Partha Protim (@parthabezbar) 's Twitter Profile
Partha Protim

@parthabezbar

Jt.Sec.( AJP)Ex.Prez. DUPGSU. 'অসম প্ৰথম, সদায় আৰু চিৰদিন' B. SC., M. Tech.#Assam

ID: 4844767951

linkhttp://mcaf.ee/o8ulm0?ParthaBezbaruah calendar_today01-02-2016 13:26:55

31,31K Tweet

10,10K Followers

6,6K Following

Partha Protim (@parthabezbar) 's Twitter Profile Photo

আজি পুৱা শুই উঠা দেৰি হল। Resign দিলে নেকি বাৰু ? জনাবচোন। #Assam

Partha Protim (@parthabezbar) 's Twitter Profile Photo

এটোপাল চকুলো যাচিলোঁ। তোমাক লৈ ব্যৱসায় কৰিলোঁ। তোমাৰ সুৰক্ষাৰ দিশটো উলাই কৰিলোঁ। দায়ী আমি। #zubeen #Assam lost the great artist

মই এটা মুক্তকন্থ। মই বিদায় লোৱা নাই। গাই যাম প্ৰতিবাদৰ সেই গান,প্ৰেমৰ সেই গান। আজি #zubeen বিহীন অসম। #অসম।

কোনো তদন্তৰ উপৰত আস্থা নাই। কেৱল ৰাইজেই শেষ ভৰষা।আজি মই হতাশ। #জুবিন।

Partha Protim (@parthabezbar) 's Twitter Profile Photo

তুমি বিশ্ৰাম লোৱা, আমি সাৰে আছোঁ, সাৰে থাকিম। কথা দিলো। #JusticeForZubeen

আশা কৰোঁ আগলৈ এই ভাষ্য Document of evidence হিচাবে বিবেচিত হব। Thanx Shrijoni for your straight talk #JusticeForZubeenGarg

Everything managed. আপুনি চিঞৰি থাকক, ময়ো চিঞৰো....একো লাভ নাই।#JusticeForZubeen

Partha Protim (@parthabezbar) 's Twitter Profile Photo

সিদ্ধান্ত কৰিলোঁ, এইবাৰ দিপাৱলিত কেৱল দুগছী বন্তিৰেই জুবিনৰ আত্মাৰ শান্তি আৰু ন্যায় বিচাৰি প্ৰাৰ্থনা কৰিম। #JusticeForZubeen

ধৈৰ্য ধৰক। হিংসাক প্ৰশ্ৰয় নিদিব। জুবিনৰ ন্যায়ৰ সংগ্ৰাম বিপথে পৰিচালিত হবলৈ নিদিব।#JusticeForZubeenGarg. গণতান্ত্ৰিক দেশৰ আমি নাগৰিক। আমাৰ কণ্ঠ কোনেও ৰোধ কৰিব নোৱাৰে।

Kyuboyo (@kyuboyo) 's Twitter Profile Photo

Came to Mumbai via 6E791 and my baggage didn't arrive with me. The staff said it'll arrive via 6E785, but later they said that they couldn't find my luggage. Was told to wait to be contacted within 12 hrs but now when I try to contact them it's no response. Pathetic IndiGo

Partha Protim (@parthabezbar) 's Twitter Profile Photo

Yes , we know , you are innocent #Ankitabhandari . We will fight it. हम अभी भी जिंदा हैं,अन्याय की विरुद्ध . #Assam से हम लोग भी #उत्तराखंड के साथ हैं।