Jakir Hussain (@jakirhu99209429) 's Twitter Profile
Jakir Hussain

@jakirhu99209429

ID: 1336893446078939140

calendar_today10-12-2020 04:41:32

172 Tweet

237 Followers

329 Following

Jakir Hussain (@jakirhu99209429) 's Twitter Profile Photo

বিশ্বৰ অন্যতম শ্ৰেষ্ঠ অৰ্থনীতিবিদ তথা ভাৰতৰ প্রাক্তন প্রধানমন্ত্ৰী ড° মনমোহন সিঙ ডাঙৰীয়াৰ জন্মদিনৰ হিয়াভৰা শুভেচ্ছা জনোৱাৰ লগতে তেখেতৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছো। HappyBirthdayManmohanSinghJi

বিশ্বৰ অন্যতম শ্ৰেষ্ঠ অৰ্থনীতিবিদ তথা ভাৰতৰ প্রাক্তন প্রধানমন্ত্ৰী ড° মনমোহন সিঙ ডাঙৰীয়াৰ জন্মদিনৰ হিয়াভৰা শুভেচ্ছা জনোৱাৰ লগতে তেখেতৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছো।

HappyBirthdayManmohanSinghJi
Jakir Hussain (@jakirhu99209429) 's Twitter Profile Photo

অহিংস নীতিৰে ব্ৰিটিছ ভাৰতৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰোঁতা #মোহনদাস_কৰমচান্দ_গান্ধীৰ জন্মজয়ন্তীত মহান নেতা গৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতৰ জন্মদিন ২ অক্টোবৰ ৰ দিনটো ভাৰতত গান্ধী জয়ন্তী আৰু বিশ্বজুৰি আন্তৰ্জাতিক অহিংসা দিৱস হিচাপে পালন কৰা হয়।।

অহিংস নীতিৰে ব্ৰিটিছ ভাৰতৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰোঁতা #মোহনদাস_কৰমচান্দ_গান্ধীৰ জন্মজয়ন্তীত মহান নেতা গৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছোঁ।

তেখেতৰ জন্মদিন ২ অক্টোবৰ ৰ দিনটো ভাৰতত গান্ধী জয়ন্তী আৰু বিশ্বজুৰি আন্তৰ্জাতিক অহিংসা দিৱস হিচাপে পালন কৰা হয়।।
Jakir Hussain (@jakirhu99209429) 's Twitter Profile Photo

"অসমৰ মাধ্যম আন্দোলনৰ" প্ৰথম শ্বহীদ অমায়িক, সৎ চৰিত্রৱান, সম্ভাৱনাপূর্ণ কিশোৰ #শ্বহীদ_মোজাম্মিল_হকৰ মৃত্যু তিথিত শ্ৰদ্ধাঞ্জলি জনাইছোঁ।

"অসমৰ মাধ্যম আন্দোলনৰ" প্ৰথম শ্বহীদ অমায়িক, সৎ চৰিত্রৱান, সম্ভাৱনাপূর্ণ কিশোৰ #শ্বহীদ_মোজাম্মিল_হকৰ মৃত্যু তিথিত শ্ৰদ্ধাঞ্জলি জনাইছোঁ।
Jakir Hussain (@jakirhu99209429) 's Twitter Profile Photo

অভিনন্দন আন এজনী অসমীয়াৰ জয়। #চুপাৰ_ডান্সৰ_নামৰ_ৰিয়েলিটি শ্বত অসম কন্যা #ফ্লৰিনা_গগৈ চেম্পিয়ন হয়। ফ্লৰিনা ৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।

অভিনন্দন
আন এজনী অসমীয়াৰ জয়।

#চুপাৰ_ডান্সৰ_নামৰ_ৰিয়েলিটি শ্বত অসম কন্যা #ফ্লৰিনা_গগৈ চেম্পিয়ন হয়।

 ফ্লৰিনা ৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
Jakir Hussain (@jakirhu99209429) 's Twitter Profile Photo

Congratulations to super star Rajikanth for receiving "Dada Chaheb Phalke Award". at the presentation ceremony of the 67th National film awards. we wish the actor good health and longevity..

Congratulations to super star Rajikanth for receiving "Dada Chaheb Phalke Award". at the presentation ceremony of the 67th National film awards.

we wish the actor good health and longevity..
Jakir Hussain (@jakirhu99209429) 's Twitter Profile Photo

সমুহ অসমবাসীলৈ পোহৰৰ উৎস দীপাৱলী আৰু কালী পূজাৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। দীপান্বিতাৰ এই পোহৰে ৰাজ্যৰ অপায়- অমংগল দুৰ কৰি সমাজৰ পৰা হিংসা-বিদ্বেষ,অসূয়া-অপ্ৰীতিৰ ভাৱ আতৰাই আমাৰ সাতামপুৰুষীয়া সম্প্ৰতিৰ এনাজৰীডাল শক্তিশালী কৰি তোলক তাৰে কামনা কৰিলোঁ।।

সমুহ অসমবাসীলৈ পোহৰৰ উৎস দীপাৱলী আৰু কালী পূজাৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ।

দীপান্বিতাৰ এই পোহৰে ৰাজ্যৰ অপায়- অমংগল দুৰ কৰি সমাজৰ পৰা হিংসা-বিদ্বেষ,অসূয়া-অপ্ৰীতিৰ ভাৱ আতৰাই আমাৰ সাতামপুৰুষীয়া সম্প্ৰতিৰ এনাজৰীডাল শক্তিশালী কৰি তোলক তাৰে কামনা কৰিলোঁ।।
Jakir Hussain (@jakirhu99209429) 's Twitter Profile Photo

congratulations Lovlina Borgohai Tokyo Olympics Bronze medalist Lovlina Borgohain receives "Major Dhyan Chand Khel Ratna Award" (2021) from President Ram Nath Kovind at Rashtrapati Bhavan.

congratulations Lovlina Borgohai

Tokyo Olympics Bronze medalist Lovlina Borgohain receives "Major Dhyan Chand Khel Ratna Award" (2021) from President Ram Nath Kovind at Rashtrapati Bhavan.
Jakir Hussain (@jakirhu99209429) 's Twitter Profile Photo

অভিনন্দন লেখিকা অনুৰাধা শৰ্মা পূজাৰী ২০২১ ইং বৰ্ষৰ "সাহিত্য অকাডেমি বঁটা"ৰ বাবে নিৰ্বাচিত হোৱাত বাইদেউক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।।

অভিনন্দন

লেখিকা অনুৰাধা শৰ্মা পূজাৰী ২০২১ ইং বৰ্ষৰ "সাহিত্য অকাডেমি বঁটা"ৰ বাবে নিৰ্বাচিত হোৱাত বাইদেউক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।।
Jakir Hussain (@jakirhu99209429) 's Twitter Profile Photo

অসমীয়াৰ বাপতিসাহোন ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো। ভোগালীৰ আনন্দই কঢ়িয়াই আনক সকলোৰে মাজত আনন্দ,শান্তি আৰু সম্প্ৰীতিৰ বতৰা আৰু মেজিৰ জুইত নিপাত যাওক সকলাে অসূয়া-অপ্রীতি।।

Jakir Hussain (@jakirhu99209429) 's Twitter Profile Photo

ওপজা দিনৰ শুভেচ্ছা জ্ঞাপন কৰিলো। আপোনাৰ জীৱনৰ এই বিশেষ দিনৰ সোণালী ক্ষণত, আপোনাৰ জীৱন ওপচি পৰক অলেখ সুখ আৰু আনন্দৰে"। Happy Birthday to You. Abdul Khaleque

ওপজা দিনৰ শুভেচ্ছা জ্ঞাপন কৰিলো।

আপোনাৰ জীৱনৰ এই বিশেষ দিনৰ সোণালী ক্ষণত, আপোনাৰ জীৱন ওপচি পৰক অলেখ সুখ আৰু আনন্দৰে"।
Happy Birthday to You.
<a href="/MPAbdulKhaleque/">Abdul Khaleque</a>
Jakir Hussain (@jakirhu99209429) 's Twitter Profile Photo

নিজৰ কুকিল কণ্ঠৰে মোহচন্ন কৰি ৰখা গায়িকা,ভাৰতৰত্ন লতা মংগেশকাৰ আজি আৰু নাই। ৮ টা দশকজুৰি ৩০ টাতকৈ অধিক ভাষাত গান গাই সংগীতৰ জগতখনত আজিলৈকে আধিপত্য বজাই ৰাখিছিল। শেষত তেওঁৰ আত্মাৰ শান্তি কামনা কৰিলোঁ।।

নিজৰ কুকিল কণ্ঠৰে মোহচন্ন কৰি ৰখা গায়িকা,ভাৰতৰত্ন লতা মংগেশকাৰ আজি আৰু নাই।
৮ টা দশকজুৰি ৩০ টাতকৈ অধিক ভাষাত গান গাই সংগীতৰ জগতখনত আজিলৈকে আধিপত্য বজাই ৰাখিছিল। 
 
শেষত তেওঁৰ আত্মাৰ শান্তি কামনা কৰিলোঁ।।
Abdul Khaleque (@mpabdulkhaleque) 's Twitter Profile Photo

My letter to Chief Secretary of Assam requesting him to send a proposal to Central Government to eastablish new Sainik School in Barpeta district.

My letter to Chief Secretary of Assam requesting him to send a proposal to Central Government to eastablish new Sainik School in Barpeta district.
Jakir Hussain (@jakirhu99209429) 's Twitter Profile Photo

বাইদেউ লৈ অলেখ শুভকামনা জনালোঁ‌ এগৰাকী যোগ্য বলিষ্ঠ কণ্ঠক, অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ দায়িত্ব অৰ্পণ কৰাৰ বাবে কেন্দ্ৰীয় নেতৃত্বৰ সিদ্ধান্তক ধন্যবাদ জ্ঞাপন কৰিছো।।

বাইদেউ লৈ অলেখ শুভকামনা জনালোঁ‌

এগৰাকী যোগ্য বলিষ্ঠ কণ্ঠক, অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ  সভানেত্ৰীৰ দায়িত্ব অৰ্পণ কৰাৰ বাবে কেন্দ্ৰীয় নেতৃত্বৰ সিদ্ধান্তক ধন্যবাদ জ্ঞাপন কৰিছো।।
Jakir Hussain (@jakirhu99209429) 's Twitter Profile Photo

অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষ উপলক্ষে সমুহ অসমবাসীলৈ আন্তৰিক অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিছোঁ।। বসন্তৰ আগমনত উৎযাপন কৰা অসমীয়াৰ মূল উৎসৱ ৰঙালী বিহুৱে সকলোৰে মাজৰ পৰা হিংসা, ভেদ-ভাৱ আঁতৰি কঢ়িয়াই আনক সকলোৰে মাজত সুখ-শান্তি ,সমৃদ্ধি আৰু ভাতৃত্ববোধ।।

অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষ উপলক্ষে সমুহ অসমবাসীলৈ আন্তৰিক অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিছোঁ।।

বসন্তৰ আগমনত উৎযাপন কৰা অসমীয়াৰ মূল উৎসৱ ৰঙালী বিহুৱে সকলোৰে মাজৰ পৰা হিংসা, ভেদ-ভাৱ আঁতৰি কঢ়িয়াই আনক সকলোৰে মাজত সুখ-শান্তি ,সমৃদ্ধি আৰু ভাতৃত্ববোধ।।
Jakir Hussain (@jakirhu99209429) 's Twitter Profile Photo

আজি পৱিত্র ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলাে। ঈদৰ এই পবিত্ৰ ক্ষণত সকলাে শ্ৰেণীৰ মানুহৰ মাজত অসমৰ সাতামপুৰুষীয়া সম্প্রীতিৰ বান্ধোন অধিক কটকটীয়া কৰি তোলক আৰু বিভিন্ন জাতি,জনগােষ্ঠীৰ মিলনৰ ভূমি এইখন অসমত সকলােকে শান্তিৰ বাণীৰে উদ্বুদ্ধ কৰি তুলিবলৈ মহান আল্লাহৰ ওচৰত দোৱা কৰিলাে।।

Jakir Hussain (@jakirhu99209429) 's Twitter Profile Photo

অভিনন্দন মাফুজা ইয়াচমিন। মায়ানগৰী মুম্বাই লৈ উৰা মাৰিব মুফুজা ইয়াচমিন।Sare ga ma pa Zee Tvৰ little champৰ online অডিচনত বৰপেটা জিলাৰ বিলাসীপাৰাৰ মাফুজা ইয়াচমিনে অংশগ্ৰহণ কৰি তেওঁ মুম্বাইৰ মূল ষ্টুডিঅ'ত গীত গোৱাৰ বাবে নিৰ্বাচিত হৈছে। বৰপেটাবাসী হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ।।

অভিনন্দন মাফুজা ইয়াচমিন।

মায়ানগৰী মুম্বাই লৈ উৰা মাৰিব মুফুজা ইয়াচমিন।Sare ga ma pa Zee Tvৰ little champৰ online অডিচনত বৰপেটা জিলাৰ বিলাসীপাৰাৰ মাফুজা ইয়াচমিনে অংশগ্ৰহণ কৰি তেওঁ মুম্বাইৰ মূল ষ্টুডিঅ'ত গীত গোৱাৰ বাবে নিৰ্বাচিত হৈছে।
বৰপেটাবাসী হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ।।
Jakir Hussain (@jakirhu99209429) 's Twitter Profile Photo

অসম তথা ভাৰতবাসীলৈ ৭৬ তম_স্বাধীনতা_দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। দেশমাতৃৰ স্বাৰ্থত আত্মবলিদান দিয়া প্ৰতিগৰাকী জাতীয় বীৰৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ।। #জয়_হিন্দ

অসম তথা ভাৰতবাসীলৈ ৭৬ তম_স্বাধীনতা_দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ।

দেশমাতৃৰ স্বাৰ্থত আত্মবলিদান দিয়া প্ৰতিগৰাকী জাতীয় বীৰৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ।।

#জয়_হিন্দ
Jakir Hussain (@jakirhu99209429) 's Twitter Profile Photo

শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ আৰাধনাক কেন্দ্ৰ কৰি অনুষ্ঠিত হোৱা বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ দুৰ্গা পূজা আৰু নৱৰাত্ৰিৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মা দুৰ্গাৰ ঐশ্বৰিক শক্তিয়ে আপোনালোকৰ সকলো কামতে সুস্বাস্থ্য,সফলতা আৰু সমৃদ্ধিৰ আশীৰ্বাদ কৰক।।

Jakir Hussain (@jakirhu99209429) 's Twitter Profile Photo

বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া শ্ৰীযুত বশিষ্ঠ দেৱ শৰ্মাদেৱ ৰ মহাপ্ৰয়াণৰ বাতৰিত মৰ্মাহত হৈছোঁ। তেখেতৰ মৃত্যু বৰপেটাৰ বাবে এক অপূৰণীয় ক্ষতি হৈ ৰ'ব ৷ শ্ৰীমন্ত শংকৰদেৱ বঁটাপ্ৰাপক সত্ৰাধিকাৰ গৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰি তেখেতৰ শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।।🙏

বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া শ্ৰীযুত বশিষ্ঠ দেৱ শৰ্মাদেৱ ৰ মহাপ্ৰয়াণৰ বাতৰিত মৰ্মাহত হৈছোঁ। তেখেতৰ মৃত্যু বৰপেটাৰ বাবে এক অপূৰণীয় ক্ষতি হৈ ৰ'ব ৷ 

শ্ৰীমন্ত শংকৰদেৱ বঁটাপ্ৰাপক সত্ৰাধিকাৰ গৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰি তেখেতৰ শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।।🙏