NABA KUMAR Doley (Modi Ka Parivar)
@doley_naba
Politician
ID:1074684345925853185
17-12-2018 15:14:49
664 Tweets
3,4K Followers
93 Following
'सपने नहीं हकीकत बुनते हैं, तभी तो सब मोदी को चुनते हैं।'
Narendra Modi
Himanta Biswa Sarma (Modi Ka Parivar)
BJP Assam Pradesh
@Bhabesh_Kalita
#RavindraRaju
#TabhiTohSabModiKoChunteHain
Hon’ble Prime Minister Shri Narendra Modi Ji
has dedicated projects and laid foundation stones for over ₹11,600 crores to the people of Assam. #PMModiInAssam
মাননীয় প্রধানমন্ত্রী শ্রীনৰেন্দ্র মোদী ডাঙৰীয়ালৈ হৃদয়েৰে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আপোনাৰ আগমনে অসমৰ বিকাশ যাত্রাত নতুন মাত্রা সংযোজন কৰিলে৷ 🙏
माननीय प्रधानमंत्री श्री Narendra Modi जी को हृदय से धन्यवाद। आपके आगमन से असम को विकास यात्रा की एक नयी ऊर्जा मिली है। हम अभिभूत
অযোধ্যাৰ পৰা ভগৱান শ্ৰীৰামচন্দ্ৰৰ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পোনপটীয়া সম্প্ৰচাৰত আজি ভাৰতীয় জনতা পাৰ্টি,গুৱাহাটী মহানগৰ জিলা সমিতিৰ ৰাজধানী মণ্ডলৰ অন্তৰ্গত ৰূক্মিনীগাওঁ টংৰা সত্ৰত দলীয় কাৰ্যকৰ্তা আৰু স্থানীয় ৰাইজৰ সৈতে উপস্থিত থাকো।
#RamMandirPranPratishtha
#RamMandirAyodhya
৫০০ বছৰীয়া প্ৰতীক্ষাৰ অন্ত পৰিবলৈ মাত্ৰ কেইঘণ্টামান বাকী !
কাইলৈ অযোধ্যাত হ'বলগীয়া ভগৱান শ্ৰীৰামচন্দ্ৰৰ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহলৈ আমি অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছোঁ।
জয় শ্ৰীৰাম।।🙏
#RamMandirPranPratishtha
#RamMandirAyodhya
#jaishreeram
Under the leadership of PM Shri Narendra Modi Ji the central govt is heading ahead with the policies of Act East, Act Fast, and Act First for permanent peace and development of the Northeast.