Lurinjyoti Gogoi (@lurinjtgogoi) 's Twitter Profile
Lurinjyoti Gogoi

@lurinjtgogoi

Official #Twitter handle of Lurinjyoti Gogoi / President, Assam Jatiya Parishad #AJP / Assam First Always and Forever / Ex. General Secretary, AASU #JoiAaiAxom

ID: 881415469189804032

linkhttps://lurinjyotigogoi.com calendar_today02-07-2017 07:33:18

2,2K Tweet

39,39K Followers

286 Following

Lurinjyoti Gogoi (@lurinjtgogoi) 's Twitter Profile Photo

Wishing everyone a blessed Guru Nanak Gurpurab! May the teachings of Guru Nanak Dev Ji guide us towards peace, harmony, and compassion. Let's celebrate his eternal wisdom and spread love. #GuruNanakGurpurab #PeaceAndHarmony

প্ৰিয় অসমবাসীলৈ ৰাস পূৰ্ণিমাৰ শুভেচ্ছা জনাইছোঁ৷ ত্ৰিভুবনৰ পালনকর্তা শ্ৰীকৃষ্ণৰ আশিসে সমাজলৈ শান্তি কঢ়িয়াই সকলোকে সুখ-সমৃদ্ধিৰে ওপচাই ৰাখক, তাৰেই প্ৰাৰ্থনা জনাইছোঁ৷

This highly deplorable incident lays bare the false claims of effective and humane Assam police force. Police brutality is unacceptable and must be condemned. We must stand together against such injustices and demand accountability. #EndPoliceBrutality Chief Minister Assam GP Singh

Lurinjyoti Gogoi (@lurinjtgogoi) 's Twitter Profile Photo

Honoring the bravery and leadership of Assam's legendary war hero, Commander, and our inspiration Lachit Borphukan on Lachit Divas. His legacy of courage and patriotism continues to inspire us all. #JaiAaiAxom #LachitDivas #LachitBorphukan

Happy Indian Constitution Day! Celebrating the spirit of democracy, unity, and justice that our Constitution upholds. Let’s honor the vision of our founding leaders and work together to keep their dreams alive. #ConstitutionDay #India #Democracy

নাহৰকটীয়াৰ জ্যেষ্ঠ সাংবাদিক, নিবন্ধকাৰ, কবি, ঔপন্যাসিক বুলন কুমাৰ শইকীয়া ডাঙৰীয়াৰ বিয়োগৰ খবৰে ব্যথিত কৰিলে৷ প্ৰচণ্ড স্বাভিমানী ব্যক্তিত্বৰ অধিকাৰী বুলন শইকীয়া ডাঙৰীয়াৰ আপোচবিহীন সংগ্ৰামী সত্তা আমাৰ বাবে আছিল সাহস আৰু প্ৰেৰণাৰ তলবল উৎস৷ তেখেতৰ সান্নিধ্যৰ স্মৃতিয়ে আমাক

অসম জাতীয় পৰিষদৰ যুটীয়া সম্পাদক দুলদুল বৰকটকী ডাঙৰীয়াৰ দেহাৱসানত মৰ্মাহত হৈছোঁ। এগৰাকী আপোন ককাইদেউক হেৰুৱাই বাকৰুদ্ধ হৈ পৰিছোঁ৷ সদৌ অসম ছাত্ৰ সন্থাৰ পৰা অসম জাতীয় পৰিষদলৈ এই পৰিক্ৰমাটোত তেখেত আমাৰ অভিভাৱকৰ দৰে আছিল। আন্তৰিকতা আৰু জাতীয় দায়বদ্ধতাৰে তেখেতে আমাৰ সৈতে

অসম জাতীয় পৰিষদৰ যুটীয়া সম্পাদক দুলদুল বৰকটকী ডাঙৰীয়াৰ দেহাৱসানত মৰ্মাহত হৈছোঁ। এগৰাকী আপোন ককাইদেউক হেৰুৱাই বাকৰুদ্ধ হৈ পৰিছোঁ৷

সদৌ অসম ছাত্ৰ সন্থাৰ পৰা অসম জাতীয় পৰিষদলৈ এই পৰিক্ৰমাটোত তেখেত আমাৰ অভিভাৱকৰ দৰে আছিল। আন্তৰিকতা আৰু জাতীয় দায়বদ্ধতাৰে তেখেতে আমাৰ সৈতে
Lurinjyoti Gogoi (@lurinjtgogoi) 's Twitter Profile Photo

বৰ অসমৰ প্ৰতিস্থাপক স্বৰ্গদেউ চাওলুঙ-ছ্যু-কাফা দেৱৰ বিচক্ষণতা, আদৰ্শ, দৰ্শন তথা অসম আৰু অসমীয়াৰ প্ৰতি আগবঢ়োৱা অৱদানক ‘অসম দিৱস’ৰ এই পবিত্ৰ ক্ষণত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। বৰ অসমৰ মাজেৰে স্বৰ্গদেৱে প্ৰতিষ্ঠা কৰি যোৱা সমন্বয় আৰু একতাৰ যুগজয়ী আদৰ্শ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰবাহিত হৈ

বৰ অসমৰ প্ৰতিস্থাপক স্বৰ্গদেউ চাওলুঙ-ছ্যু-কাফা দেৱৰ বিচক্ষণতা, আদৰ্শ, দৰ্শন তথা অসম আৰু অসমীয়াৰ প্ৰতি আগবঢ়োৱা অৱদানক ‘অসম দিৱস’ৰ এই পবিত্ৰ ক্ষণত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।

বৰ অসমৰ মাজেৰে স্বৰ্গদেৱে প্ৰতিষ্ঠা কৰি যোৱা সমন্বয় আৰু একতাৰ যুগজয়ী আদৰ্শ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰবাহিত হৈ
Lurinjyoti Gogoi (@lurinjtgogoi) 's Twitter Profile Photo

ঐতিহাসিক অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ ডাঙৰীয়াক আজি শ্বহীদ দিৱসৰ পবিত্ৰ ক্ষণত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ৷ ওপজা মাটিৰ কাতৰ আহ্বানত জননীৰ সেৱাৰ বেদীত নিজকে আহুতি দিয়া অসম আন্দোলনৰ মহান শ্বহীদসকলৰ নজহা-নপমা ত্যাগ আৰু শৌৰ্য-সাহসৰ ইতিহাসক প্ৰতিনিয়ত উপলব্ধি কৰোঁ৷

অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত আজি শ্বহীদ দিৱস পালন কৰা হয়। শ্বহীদ দিৱসৰ এই অনুষ্ঠানত উপস্থিত থাকি অসম আন্দোলনৰ বীৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ৷ || শ্বহীদ মানেই আমাৰ আত্মাৰ শিহৰণ || || শ্বহীদ মানেই আমাৰ সাহসৰ ভূষণ || || জয় আই অসম ||

অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত আজি শ্বহীদ দিৱস পালন কৰা হয়। শ্বহীদ দিৱসৰ এই অনুষ্ঠানত উপস্থিত থাকি অসম আন্দোলনৰ বীৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ৷

|| শ্বহীদ মানেই আমাৰ আত্মাৰ শিহৰণ ||
|| শ্বহীদ মানেই আমাৰ সাহসৰ ভূষণ ||
|| জয় আই অসম ||
Lurinjyoti Gogoi (@lurinjtgogoi) 's Twitter Profile Photo

অসমৰ সমাজ জীৱনৰ বাবে এটি ক’লা দিন ১১ ডিচেম্বৰ৷ ২০১৯ৰ এইকেইটা দিনতেই আঘোণৰ শীতকো নেওচি ৰাজপথলৈ ওলাই আহিছিল অসমৰ সংগ্ৰামী জনতা৷ আৰম্ভ হৈছিল ‘CAB’ বিৰোধী আন্দোলন৷ জাতীয় জনজাগৰণ, প্ৰৱল প্ৰতিবাদ, মৰণকাতৰ আৰ্তনাদক ভেঙুচালি কৰি আজিৰ দিনটোতেই ৰাজ্যসভাত ‘CAB’ গুচি ‘CAA’ হৈছিল৷ প্ৰতাৰকৰ

কেতিয়াবা একোটা দিন এটা জাতিৰ বাবেই অভিশপ্ত হৈ ৰৈ যায়৷ ১২ ডিচেম্বৰ, তেনে এটি অভিশপ্ত দিন অসমীয়া জাতিৰ বাবে৷ বৰ্বৰ, ক্ষমতালিপ্সু, নিৰ্দয় শাসকৰ নিৰ্দেশত পাঁচগৰাকী অসমসন্তানক গুলীবিদ্ধ কৰা হৈছিল ২০১৯ৰ আজিৰ দিনটোতে৷ ভাষা-জননীৰ সুৰক্ষাৰ বাবে, অসমখনক হিয়া উজাৰি ভাল পাই বাবে ‘কা’

কেতিয়াবা একোটা দিন এটা জাতিৰ বাবেই অভিশপ্ত হৈ ৰৈ যায়৷ ১২ ডিচেম্বৰ, তেনে এটি অভিশপ্ত দিন অসমীয়া জাতিৰ বাবে৷ বৰ্বৰ, ক্ষমতালিপ্সু, নিৰ্দয় শাসকৰ নিৰ্দেশত পাঁচগৰাকী অসমসন্তানক গুলীবিদ্ধ কৰা হৈছিল ২০১৯ৰ আজিৰ দিনটোতে৷

ভাষা-জননীৰ সুৰক্ষাৰ বাবে, অসমখনক হিয়া উজাৰি ভাল পাই বাবে ‘কা’
Lurinjyoti Gogoi (@lurinjtgogoi) 's Twitter Profile Photo

কা’ আন্দোলনৰ পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত অসম জাতীয় পৰিষদৰ কাৰ্যালয়ত নাগাৰা নাম প্ৰদৰ্শন৷

Lurinjyoti Gogoi (@lurinjtgogoi) 's Twitter Profile Photo

On this day in 1971, valor and sacrifice of the #IndianArmedForces led to an unforgettable victory. Saluting the heroes of the Indo-Pak war and commemorating Pakistan's surrender. #JaiHind

অসমৰ খিলঞ্জীয়া নাগৰিকৰ সুৰক্ষিত ভৱিষ্যৎ আৰু স্বাভিমানী অসমীয়া জাতিসত্তাক আপোচবিহীনভাৱে চিৰদিন চিৰকাল উজ্জীৱিত কৰি ৰখাৰ অংগীকাৰেৰে আজিৰ পৰা চাৰি বছৰ পূৰ্বে ভূমিষ্ঠ হৈছিল অসম জাতীয় পৰিষদ৷ আজি প্ৰতিষ্ঠা দিৱসৰ শুভক্ষণত দলৰ প্ৰতিগৰাকী সতীৰ্থ, সংগ্ৰামী সহযোদ্ধালৈ শুভেচ্ছা জনাইছোঁ

অসমৰ খিলঞ্জীয়া নাগৰিকৰ সুৰক্ষিত ভৱিষ্যৎ আৰু স্বাভিমানী অসমীয়া জাতিসত্তাক আপোচবিহীনভাৱে চিৰদিন চিৰকাল উজ্জীৱিত কৰি ৰখাৰ অংগীকাৰেৰে আজিৰ পৰা চাৰি বছৰ পূৰ্বে ভূমিষ্ঠ হৈছিল অসম জাতীয় পৰিষদ৷

আজি প্ৰতিষ্ঠা দিৱসৰ শুভক্ষণত দলৰ প্ৰতিগৰাকী সতীৰ্থ, সংগ্ৰামী সহযোদ্ধালৈ শুভেচ্ছা জনাইছোঁ
Lurinjyoti Gogoi (@lurinjtgogoi) 's Twitter Profile Photo

জাতীয় স্বাৰ্থ আৰু জাতিৰ আত্মপ্ৰতিষ্ঠাৰ অবিৰত ৰাজনৈতিক সংগ্ৰামৰ মাজেৰে অসম জাতীয় পৰিষদে পাৰ কৰিলে চাৰিটা বছৰ৷ আজি ধেমাজিৰ বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অসম জাতীয় পৰিষদৰ চতুৰ্থ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটি পালন কৰা হয়৷ অসম জাতীয় পৰিষদৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত,

জাতীয় স্বাৰ্থ আৰু জাতিৰ আত্মপ্ৰতিষ্ঠাৰ অবিৰত ৰাজনৈতিক সংগ্ৰামৰ মাজেৰে অসম জাতীয় পৰিষদে পাৰ কৰিলে চাৰিটা বছৰ৷ আজি ধেমাজিৰ বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অসম জাতীয় পৰিষদৰ চতুৰ্থ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটি পালন কৰা হয়৷

অসম জাতীয় পৰিষদৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত,
Lurinjyoti Gogoi (@lurinjtgogoi) 's Twitter Profile Photo

বিংশ শতিকাৰ অসমৰ এগৰাকী প্ৰখ্যাত কবি, গীতিকাৰ, গদ্যকাৰ তথা ভাৰতৰ স্বাধীনতা আন্দোলনৰ মুক্তিযোদ্ধা ‘অসম কেশৰী’ অম্বিকাগিৰী ৰায়চৌধুৰী দেৱক আজি ওপজা দিনত শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ৷ তেখেতৰ ৰচনাই অসমৰ জাতীয়তাবাদী ধাৰাটোক অধিক প্ৰাণৱন্ত কৰিছে৷ স্বাভিমানী অসমীয়া জাতিসত্তাৰ বাবে

বিংশ শতিকাৰ অসমৰ এগৰাকী প্ৰখ্যাত কবি, গীতিকাৰ, গদ্যকাৰ তথা ভাৰতৰ স্বাধীনতা আন্দোলনৰ মুক্তিযোদ্ধা ‘অসম কেশৰী’ অম্বিকাগিৰী ৰায়চৌধুৰী দেৱক আজি ওপজা দিনত শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ৷

তেখেতৰ ৰচনাই অসমৰ জাতীয়তাবাদী ধাৰাটোক অধিক প্ৰাণৱন্ত কৰিছে৷ স্বাভিমানী অসমীয়া জাতিসত্তাৰ বাবে
Lurinjyoti Gogoi (@lurinjtgogoi) 's Twitter Profile Photo

কংগ্ৰেছ দলৰ ‘ৰাজভৱন চলো’ কাৰ্যসূচীত অংশ লৈ নিহত হোৱা অধিবক্তা মৃদুল ইছলামৰ মৃত্যুৰ ঘটনা ভয়ংকৰ আৰু ভয়াৱহ৷ আমি এই দুৰ্ভাগ্যজনক ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছোঁ৷ facebook.com/share/v/19sagK…

Lurinjyoti Gogoi (@lurinjtgogoi) 's Twitter Profile Photo

I am deeply saddened by the passing of the legendary Shyam Benegal. His contributions to Indian cinema and the New Wave movement will forever be remembered. Rest in peace, maestro.