Diganta Kalita (@diganta68) 's Twitter Profile
Diganta Kalita

@diganta68

MLA, 32 Kamalpur, Assam/Spokeperson BJP Assam Pradesh. [email protected] 9435019219/7099001674/7099014666

ID: 293385276

linkhttp://www.digantakalita.in calendar_today05-05-2011 07:58:23

9,9K Tweet

8,8K Followers

280 Following

Narendra Modi (@narendramodi) 's Twitter Profile Photo

Patna airport gets a modern terminal building! This is great news for Bihar's progress. Here are some glimpses from the new terminal.

Patna airport gets a modern terminal building! This is great news for Bihar's progress.

Here are some glimpses from the new terminal.
Diganta Kalita (@diganta68) 's Twitter Profile Photo

ৰাজ্যৰ ৩৪ খন পলিটেকনিক আৰু ৪৩ খন চৰকাৰী আই টি আইক উৎকর্ষ কেন্দ্ৰলৈ উন্নীত কৰা হ'ব। Himanta Biswa Sarma

ৰাজ্যৰ ৩৪ খন পলিটেকনিক আৰু ৪৩ খন চৰকাৰী আই টি আইক উৎকর্ষ কেন্দ্ৰলৈ উন্নীত কৰা হ'ব।
Himanta Biswa Sarma
Diganta Kalita (@diganta68) 's Twitter Profile Photo

ভাৰতে নিজাকৈ নিৰ্মাণ কৰিব নতুন প্ৰজন্মৰ যুদ্ধবিমান...

ভাৰতে নিজাকৈ নিৰ্মাণ কৰিব নতুন প্ৰজন্মৰ যুদ্ধবিমান...
Diganta Kalita (@diganta68) 's Twitter Profile Photo

Assam Govt makes Fee Waiver Scheme more inclusive under CM Dr. Himanta Biswa Sarma's leadership. Now, both ration cards & income certificates are accepted as valid documents. Students without ration cards can apply with income certificates.

"জীৱনক আদৰক, ধঁপাতক নহয়" প্ৰতিবছৰে আজিৰ দিনটোত "বিশ্ব ধঁপাত বিৰোধী দিৱস"পালন কৰা হয়। এই বিশেষ দিনটোত আহক আমি সুস্থ সৱল দৈহিক আৰু মানসিক শক্তি প্ৰস্তুত কৰাৰ বাবে এখন ধঁপাত মুক্ত সমাজ গঢ়িবলৈ সংকল্পবদ্ধ হওঁ ৷ #WorldNoTobaccoDay #NoTobacco #notobaccoday

"জীৱনক আদৰক,
ধঁপাতক নহয়"

প্ৰতিবছৰে আজিৰ দিনটোত "বিশ্ব ধঁপাত বিৰোধী দিৱস"পালন কৰা হয়। এই বিশেষ দিনটোত  আহক আমি সুস্থ সৱল দৈহিক আৰু মানসিক শক্তি প্ৰস্তুত কৰাৰ বাবে এখন ধঁপাত মুক্ত সমাজ গঢ়িবলৈ সংকল্পবদ্ধ হওঁ ৷

#WorldNoTobaccoDay #NoTobacco #notobaccoday
Diganta Kalita (@diganta68) 's Twitter Profile Photo

জোনাই সমষ্টিৰ সন্মানীয় বিধায়ক শ্রীযুত ভূৱন পেগু ডাঙৰীয়াৰ পৰম পূজনীয় মাতৃ নিৰ্মলতা পেগু ডাঙৰীয়ানীৰ বিয়োগত মৰ্মাহত হৈছোঁ। তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।।।

কংগ্ৰেছৰ তুষ্টিকৰণৰ ৰাজনীতিৰ বিপৰীতে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত খিলঞ্জীয়া জনতাৰ অধিকাৰ এশ শতাংশই সুনিশ্চিত কৰিবলৈ আমাৰ অসম চৰকাৰ দৃঢ় প্ৰতিজ্ঞ।

Discussed flood relief measures & reviewed Mission Basundhara 3.0 with Kamrup District Administration in presence of Hon'ble Minister Shri Keshab Mahanta. Focus on swift action & effective task management. Officials & fellow MLAs participated in the meeting. Himanta Biswa Sarma

Discussed flood relief measures & reviewed Mission Basundhara 3.0 with Kamrup District Administration in presence of Hon'ble Minister Shri Keshab Mahanta. Focus on swift action & effective task management. Officials & fellow MLAs participated in the meeting.
Himanta Biswa Sarma
Diganta Kalita (@diganta68) 's Twitter Profile Photo

Deeply saddened by the demise of Shri Ghanakanta Bora, elder brother of Shri Nalini Bora of Kamalpur LAC. My heartfelt condolences to the bereaved family. May the departed soul rest in peace. Om Shanti.

কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত তুহুৰাবাসী ৰাইজে Road Under Bridge (RUB) ৰ সম্পৰ্কে আপত্তি কৰিছিলে। আজি উক্ত স্থানত উপস্থিত হৈ RUB সম্পৰ্কে স্থানীয় ৰাইজ আৰু ৰেলৱে কৰ্তৃপক্ষৰ লগত এক গঠনমূলক আলোচনাত মিলিত হওঁ। 📍তুহুৰা, দেউদুৱাৰ

কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত তুহুৰাবাসী ৰাইজে Road Under Bridge (RUB) ৰ সম্পৰ্কে আপত্তি কৰিছিলে। আজি উক্ত স্থানত উপস্থিত হৈ RUB সম্পৰ্কে স্থানীয় ৰাইজ আৰু ৰেলৱে কৰ্তৃপক্ষৰ লগত এক গঠনমূলক আলোচনাত মিলিত হওঁ।

📍তুহুৰা, দেউদুৱাৰ
Diganta Kalita (@diganta68) 's Twitter Profile Photo

বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাদেৱৰ জন্মবাৰ্ষিকী উপলক্ষে তেখেতলৈ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। মহান শিল্পীগৰাকীয়ে ৰঙ-তুলিকাৰ অনন্য ৰূপেৰে আগবঢ়াই থৈ যোৱা অতুল্য অৱদান সমূহে আমাৰ শিল্প ক্ষেত্ৰখনক চিৰকাল সমৃদ্ধ কৰি ৰাখিব।

বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাদেৱৰ  জন্মবাৰ্ষিকী উপলক্ষে তেখেতলৈ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ।
মহান শিল্পীগৰাকীয়ে ৰঙ-তুলিকাৰ অনন্য ৰূপেৰে আগবঢ়াই থৈ যোৱা অতুল্য অৱদান সমূহে আমাৰ শিল্প ক্ষেত্ৰখনক চিৰকাল সমৃদ্ধ কৰি ৰাখিব।
Diganta Kalita (@diganta68) 's Twitter Profile Photo

Heartiest birthday wishes to Shri Kamakhya Prasad Tasa. A dedicated leader serving people, party & society with unwavering commitment. Wishing him good health, prosperity, happiness & a long fulfilling life. kamakhya prasad tasa

Heartiest birthday wishes to Shri Kamakhya Prasad Tasa. A dedicated leader serving people, party & society with unwavering commitment. Wishing him good health, prosperity, happiness & a long fulfilling life.
kamakhya prasad tasa
Diganta Kalita (@diganta68) 's Twitter Profile Photo

Deeply saddened by the untimely demise of Shri Bijay Kumar Baishya & Shri Chabin Baishya, uncle & brother respectively of Shri Nirmal Baishya from Garka village. My heartfelt condolences to his family. May the departed souls rest in peace. Om Shanti.

জ্ঞান তপস্বিনী ড° নিৰ্মলপ্ৰভা বৰদলৈ বাইদেউৰ আজি পৱিত্ৰ পুণ্যতিথিত মোৰ সশ্ৰদ্ধ প্ৰণাম যাচিলোঁ ৷ ভাষা-সাহিত্য, সাংস্কৃতিক-সংগীত ক্ষেত্ৰখনক নিজৰ অতুল্য সৃষ্টি-সেৱাৰে সম্ভ্ৰান্ত কৰি থৈ যোৱা প্ৰথিতযশা কথাশিল্পী ড° বৰদলৈ বাইদেউ আমাৰ মাজত চিৰস্মৰণীয় হৈ ৰব।

জ্ঞান তপস্বিনী ড° নিৰ্মলপ্ৰভা বৰদলৈ বাইদেউৰ আজি পৱিত্ৰ পুণ্যতিথিত মোৰ সশ্ৰদ্ধ প্ৰণাম যাচিলোঁ ৷
ভাষা-সাহিত্য, সাংস্কৃতিক-সংগীত ক্ষেত্ৰখনক নিজৰ অতুল্য সৃষ্টি-সেৱাৰে সম্ভ্ৰান্ত কৰি থৈ যোৱা প্ৰথিতযশা কথাশিল্পী ড° বৰদলৈ বাইদেউ আমাৰ মাজত চিৰস্মৰণীয় হৈ ৰব।
Diganta Kalita (@diganta68) 's Twitter Profile Photo

Heartfelt thanks to Union Home Minister Shri Amit Shah Ji for his support during Assam's flood crisis. His assurance of aid & leadership of CM Dr. Himanta Biswa Sarma Ji will help mitigate the situation. Grateful for PM Shri Narendra Modi Ji's guidance. Himanta Biswa Sarma

Heartfelt thanks to Union Home Minister Shri Amit Shah Ji for his support during Assam's flood crisis. His assurance of aid & leadership of CM Dr. Himanta Biswa Sarma Ji will help mitigate the situation. Grateful for PM Shri Narendra Modi Ji's guidance.

Himanta Biswa Sarma
Diganta Kalita (@diganta68) 's Twitter Profile Photo

বাইহাটা গাঁৱৰ নিবাসী তথা ৯৯ নং বুথৰ সক্ৰিয় সদস্য জ্যোতিৰ্ময় শইকীয়াৰ পিতৃ খৰ্গেশ্বৰ শইকীয়া ডাঙৰীয়াই ইহলীলা সম্বৰণ কৰে। তেখেতৰ বিয়োগত মৰ্মাহত হৈ পৰিছোঁ। তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।।।

বাইহাটা গাঁৱৰ নিবাসী  তথা ৯৯ নং বুথৰ সক্ৰিয় সদস্য জ্যোতিৰ্ময় শইকীয়াৰ পিতৃ খৰ্গেশ্বৰ শইকীয়া ডাঙৰীয়াই ইহলীলা সম্বৰণ কৰে।
তেখেতৰ বিয়োগত মৰ্মাহত হৈ পৰিছোঁ। তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।।।
Diganta Kalita (@diganta68) 's Twitter Profile Photo

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত অসমৰ বিমান যাতায়াতৰ ক্ষেত্ৰখনত নতুন সংযোজন... Himanta Biswa Sarma

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত অসমৰ বিমান যাতায়াতৰ ক্ষেত্ৰখনত  নতুন সংযোজন...
Himanta Biswa Sarma