Transport Department, Assam (@transportassam) 's Twitter Profile
Transport Department, Assam

@transportassam

Official Twitter for Transport Department, Government of Assam

ID: 1326112044467118080

linkhttps://comtransport.assam.gov.in/ calendar_today10-11-2020 10:38:56

2,2K Tweet

2,2K Followers

120 Following

Transport Department, Assam (@transportassam) 's Twitter Profile Photo

Respectful driving means no honking near educational institutions, hospitals & courts. Let's keep the noise down and prioritize peace in these areas. . . #TransportAssam #RoadSafety

Respectful driving means no honking near educational institutions, hospitals & courts. Let's keep the noise down and prioritize peace in these areas.
.
.
#TransportAssam #RoadSafety
Transport Department, Assam (@transportassam) 's Twitter Profile Photo

আপোনাৰ জীৱনটো বহুত‌ মূল্যৱান সেয়ে বাহন চলোৱা সময়ত সদায় সাৱধানতা অৱলম্বন কৰক । . . #TransportAssam #Roadsafety

আপোনাৰ জীৱনটো বহুত‌ মূল্যৱান সেয়ে বাহন চলোৱা সময়ত সদায় সাৱধানতা অৱলম্বন কৰক ।
.
.
#TransportAssam #Roadsafety
Transport Department, Assam (@transportassam) 's Twitter Profile Photo

The side you choose becomes your reality. Driving without a helmet is a punishable offence upto 1000 rupees, but most importantly it is risking your life, so choose wisely. . . #TransportAssam #RoadSafety #TrafficRules #responsibledriving

The side you choose becomes your reality. Driving without a helmet is a punishable offence upto 1000 rupees, but most importantly it is risking your life, so choose wisely.
.
.
#TransportAssam #RoadSafety #TrafficRules #responsibledriving
Transport Department, Assam (@transportassam) 's Twitter Profile Photo

তিব্ৰবেগত গাড়ী চলালে দুৰ্ঘটনাৰ আশংকাৰ লগতে ২০০০ টকা পৰ্যন্ত জৰিমনা ভৰিব লগা হ'ব পাৰে । সেয়েহে নিৰাপদে বাহন চলোৱাৰ অভ্যাস কৰক আৰু সুৰক্ষিতভাৱে গন্তব্যস্থানত উপস্থিত হওক। . . #transportassam #ResponsibleDriving #SafeDriving

তিব্ৰবেগত গাড়ী চলালে দুৰ্ঘটনাৰ আশংকাৰ লগতে  ২০০০ টকা পৰ্যন্ত জৰিমনা ভৰিব লগা হ'ব পাৰে । সেয়েহে নিৰাপদে বাহন চলোৱাৰ অভ্যাস কৰক আৰু সুৰক্ষিতভাৱে গন্তব্যস্থানত উপস্থিত হওক।
.
.
#transportassam #ResponsibleDriving #SafeDriving
Transport Department, Assam (@transportassam) 's Twitter Profile Photo

ৰাজপথত ব্যৱহৃত এই সাংকেতিক চিহ্নটোৰ অৰ্থ হৈছে - সন্মুখত শ্ৰমিকসকলে ৰাস্তাৰ কাম কৰি আছে। বাহন চলোৱা সময়ত সকলোৱে সাংকেতিক চিহ্ন সমূহ মানি চলক আৰু দুৰ্ঘটনামুক্ত হৈ থাকক। . . #transportassam

ৰাজপথত ব্যৱহৃত এই সাংকেতিক চিহ্নটোৰ অৰ্থ হৈছে - সন্মুখত শ্ৰমিকসকলে ৰাস্তাৰ কাম কৰি আছে। বাহন চলোৱা সময়ত সকলোৱে সাংকেতিক চিহ্ন সমূহ মানি চলক আৰু দুৰ্ঘটনামুক্ত হৈ থাকক।
.
.
#transportassam
Transport Department, Assam (@transportassam) 's Twitter Profile Photo

"Safar pe nikalte waqt helmet ke saath apni dosti hamesha banaye rakhein, suraksha sabse pehle aati hai, chahe raaste kitne bhi sundar kyon na ho. Helmet pehniye, surakshit rahiyega." . . #TransportAssam #WearHelmet #RoadSafety #reponsibledriving

"Safar pe nikalte waqt helmet ke saath apni dosti hamesha banaye rakhein, suraksha sabse pehle aati hai, chahe raaste kitne bhi sundar kyon na ho. Helmet pehniye, surakshit rahiyega."
.
.
#TransportAssam #WearHelmet #RoadSafety #reponsibledriving
Transport Department, Assam (@transportassam) 's Twitter Profile Photo

বাহনসমূহৰ মাজত নিৰাপদ ব্যৱধান‌ থকাটো পথ সুৰক্ষাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। এই ব্যৱধানে দুৰ্ঘটনাৰ সম্ভাৱনা হ্ৰাস‌ কৰে আৰু সকলো দিশতে সুৰক্ষা নিশ্চিত কৰে। Himanta Biswa Sarma Keshab Mahanta Nitin Gadkari MORTHINDIA DIPR Assam Assam Police Guwahati Traffic Police

Transport Department, Assam (@transportassam) 's Twitter Profile Photo

বাহন চলাই থকা অৱস্থাত আপুনি ম'বাইল ফোন ব্যৱহাৰ কৰে নেকি ? যদি এনে কৰিছে তেন্তে আপুনি সাৱধান হওক নহ'লে দুৰ্ঘটনা হোৱাৰ লগতে ৫০০০ টকা পৰ্যন্ত অৰ্থদণ্ড ভৰিব লগা হব পাৰে । . . #transportassam #ResponsibleDriving

বাহন চলাই থকা অৱস্থাত আপুনি ম'বাইল ফোন ব্যৱহাৰ কৰে নেকি ? যদি এনে কৰিছে তেন্তে আপুনি সাৱধান হওক নহ'লে দুৰ্ঘটনা হোৱাৰ লগতে ৫০০০ টকা পৰ্যন্ত অৰ্থদণ্ড ভৰিব লগা হব পাৰে ।
.
.
#transportassam #ResponsibleDriving
Transport Department, Assam (@transportassam) 's Twitter Profile Photo

বাহন ক্ৰয় কৰাৰ সময়ত আপোনাৰ নিজৰ ফোন নম্বৰ ব্যৱহাৰ কৰক‌‌ যাতে বাহন সম্পৰ্কীয় বিভিন্ন সেৱাসমূহ সহজে লাভ কৰিব পাৰে । . . #transportassam

বাহন ক্ৰয় কৰাৰ সময়ত আপোনাৰ নিজৰ ফোন নম্বৰ ব্যৱহাৰ কৰক‌‌ যাতে বাহন সম্পৰ্কীয় বিভিন্ন সেৱাসমূহ  সহজে লাভ কৰিব পাৰে ।
.
.
#transportassam
Transport Department, Assam (@transportassam) 's Twitter Profile Photo

বাহন চলোৱা সময়ত নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ পৰা বিৰত থাকি নিজৰ লগতে আনকো সুৰক্ষিত কৰি ৰাখক । নহ'লে ১০০০০ টকা পৰ্যন্ত জৰিমনা ভৰাৰ লগতে দুৰ্ঘটনাৰ সন্মুখীন হ'ব পাৰে। . . #transportassam #ResponsibleDriving #RoadSafetyFirst

বাহন চলোৱা সময়ত নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ পৰা বিৰত থাকি নিজৰ লগতে আনকো সুৰক্ষিত কৰি ৰাখক । নহ'লে ১০০০০ টকা পৰ্যন্ত জৰিমনা ভৰাৰ লগতে দুৰ্ঘটনাৰ সন্মুখীন হ'ব পাৰে।
.
.
#transportassam #ResponsibleDriving #RoadSafetyFirst
Transport Department, Assam (@transportassam) 's Twitter Profile Photo

বাহন চলাই থকা অৱস্থাত আপোনাৰ মনোযোগ বিচলিত হ'বলৈ নিদিব নহ'লে ভয়ংকৰ বিপদত পৰিব পাৰে। . . #TransportAssam #roadsafety #safedriving

বাহন চলাই থকা অৱস্থাত আপোনাৰ মনোযোগ বিচলিত হ'বলৈ নিদিব নহ'লে ভয়ংকৰ বিপদত পৰিব পাৰে।
.
.
#TransportAssam #roadsafety #safedriving
Transport Department, Assam (@transportassam) 's Twitter Profile Photo

পথ সুৰক্ষাৰ সৈতে বন্ধুত্ব স্থাপন কৰক আৰু সকলোৱে যান-বাহন আইন মানি চলক। এই নিয়মসমূহে‌ নিৰাপদ আৰু সুস্থিৰ যাত্ৰাৰ দিশত পথ প্ৰদৰ্শন কৰে। . . #TransportAssam

পথ সুৰক্ষাৰ সৈতে বন্ধুত্ব স্থাপন কৰক আৰু সকলোৱে যান-বাহন আইন মানি চলক। এই নিয়মসমূহে‌ নিৰাপদ আৰু সুস্থিৰ যাত্ৰাৰ দিশত পথ প্ৰদৰ্শন কৰে।
.
.
#TransportAssam