Bikash protim Hazarika (@bikashprotimha1) 's Twitter Profile
Bikash protim Hazarika

@bikashprotimha1

I love new people introduction always

ID: 1524256476860092416

calendar_today11-05-2022 05:15:03

301 Tweet

1,1K Followers

1,1K Following

Bikash protim Hazarika (@bikashprotimha1) 's Twitter Profile Photo

দামী গাড়ীত উঠি ফুৰিলেই ধনী ব্যক্তি হ'ব নোৱাৰে, দামী কাপোৰ কানি পিন্ধিলে বুলিয়ে ভদ্ৰ হব নোৱাৰে , মেল মিটিং ত ডাঙৰ ডাঙৰ ভাষণ দিলে বুলিয়ে পন্দিত বা জ্ঞানী হব নোৱাৰে , কাৰণ মানুহৰ আচল যোগ্যতা কিমান তেওঁৰ কৰ্মইহে পৰিচয় দিয়ে !!!

Bikash protim Hazarika (@bikashprotimha1) 's Twitter Profile Photo

চাকৰি লাগে চৰকাৰী কিন্তু নিজৰ ল'ৰা ছোৱালী ক পঢ়িবলৈ পঠাই বে চৰকাৰী স্কুললৈ । 😁😁😁

Bikash protim Hazarika (@bikashprotimha1) 's Twitter Profile Photo

অপৰাধীক ৰক্ষণাবেক্ষণ দিয়া বা অপৰাধীৰ হৈ মাত মতা জন বেছি অপৰাধী ।

Bikash protim Hazarika (@bikashprotimha1) 's Twitter Profile Photo

শাওন মহাত পঠাৰত মাটি ৰুবলৈ মিঞাৰ সহায় লোৱা হয় । প্ৰধানকৈ উজনিত ।

Bikash protim Hazarika (@bikashprotimha1) 's Twitter Profile Photo

🥀 যি বুজিলো তাৰপৰা কওঁ, তিনিটা কাম জীৱনত কেতিয়াও কৰিব নালাগে। 1.নিজতকৈ সৰুৰ লগত প্ৰেম। 2. সম-বয়সীয়াৰ লগত প্ৰেম। 3. নিজতকৈ ডাঙৰৰ লগত প্ৰেম।😀🥀🙏 ( যি বুজিলে, বুজিলে আৰু মোৰ কব লগটো ক'লো 😄😁😁😁😁)

Bikash protim Hazarika (@bikashprotimha1) 's Twitter Profile Photo

মনিপুৰ নাৰী ঘটনাটো অতি নিন্দনীয় আৰু ঘৃণনীয় ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি..

Bikash protim Hazarika (@bikashprotimha1) 's Twitter Profile Photo

হে প্ৰভু কিনো তোমাৰ লীলা নীলা নীলা কেৰাচিন তেল বোৰ ক'ত হেৰুৱাই দিলা ।

Bikash protim Hazarika (@bikashprotimha1) 's Twitter Profile Photo

আমাৰ সকলোৰে আদৰৰ খুমটাই সমষ্টিৰ সন্মানীয় বিধায়ক মৃনাল শইকীয়া ডাঙৰীয়া লৈ ওপজা দিনৰ আন্তৰিক শুভেচ্ছা জনালোঁ । সদায় সু-স্বাস্থ্য গৰাকী হৈ ৰাইজৰ কাম যাবলৈ ভগৱানে শক্তি দিয়ক ।

আৰু কিবা নতুন আঁচনি আছেনে নিৰ্বাচনৰ আগতে দিবলগা মামা