৰাক্তন সাংসদ #আব্দুল_খালেক ডাঙৰীয়াক আন্তৰিক অভিনন্দন জনালোঁ। Abdul Khaleque ✅


নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি শ্ৰী #MallikarjunKharge ডাঙৰীয়ালৈ ওপজা দিনৰ অযুত অলেখ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। Mallikarjun Kharge Abdul Khaleque


#যুঁজএখনহব আজি মইনবৰিত ৰাইজৰ মাজত মত বিনিময় কৰে বৰপেটাৰ প্ৰাক্তন সাংসদ #আব্দুল_খালেক ডাঙৰীয়া । Abdul Khaleque ✅

মাননীয় প্ৰাক্তন সাংসদ Abdul Khaleque ছাৰৰ লগতে এই তালিকাত নাম থকা সকলো সন্মানীয় নেতাক আন্তৰিক অভিনন্দন জনালো ৷


গুৱাহাটীৰ মানবেন্দ্ৰ শৰ্মা কংগ্ৰেছ কমপ্লেক্সত আজি অনুষ্ঠিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক বৈঠকত উপস্থিত থাকে বৰপেটা লোকসভাৰ প্ৰাক্তন সাংসদ সন্মানীয় আব্দুল খালেক ডাঙৰীয়া । Abdul Khaleque Gaurav Gogoi




প্ৰাক্তন সাংবাদিক শ্ৰী প্ৰশান্ত বৰাৰ এখন অদ্বিতীয় কিতাপৰ দোকানত বিধান সভাৰ বিৰোধী দলৰ দলপতি শ্ৰীযুত দেবব্ৰত শইকীয়া ডাঙৰীয়া আৰু বৰপেটাৰ প্ৰাক্তন সাংসদ #আব্দুল_খালেক ডাঙৰীয়া । Debabrata Saikia ✅ Abdul Khaleque ✅





মধ্যপ্ৰদেশৰ পিছত এইবাৰ ঝাৰখণ্ড প্ৰদেশৰ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ পৰ্যবেক্ষক হিচাপে দ্বায়িত্ব লাভ কৰাৰ বাবে মাননীয় আব্দুল খালেক ছাৰক আন্তৰিক অভিন্দন জ্ঞাপন কৰিছো। Abdul Khaleque ✅

