ABVP Assam (@abvpassam) 's Twitter Profile
ABVP Assam

@abvpassam

Official Twitter handle of Akhil Bharatiya Vidyarthi Parishad, Assam Pradesh.

ID: 1118198173191696385

linkhttps://assam.abvp.org/ calendar_today16-04-2019 17:03:14

4,4K Tweet

3,3K Followers

97 Following

ABVP Assam (@abvpassam) 's Twitter Profile Photo

সমূহ দেশবাসীলৈ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ তৰফৰ পৰা গণতন্ত্ৰ দিৱসৰ অশেষ শুভেচ্ছা যাছিলোঁ...... #happyrepublicdayindia

ABVP Assam (@abvpassam) 's Twitter Profile Photo

Akhil Bharatiya Vidyarthi parishad Dhubri unit organises flag hoisting ceremony on the occasion of 77th Republic Day at Tetultala,Dhubri #77thRepublicDay #ABVP #ABVPAssam

Akhil Bharatiya Vidyarthi parishad Dhubri unit organises flag hoisting ceremony on the occasion of 77th Republic Day at  Tetultala,Dhubri

#77thRepublicDay #ABVP #ABVPAssam
ABVP Assam (@abvpassam) 's Twitter Profile Photo

বড়ো জনগোষ্ঠীয় সমাজৰ পৱিত্ৰ লোকউৎসৱ বাথৌ পূজা উপলক্ষে বড়ো জনগোষ্ঠীৰ লোক সকলৰ লগতে সমূহ অসমবাসী ৰাইজলৈ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ ৷ #ABVPAssam #ABVP

বড়ো জনগোষ্ঠীয় সমাজৰ পৱিত্ৰ লোকউৎসৱ বাথৌ পূজা উপলক্ষে বড়ো জনগোষ্ঠীৰ লোক সকলৰ লগতে সমূহ অসমবাসী ৰাইজলৈ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ ৷

#ABVPAssam #ABVP
ABVP Assam (@abvpassam) 's Twitter Profile Photo

আগন্তুক ডিব্ৰুগড় জিলাত অনুষ্ঠিত হব লগীয়া অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ ২০২৬ বৰ্ষৰ ৰাজ্যিক কাৰ্য্য নিৰ্বাহক সভালৈ আৰু মাজত মাথোঁ ৩ দিন..... #ABVPAssamSEC2k26 #ABVPAssam #ABVP.

আগন্তুক ডিব্ৰুগড় জিলাত অনুষ্ঠিত হব লগীয়া অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ ২০২৬ বৰ্ষৰ ৰাজ্যিক কাৰ্য্য নিৰ্বাহক সভালৈ আৰু মাজত মাথোঁ ৩ দিন.....

#ABVPAssamSEC2k26 #ABVPAssam 
#ABVP.
ABVP Assam (@abvpassam) 's Twitter Profile Photo

অসমীয়া সাহিত্য - সংস্কৃতিৰ আকাশৰ উজ্জ্বল নক্ষত্ৰ, বিপ্লৱী শিল্পী কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জন্মবার্ষিকীত তেখেতৰ গান, নাট আৰু কৰ্মৰাজিক সশ্ৰদ্ধাৰে সুঁৱৰিলোঁ । তেখেতৰ সৃষ্টি চিৰযুগমীয়া হওক। #ABVP #ABVPAssam

অসমীয়া সাহিত্য - সংস্কৃতিৰ আকাশৰ উজ্জ্বল নক্ষত্ৰ, বিপ্লৱী শিল্পী কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জন্মবার্ষিকীত তেখেতৰ গান, নাট আৰু কৰ্মৰাজিক সশ্ৰদ্ধাৰে সুঁৱৰিলোঁ । তেখেতৰ সৃষ্টি চিৰযুগমীয়া হওক।

#ABVP #ABVPAssam
ABVP Assam (@abvpassam) 's Twitter Profile Photo

মে-ডাম-মে-ফী" ৰ তাই-আহোম সমাজত পূৰ্বপুৰুষৰ স্মৃতি সংৰক্ষণ আৰু সাংস্কৃতিক পৰিচয় জীয়াই ৰখাৰ এক জীৱন্ত পৰম্পৰা। আহোম জনগোষ্ঠীৰ এই পবিত্ৰ দিনটোত পূৰ্ৱপুৰুষ সকলক স্মৰণ কৰি সকলোৰে বাবে মংগল কামনা কৰিলোঁ। #ABVP #ABVPAssam

মে-ডাম-মে-ফী" ৰ তাই-আহোম সমাজত পূৰ্বপুৰুষৰ স্মৃতি সংৰক্ষণ আৰু সাংস্কৃতিক পৰিচয় জীয়াই ৰখাৰ এক জীৱন্ত পৰম্পৰা। আহোম জনগোষ্ঠীৰ এই পবিত্ৰ দিনটোত পূৰ্ৱপুৰুষ সকলক স্মৰণ কৰি সকলোৰে বাবে মংগল কামনা কৰিলোঁ।

#ABVP #ABVPAssam
ABVP Assam (@abvpassam) 's Twitter Profile Photo

ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ উদ্ভুধনী সত্ৰৰ কিছু সুন্দৰ সময়

ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ উদ্ভুধনী সত্ৰৰ কিছু সুন্দৰ সময়
ABVP Assam (@abvpassam) 's Twitter Profile Photo

অসমৰ বুকুত নিজৰ সাহস, বীৰত্ব, আত্মসম্মান আৰু অটল সংকল্পৰ চিৰন্তন প্ৰতীক—বীৰ চিলাৰায়। চিলাৰায় দিৱসৰ এই পবিত্ৰ ক্ষণত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশে তৰফৰ পৰা তেখেতলৈ সশ্ৰদ্ধ প্ৰণাম। #ABVPAssam #ABVP #চিলাৰায়দিৱস

অসমৰ বুকুত নিজৰ সাহস, বীৰত্ব, আত্মসম্মান আৰু অটল সংকল্পৰ চিৰন্তন প্ৰতীক—বীৰ চিলাৰায়।

চিলাৰায় দিৱসৰ এই পবিত্ৰ ক্ষণত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশে তৰফৰ পৰা তেখেতলৈ সশ্ৰদ্ধ প্ৰণাম।

#ABVPAssam #ABVP 
#চিলাৰায়দিৱস
ABVP Assam (@abvpassam) 's Twitter Profile Photo

Champions of the world! 🌍🏆 Indian U-19 Team conquers the U-19 World Cup with grit, talent, and fearless cricket. 🇮🇳🔥 The tricolour flies higher—this is the future of Indian cricket. ✨👏 #ABVPAssam #Indiancricket #India #indiancricketfans

Champions of the world! 🌍🏆

Indian U-19 Team conquers the U-19 World Cup with grit, talent, and fearless cricket. 🇮🇳🔥

The tricolour flies higher—this is the future of Indian cricket. ✨👏

#ABVPAssam
#Indiancricket #India #indiancricketfans
ABVP Assam (@abvpassam) 's Twitter Profile Photo

বিদ্যাৰ্থী জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ পৰীক্ষা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া সকলো পৰীক্ষাৰ্থীলৈ অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ, অসম প্ৰদেশৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা যাছিলোঁ । #ABVP #ABVPAssam #HSLCExam #HSExam

বিদ্যাৰ্থী জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ পৰীক্ষা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া সকলো পৰীক্ষাৰ্থীলৈ অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ, অসম প্ৰদেশৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা যাছিলোঁ ।

#ABVP #ABVPAssam 
#HSLCExam #HSExam
ABVP Assam (@abvpassam) 's Twitter Profile Photo

ABVP গুৱাহাটী বিশ্ববিদ্যালয় গোটৰ উদ্যোগত আৰম্ভ হৈছে মহাবীৰ লাচিত খেল মহোৎসৱ আন্ত: মহাবিদ্যালয় ফুটবল প্ৰতিযোগিতা,১৪ ফেব্ৰুৱাৰী তাৰিখ লৈকে হ'ব লগা প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা। #ABVPAssam #ABVP

ABVP গুৱাহাটী বিশ্ববিদ্যালয় গোটৰ উদ্যোগত আৰম্ভ হৈছে মহাবীৰ লাচিত খেল মহোৎসৱ আন্ত: মহাবিদ্যালয় ফুটবল প্ৰতিযোগিতা,১৪ ফেব্ৰুৱাৰী তাৰিখ লৈকে হ'ব লগা প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা।

#ABVPAssam #ABVP
ABVP Assam (@abvpassam) 's Twitter Profile Photo

আজি অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ত ABVP অসম প্ৰদেশৰ প্ৰান্ত বৈঠক সন্মানীয় ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক আশীষ চৌহান ডাঙৰীয়াৰ উপস্থিতিত অনুষ্ঠিত হয়। আজিৰ প্ৰান্ত বৈঠকৰ মূল উদ্দেশ্যে ভোটাৰ জাগৰণ অভিযানৰ দ্বাৰা আগন্তুক অসম বিধানসভা নিৰ্বাচনত ১০০% ভোটদান সু নিশ্চিত কৰা #ABVP

আজি অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ত ABVP অসম প্ৰদেশৰ প্ৰান্ত বৈঠক সন্মানীয় ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক আশীষ চৌহান ডাঙৰীয়াৰ উপস্থিতিত অনুষ্ঠিত হয়।
আজিৰ প্ৰান্ত বৈঠকৰ মূল উদ্দেশ্যে ভোটাৰ জাগৰণ অভিযানৰ দ্বাৰা আগন্তুক অসম বিধানসভা নিৰ্বাচনত ১০০% ভোটদান সু নিশ্চিত কৰা #ABVP
ABVP Assam (@abvpassam) 's Twitter Profile Photo

২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত জম্মু কাশ্মীৰৰ পুলৱামাত শ্বহীদ হোৱা ৪০ গৰাকী ভাৰতীয় জোৱানলৈ ABVP অসম প্ৰদেশৰ তৰফৰ পৰা অশ্রুশিক্ত শ্রদ্ধাঞ্জলি জনালোঁ। #blackdaypulwamaattack

২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত জম্মু কাশ্মীৰৰ পুলৱামাত শ্বহীদ হোৱা ৪০ গৰাকী ভাৰতীয় জোৱানলৈ ABVP অসম প্ৰদেশৰ তৰফৰ পৰা অশ্রুশিক্ত শ্রদ্ধাঞ্জলি জনালোঁ।

 #blackdaypulwamaattack
ABVP Assam (@abvpassam) 's Twitter Profile Photo

২০১৯ চনৰ আজিৰ দিনটোতে ৪০ জন আই ভাৰতীৰ সন্তান কাশ্মীৰৰ পুলৱামাৰ বোমা বিস্ফোৰণত শ্বহীদ হৈছিল, আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বৰপেটা নগৰ শাখাৰ কৰ্য্যকৰ্তা সকলে আজি বৰপেটা পাঁচালি চকত শ্বহিদ বীৰ জোৱান সকলক বন্তিৰে স্মৰণ কৰে। #ABVP #ABVPAssam

২০১৯ চনৰ আজিৰ দিনটোতে ৪০ জন আই ভাৰতীৰ সন্তান কাশ্মীৰৰ পুলৱামাৰ বোমা বিস্ফোৰণত শ্বহীদ হৈছিল, আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বৰপেটা নগৰ শাখাৰ কৰ্য্যকৰ্তা সকলে আজি বৰপেটা পাঁচালি চকত শ্বহিদ বীৰ জোৱান সকলক বন্তিৰে স্মৰণ কৰে।

#ABVP #ABVPAssam
ABVP Assam (@abvpassam) 's Twitter Profile Photo

আজি ABVP গুৱাহাটী বিশ্ববিদ্যালয় গোটৰ উদ্যোগত আয়োজিত মহাবীৰ লাচিত খেল মহোৎসৱৰ চূড়ান্ত খেল আৰু আন্তঃ ছাত্ৰী নিৱাস ফুটবল প্ৰতিযোগিতাৰ কিছু মুহূৰ্ত আজিৰ এই প্ৰতিযোগিতাত বিশেষ ভাৱে উপস্থিত থাকে অসম বিধানসভাৰ সন্মানীয় অধক্ষ্য বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া । #ABVP #ABVPAssam #KheloIndia

আজি ABVP গুৱাহাটী বিশ্ববিদ্যালয় গোটৰ উদ্যোগত আয়োজিত মহাবীৰ লাচিত খেল মহোৎসৱৰ চূড়ান্ত খেল আৰু আন্তঃ ছাত্ৰী নিৱাস ফুটবল প্ৰতিযোগিতাৰ কিছু মুহূৰ্ত
আজিৰ এই প্ৰতিযোগিতাত বিশেষ ভাৱে উপস্থিত থাকে অসম বিধানসভাৰ সন্মানীয় অধক্ষ্য বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া ।

#ABVP #ABVPAssam
#KheloIndia
ABVP Assam (@abvpassam) 's Twitter Profile Photo

মহা শিৱৰাত্ৰি উপলক্ষে সমূহ অসমবাসী ৰাইজলৈ আন্তৰিক শুভকামনা জনালোঁ। শিৱ প্ৰভুৱে সকলোকে কৃপা দৃষ্টি প্ৰদান কৰি সকলোৰে জীৱনৰ অপায় অমংগল দূৰ কৰি সুখ সমৃদ্ধি কঢ়িয়াই আনক তাৰেই কামনা কৰিলোঁ । #Mahashivratri2026

মহা শিৱৰাত্ৰি উপলক্ষে সমূহ অসমবাসী ৰাইজলৈ আন্তৰিক শুভকামনা জনালোঁ। 

শিৱ প্ৰভুৱে সকলোকে কৃপা দৃষ্টি প্ৰদান কৰি সকলোৰে জীৱনৰ অপায় অমংগল দূৰ কৰি সুখ সমৃদ্ধি কঢ়িয়াই আনক তাৰেই কামনা কৰিলোঁ ।

#Mahashivratri2026
ABVP Assam (@abvpassam) 's Twitter Profile Photo

আজি কটন বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষাৰ্থীৰ এটি দলে অসম বিধানসভাৰ প্ৰত্যক্ষ বাজেট সত্ৰ পৰিদৰ্শন কৰে । #ABVP #AssamLegislativeAssembly

আজি কটন বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষাৰ্থীৰ এটি দলে অসম বিধানসভাৰ প্ৰত্যক্ষ বাজেট সত্ৰ পৰিদৰ্শন কৰে ।

#ABVP #AssamLegislativeAssembly
ABVP Assam (@abvpassam) 's Twitter Profile Photo

অসম বিধানসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি আজি ব্ৰহ্মপুত্ৰ জিলাৰ জিলা বৈঠক কে.চি.দাস কমাৰ্চ কলেজত আয়োজিত কৰা হয়। যত উপস্থিত থাকে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উত্তৰ পূৱ ক্ষেত্ৰৰ ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক কমল নয়ন ডাঙৰীয়া।

অসম বিধানসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি  আজি ব্ৰহ্মপুত্ৰ জিলাৰ জিলা বৈঠক কে.চি.দাস কমাৰ্চ কলেজত আয়োজিত কৰা হয়। যত উপস্থিত থাকে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উত্তৰ পূৱ ক্ষেত্ৰৰ ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক কমল নয়ন ডাঙৰীয়া।
ABVP Assam (@abvpassam) 's Twitter Profile Photo

আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাক্ ক্ষণত বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত সমগ্ৰ অসমতেই হ'ব লগীয়া ১০০% ভোটদানৰ সজাগতা অভিযান সম্পৰ্কে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ যোৰহাট জিলা এখন "জিলা বৈঠক" আজি অনুষ্ঠিত হৈ যায়।

আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাক্ ক্ষণত বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত সমগ্ৰ অসমতেই হ'ব লগীয়া ১০০% ভোটদানৰ সজাগতা অভিযান সম্পৰ্কে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ যোৰহাট জিলা এখন "জিলা বৈঠক" আজি অনুষ্ঠিত হৈ যায়।