DEVAJIT MORAN #IAmDehingPatkai #Protectmetoo
@devajitmoran2
RTI Activist, Wild-life Activist.. Animal rescuer..
ID: 1085170732462555136
15-01-2019 13:43:58
214 Tweet
54 Followers
93 Following
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগে Oil ক দুডালকৈ গেছ পাইপ লাইন স্থাপনৰ নামত 3000 গছ কাটিবলৈ অনুমতি দিছে তাৰে ভিতৰত 741 জোপা "অসমৰ ৰাজ্যিক হোলোং গছ" । Himanta Biswa Sarma MyGov Assam Chief Minister Assam #বনবন্ধু #IamDehingPatkai thenewsmill.com
There is a lot of illegal coal mining in Margherita, Lidu ,Jagun, Lekhapani which is destroying the forests at a rampant pace. I urge the Government of Assam to stop the destruction of this forest as soon as possible🙏🏿 President of India Narendra Modi Himanta Biswa Sarma Chief Minister Assam
কয়লা গাড়ীক চৰকাৰ , বন বিভাগ , প্ৰশাসনে ঠিকেই সুৰক্ষা প্ৰদান কৰে পিছে অসমত থকা আমাৰ ৰাষ্ট্ৰীয় সম্পদৰ সুৰক্ষা প্ৰদান কৰিবলৈ কাৰো সময় নাই | এই খন অসমত বন মাফিয়াই সুৰক্ষা পাই কিন্ত বন্য প্ৰাণীবোৰৰ সুৰক্ষা নাই ! Himanta Biswa Sarma Chief Minister Assam MyGov Assam President of India
ভাৰত চৰকাৰে অসমত ঔপনিৱেশিক শাসনহে চলাই আছে সেয়েহে সাৰ্বভৌম স্বাধীন অসম মোৰ/আমাৰ কাম্য । Voice of Assam Assam Bhumiputro AssamAdda New Assam - জয় আই অসম ✊ মুক্ত কন্ঠ
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ লগত সংলগ্ন সেউজীয়া পাটকাই পৰ্বতক কয়লা মাফিয়াক গতাই দি চকুৰ আগত এনেকৈয়ে ধ্বংস হবলৈ দিব নে? Himanta Biswa Sarma Sarbananda Sonowal Chief Minister Assam MyGov Assam
ধ্বংস মই দেখিছোঁ হাল্লা মই কৰিছোঁ হাল্লা মই কৰিলেও ভ্ৰূক্ষেপে কৰা নাই মানুহে বুজাইছে মোক সময় নষ্ট কৰিছ ভাই যিমান মোক কলেও কিন্ত মই শুনা নাই ভাই !!! এনেকৈয়ে চৰকাৰে কয়লা মাফিয়াৰ হাতত পাটকাই পৰ্বতক ধ্বংস কৰিবলৈ গতাই দিছে নেকি ? Himanta Biswa Sarma Chief Minister Assam MyGov Assam
Do share 🙏 বনবিভাগৰ মুৰব্বী ৰ পৰা প্ৰশাসনৰ মুৰব্বী লৈকে সকলোৱে উচিত তদন্তৰ পৰিবৰ্তে ,বন ধ্বংসকাৰীক দিহিং পাটকাই পৰ্বতক ধ্বংস কৰিবলৈ উৎসাহিত কৰা নাই নে? অতি সোনকালে CBI তদন্ত কৰি দুখীক শাস্তি প্ৰদান কৰিবলৈ অনুৰোধ জনালোঁ Chief Minister Assam Himanta Biswa Sarma MyGov Assam Sarbananda Sonowal
দ্বীপৰ বিলক বেদখল মুক্ত কৰি সুৰক্ষা প্ৰদান কৰক🙏 #বনবন্ধু Himanta Biswa Sarma Chief Minister Assam MyGov Assam
As a human being It's our responsibility to take care of our Mother Nature ! If forests are destroyed at this pace, the Dihing Patkai rainforest will lose its balance Himanta Biswa Sarma Chief Minister Assam MyGov Assam I Am Dehing Patkai #SaveDehingPatkai #SaveEnvironmentForFuture
इस साल असम के काजीरंगा नेशनल पार्क में गैंडों की पहली हत्या।चार-पांच दिन पहले शिकारियों ने गैंडे को मार डाला था और उसके सींग लेकर फरार हो गए थे। घटना बगोरी रेंज के कथपारा वन छावनी क्षेत्र की है।वन विभाग अभी तक कोई सुराग नहीं लगा पाया है | President of India PMO India Narendra Modi
কপৌ ফুল বিক্ৰী কৰিব নোৱাৰা আইন কানুন এই নিয়ম বোৰ উঠাই দিয়া হল নেকি ? Chief Minister Assam Himanta Biswa Sarma Sarbananda Sonowal President of India Narendra Modi PMO India
Sir , Good news for Dihing Patkai National Park for the first time Tokay gecko found , rescued from Ultapul this morning. Himanta Biswa Sarma #বনবন্ধু #IamDehingPatkai #SaveDehingPatkai #tokaygecko #rescue #record #1st #DehingPatkai #assam #viral #viralpost #tranding #india #news
মাননীয় Himanta Biswa Sarma ডাঙৰীয়া মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ Director " বৈ ভৱ মাথোৰ ক অতি সোনকালে অপসাৰন কৰক 🙏 #poaching #rhino #assam #news #assamnews #viralnews #india
মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মন্ত্ৰী পীযুষ হাজৰিকা দেৱৰ নাম লৈ "গোবিন চৰকাৰ নামৰ লোক জনে ডিগবৈ বন সংগমণ্ডলত চলাই আছে কাঠৰ ছিণ্ডিকেট।কত পালে ইমান সাহস গাড়ী পাৰ কৰিব নিদিলে মন্ত্ৰীৰ ভয় দেখুৱাই আমাৰ বন বিষয়াক Transfer দিয়াৰ ভাবুকি Himanta Biswa Sarma MyGov Assam Chief Minister Assam
লিডু টিঁপংৰ চালি অঞ্চলত অবাধ গতিত কয়লা মুক্ত খনন হোৱাৰ ফলত অৱশেষত অনেকৈ জুই জ্বলি উঠিল। অবৈধ কয়লা মুক্ত খননৰ বিৰুদ্ধে অসম চৰকাৰে কিবা গুৰুত্বপূৰ্ণ ব্যৱস্থা লব নে ? Himanta Biswa Sarma Chief Minister Assam Sarbananda Sonowal MyGov Assam CNN Breaking News NEWS LIVE