Abhijit Goswami 🇮🇳🇮🇳 (@goswami__abhi) 's Twitter Profile
Abhijit Goswami 🇮🇳🇮🇳

@goswami__abhi

Bad days are part of a good life.

ID: 1217440640566300672

calendar_today15-01-2020 13:37:36

20,20K Tweet

4,4K Followers

1,1K Following

Abhijit Goswami 🇮🇳🇮🇳 (@goswami__abhi) 's Twitter Profile Photo

ঠিকাদাৰৰ বকেয়া চাহ শ্ৰমিকৰ দৈনিক হাজিৰা বিদ্যুৎ বিভাগত চৰকাৰৰ বকেয়া ৰাজ্যৰ বিভিন্ন স্থানত থকা এনাৰ্জী ষ্টেশ্যন সমূহত থকা চৰকাৰী বকেয়া এইবোৰ বাদ দি ধাৰ লৈ ধাম ধুম পইচা বিলাই ফুৰিছে। জননী সুৰক্ষা আঁচনিৰ নামত অবিবাহিত, বৃদ্ধা আনকি বিধবাকো গৰ্ভৱতী সজাই চৰকাৰী ধন কৰিছে আত্মসাত।

Abhijit Goswami 🇮🇳🇮🇳 (@goswami__abhi) 's Twitter Profile Photo

বাংলাদেশী নাগৰিকক খুল্লম খুল্লা সমৰ্থন দিয়া গৰাকীক কিবা FIR এখন দি আটক কৰিব নোৱাৰিনে? নোৱাৰি। অসমত এতিয়া অসমীয়াৰ কথা আলোচনা নহৈ বাংলাদেশীৰ বিষয়েহে বেছি আলোচনা হয়। তেওঁলোক থাকিলেই ভাল। খেনোৰ চৰুৰ জুই জ্বলি থাকিব। "অ' মোৰ আপোনাৰ দেশ" বুলি মোৰো দেশ আপোনাৰো দেশ বুলি কোৱা নাছিল।

Abhijit Goswami 🇮🇳🇮🇳 (@goswami__abhi) 's Twitter Profile Photo

প্ৰসিদ্ধ লোকক লৈ বিশ্ববিদ্যালয় বা তেওঁ বুনিয়াদী শিক্ষা লোৱা সেই পাঠশালাখনে সদায় গৌৰৱ কৰে। তাৰ বিপৰীত হোৱা কেতিয়াবা দেখিছেনে?

Abhijit Goswami 🇮🇳🇮🇳 (@goswami__abhi) 's Twitter Profile Photo

বাকপটুতা সুকীয়া আৰু য'তে ত'তে যি কোনো কথা ছেলবেলাই ফুৰা বহুত বেছি সুকীয়া। ক'ত, কেতিয়া আৰু কাক কি কৈছিল সদায় মনত নাথাকে নহয়।

Advy (@advychemical) 's Twitter Profile Photo

This Ganesh Chaturthi, may Lord Ganesha bless us all with wisdom, prosperity, and good health. Team Advy wishes you and your family a joyful and blessed celebration!✨ #advy #GaneshChaturthi2025 #GanpatiBappaMorya

This Ganesh Chaturthi, may Lord Ganesha bless us all with wisdom, prosperity, and good health.

Team Advy wishes you and your family a joyful and blessed celebration!✨

#advy #GaneshChaturthi2025 #GanpatiBappaMorya
Abhijit Goswami 🇮🇳🇮🇳 (@goswami__abhi) 's Twitter Profile Photo

লাখৰ হিচাপত অগপ কৰ্মীৰ স্বাভিমান কোনোবা দুজনে আজি বিক্ৰী কৰি দিলে হেনো। গুৱাহাটীত নাই বাবে সিমান নিশ্চিত নহয়। বেলেগে মাফ কৰিলেও অসম আন্দোলনৰ শ্বহীদসকলৰ শাওপাত নলগাকৈ নাথাকে কিন্তু।

Gurpreet Garry Walia (@garrywalia_) 's Twitter Profile Photo

चित्रा त्रिपाठी को मैं पत्रकार नहीं मानता जो जो मेरे साथ है वो रीट्वीट करो

Abhijit Goswami 🇮🇳🇮🇳 (@goswami__abhi) 's Twitter Profile Photo

ইথানল বেছি বেছি গাডকাৰীৰ পুতেক হেনো কুবেৰ ভক্তিত গদ গদ হৈ পৰাত কুবেৰেও তেওঁৰ তাত থকা এটা সৰু চন্দুক গাডকাৰীৰ পুত্ৰক দান দি দিলে। হয় নেকি কথাটো?

Tinat (@siang16) 's Twitter Profile Photo

This is a regular story! I am thinking of getting a JCB and moving these pillars and posts from different parts of the city and erecting monoliths. Could b a great tourist attraction! Please let me know if anyone wishes to donate an open space for this art installation.

RAJESHWAR S JAMWAL (@thakurrsjamwal2) 's Twitter Profile Photo

District Magistrate, Jammu Information & PR, J&K Sir , Please depute your subordinates to document loss incurred by me on August 24,2025 , due to overflowing of a deep drain , that also washed out a portion of my compound wall amid torrential rains Thnx August 28, 025 Information please PMO India Office of LG J&K Office of Chief Minister, J&K

Abhijit Goswami 🇮🇳🇮🇳 (@goswami__abhi) 's Twitter Profile Photo

Kohima Gangtok Bhubaneswar Vizag Aizawl Itanagar These are the safest cities in India for women. Do you know why? Four out of five above follow matriarchy. Worshipping a Female incarnation is not everything. The respect should be mutual. Nothing less than that.

Abhijit Goswami 🇮🇳🇮🇳 (@goswami__abhi) 's Twitter Profile Photo

কোনে কয় "বিকাচ" হোৱা নাই? নিখিল গাদকাৰী বা জুছ বা মল্লযোদ্ধা বা চৰ্মা, এই সকলৰ ক্ষেত্ৰত হৈছে। আমাৰ পিনে ১২০০ কোটিটকীয়া পানী যোগান প্ৰকল্পৰ গতি চাওক। এইডালৰ ইমানতেই জীৱন নাটৰ আঁৰ কাপোৰ পৰিল। পানী কিয়, বতাহো যাতে চলাচল কৰিব নোৱাৰে, ৰাইজে সেয়ে তাৰ খোল খাই থকা মুখখনো সোপা দি থৈছে

Devakanta (@devakanta590) 's Twitter Profile Photo

কৰ্কট ৰোগ এতিয়াও এক প্ৰত্যাহ্বান! আমি এক বনৌষধৰ দ্বাৰা কিছু কৰ্কট ৰুগী আৰোগ্য কৰিছো।ডিঙি পায়ু esophagus এই ৩ টা অংশৰ অসুখ আৰোগ্য হৈছে।১ম আৰু ২য় stage ৰ ৰুগী ৩০দিনতে লক্ষনগত আৰোগ্য লাভ কৰে!দুই মাহ ঔষধ সেৱন কৰা প্ৰয়োজন!২ মাহত খৰছ পৰে প্ৰায়ে ৫ হাজাৰ!mobile no-9864484125.

Arunabh Devsharma (@arunabhdevshar1) 's Twitter Profile Photo

For your 114 episode, thank you very much to railvisionTV. The Railway Ministry, why should the daily passengers of ASSAM be cheated; The North East is the part of India. To play a very important role; Thank you very much again. RailVision TV RB CRB Northeast Frontier Railway ARPA