যাযাবৰ
@parasarsarma
Hindu nationalist, Traveller, Dergaon, Golaghat, Assam
ID: 153692124
09-06-2010 06:01:01
3,3K Tweet
572 Followers
747 Following
বৰপেটাত #হিন্দু - 29% ধুবৰীত - 20% গোৱালপাৰাত - 34% দৰংত - 35% নগাৱত - 43% হোজাইত - 45% কৰিমগঞ্জত - 42% হাইলাকান্দিত - 38% মৰিগাঁৱত - 47% বঙাইগাঁৱত - 48% #মানকাছাৰত - মাত্ৰ 4% 👆👆👆 এই জিলাবোৰৰ সংখ্যালঘূ #হিন্দুক সংখ্যালঘূৰ মৰ্যদা প্ৰদান কৰক Himanta Biswa Sarma মামা ।
#AssamAgainstDrugs A huge consignment of approximately 2,360 kg of ganja has been recovered at Churaibari border of a neighbouring state by @karimganjpolice. Compliments to Assam Police for its continued efforts in eradicating the drug menace. Keep it up 👍
#Jorhat #Assam #Urgent Need O-ve #Blood @ Jorhat Medical College and Hospital. Call 8811014323 #BloodAid via Asim Sarwat cc North East 8 India Oxomiya Jiyori 🇮🇳 Voice of Assam #BloodMatters
শ্বহীদ কুশল কোঁৱৰৰ মৃত্যু বাৰ্ষিকী উপলক্ষে আজি গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত সহকাৰী আয়ুক্ত, জিলা সাংস্কৃতিক বিষয়া অম্লান ফুকনে গোলাঘাটৰ জিলা পুথিভঁৰাল চৌহদত থকা শ্বহীদগৰাকীৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পন কৰি শ্ৰদ্ধা নিবেদন কৰে DIPR Assam District Commissioner, Golaghat
#DDNGuwahati #News ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই আজি গোলাঘাট ভ্ৰমণ কৰি উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বিষয়াসকলৰ লগত পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। Gulab Chand Kataria