DIPRO Golaghat (@diprogolaghat) 's Twitter Profile
DIPRO Golaghat

@diprogolaghat

This is the official Twitter handle of the Office of the District Information & Public Relations Officer, Golaghat.

ID: 1361719732995383298

linkhttp://dipr.assam.gov.in calendar_today16-02-2021 16:51:47

2,2K Tweet

1,1K Followers

126 Following

District Commissioner, Golaghat (@dcgolaghat) 's Twitter Profile Photo

বিশুদ্ধ পানী সেৱন,অনাময় আদি সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গোলাঘাট সংমণ্ডলৰ উদ্যোগত পুলিবৰ ৰংগমঞ্চত ৪০গৰাকী ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে আজিৰেপৰা দুদিনীয়াকৈ জলদূত কাৰ্যসূচী (দ্বিতীয় পৰ্যায়)ৰ অধীনত জলশালা শীৰ্ষক ব্লক পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হৈছে।

DIPRO Golaghat (@diprogolaghat) 's Twitter Profile Photo

গোলাঘাটৰ জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণে আজি জিলা পুথিভঁৰাল প্ৰাংগনত থকা গোলাঘাট জিলা মুক্তি যুঁজাৰু সন্মিলনৰ কাৰ্যালয়ত উপস্থিত হৈ সন্মিলনৰ বিষয়ববীয়াসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ জিলা পুথিভঁৰাল প্ৰাংগনত থকা আধাৰ কেন্দ্ৰটোও পৰিদৰ্শন কৰি কাম-কাজৰ বুজ লয়।

গোলাঘাটৰ জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণে আজি জিলা পুথিভঁৰাল প্ৰাংগনত থকা গোলাঘাট জিলা মুক্তি যুঁজাৰু সন্মিলনৰ কাৰ্যালয়ত উপস্থিত হৈ সন্মিলনৰ বিষয়ববীয়াসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ জিলা পুথিভঁৰাল প্ৰাংগনত থকা আধাৰ কেন্দ্ৰটোও পৰিদৰ্শন কৰি কাম-কাজৰ বুজ লয়।
District Commissioner, Golaghat (@dcgolaghat) 's Twitter Profile Photo

গোলাঘাটত আজি জিলা পৰিষদ, গোলাঘাটৰ জিলা পৰিকল্পনা সমিতিৰ বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত তিনিগৰাকী বিধায়ক শ্ৰীভৱেন্দ্ৰ নাথ ভৰালী, শ্ৰীমৃণাল শইকীয়া আৰু শ্ৰীবিশ্বজিৎ ফুকন আৰু বিত্তমন্ত্ৰী আৰু কৃষিমন্ত্ৰীৰ প্ৰতিনিধি উপস্থিত আছিল।

✅ গোলাঘাটৰ জিলা আয়ুক্তৰ নেতৃত্বত এটা প্ৰতিনিধি দলৰ নগালেণ্ডৰ ওখা জিলাৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্প পৰিদৰ্শন ✅ নামনি অংশত অধিক প্ৰভাৱ নপৰাকৈ ৰিজাৰ্ভাৰৰ পৰা নিয়ন্ত্ৰিতভাৱে এৰি থকা হৈছে পানী:নীপকো কৰ্তৃপক্ষ ✅ উভয় জিলাৰ মাজত সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্কত গুৰুত্ব দুয়োগৰাকী জিলা মুৰব্বীৰ

✅ গোলাঘাটৰ জিলা আয়ুক্তৰ নেতৃত্বত এটা প্ৰতিনিধি দলৰ নগালেণ্ডৰ ওখা জিলাৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্প পৰিদৰ্শন
✅ নামনি অংশত অধিক প্ৰভাৱ নপৰাকৈ ৰিজাৰ্ভাৰৰ পৰা নিয়ন্ত্ৰিতভাৱে এৰি থকা হৈছে পানী:নীপকো কৰ্তৃপক্ষ
✅ উভয় জিলাৰ মাজত সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্কত গুৰুত্ব দুয়োগৰাকী জিলা মুৰব্বীৰ
DIPR Assam (@diprassam) 's Twitter Profile Photo

#INFO | Let's join the #MeriMaatiMeraDesh and #HarGharTiranga campaigns. Watch this video with sign language to learn how to upload selfies on yuva.gov.in and harghartiranga.com

DIPR Assam (@diprassam) 's Twitter Profile Photo

#Appeal | Let us all hoist the National Flag 🇮🇳 with pride and join the #HarGharTiranga campaign. Click a selfie with the Tiranga and upload it on harghartiranga.com Chief Minister Assam

#Appeal | Let us all hoist the National Flag 🇮🇳 with pride and join the #HarGharTiranga campaign. Click a selfie with the Tiranga and upload it on harghartiranga.com 
<a href="/CMOfficeAssam/">Chief Minister Assam</a>
DIPR Assam (@diprassam) 's Twitter Profile Photo

The Govt of Assam is celebrating #MeriMaatiMeraDesh as the culminating event of #AzadiKaAmritMahotsav. Be a part of this mega campaign that envisions a unified celebration of India's soil and valour, commemorating the nation's journey of freedom and progress. (With Sign Language)

DIPRO Golaghat (@diprogolaghat) 's Twitter Profile Photo

১৩-১৫ আগষ্টলৈ সকলোৱে নিজৰ বাসগৃহ, চৰকাৰী-বেচৰকাৰী কাৰ্য্যালয় তথা অনুষ্ঠান- প্ৰতিষ্ঠানত গৌৰৱৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলন অথবা প্ৰদৰ্শন কৰি harghartiranga.com ত ৰাষ্ট্ৰীয় পতাকাৰ সৈতে ছেলফি আপলোড কৰক আৰু সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা এখনি প্ৰশংসাপত্ৰ লাভ কৰক #HarGharTiranga2023

১৩-১৫ আগষ্টলৈ সকলোৱে নিজৰ বাসগৃহ,  চৰকাৰী-বেচৰকাৰী কাৰ্য্যালয় তথা অনুষ্ঠান- প্ৰতিষ্ঠানত গৌৰৱৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলন অথবা প্ৰদৰ্শন কৰি harghartiranga.com ত ৰাষ্ট্ৰীয় পতাকাৰ সৈতে ছেলফি আপলোড কৰক আৰু সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা এখনি প্ৰশংসাপত্ৰ লাভ কৰক 
#HarGharTiranga2023
District Commissioner, Golaghat (@dcgolaghat) 's Twitter Profile Photo

জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণে আজি ৭৭সংখ্যক স্বাধীনতা দিৱসৰ উদযাপনস্থলীত উপস্থিত হৈ প্ৰস্তুতিৰ বুজ লয়। জিলা আয়ুক্তগৰাকীৰ সৈতে আৰক্ষী অধীক্ষক পুস্কিন জৈন, অতিৰিক্ত জিলা আয়ুক্ত চৈয়দ ৱাছবিৰ ছুভানী আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰ্য বৰুৱাও উপস্থিত আছিল। Golaghat Police

জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণে আজি ৭৭সংখ্যক স্বাধীনতা দিৱসৰ উদযাপনস্থলীত উপস্থিত হৈ প্ৰস্তুতিৰ বুজ লয়। জিলা আয়ুক্তগৰাকীৰ সৈতে আৰক্ষী অধীক্ষক পুস্কিন জৈন, অতিৰিক্ত জিলা আয়ুক্ত চৈয়দ ৱাছবিৰ ছুভানী আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰ্য বৰুৱাও উপস্থিত আছিল। 
<a href="/GolaghatPolice/">Golaghat Police</a>
DIPRO Golaghat (@diprogolaghat) 's Twitter Profile Photo

ত্যাগ আৰু যন্ত্ৰণাৰ এটা পৃষ্ঠা দেশ বিভাজনৰ স্মৃতি সুঁৱৰি অহিংসা, একতা আৰু শান্তি-সম্প্ৰীতিৰ বাণীৰে ১৪ আগষ্টৰ সন্ধিয়া নিজৰ বাসগৃহত এগছি বন্তি প্রজ্বলন কৰোঁ আহক। #vibhajanvibhisikhasmritidivas2023 #MeriMaatiMeraDesh #HarGharTiranga #AzadiKaAmritMahotsav Golaghat Police

ত্যাগ আৰু যন্ত্ৰণাৰ এটা পৃষ্ঠা দেশ বিভাজনৰ স্মৃতি সুঁৱৰি অহিংসা, একতা আৰু শান্তি-সম্প্ৰীতিৰ বাণীৰে ১৪ আগষ্টৰ সন্ধিয়া নিজৰ বাসগৃহত এগছি বন্তি প্রজ্বলন কৰোঁ আহক।

#vibhajanvibhisikhasmritidivas2023 
#MeriMaatiMeraDesh 
#HarGharTiranga 
#AzadiKaAmritMahotsav 

<a href="/GolaghatPolice/">Golaghat Police</a>
District Commissioner, Golaghat (@dcgolaghat) 's Twitter Profile Photo

গোলাঘাট জিলাৰ নোগোৰা হাইস্কুল, জামুগুৰি আৰু বেঙেনাখোৱা পঞ্চায়ত আৰু গোলাঘাট পূব উন্নয়ন খণ্ডৰ কাৰ্যালয় চৌহদত মেৰী মাটি , মেৰা দেশ কাৰ্যসূচীৰ অংশৰূপে শিলাফলক উন্মোচন কৰাৰ লগতে পঞ্চপ্ৰাণ সংকল্প গ্ৰহণ আৰু বসুধা বন্দনৰ অংশৰূপে গছপুলি ৰোপণ কৰা হয়। #MeriMaatiMeraDesh #VeeroKaVandan

গোলাঘাট জিলাৰ নোগোৰা হাইস্কুল, জামুগুৰি আৰু বেঙেনাখোৱা পঞ্চায়ত আৰু গোলাঘাট পূব উন্নয়ন খণ্ডৰ কাৰ্যালয় চৌহদত মেৰী মাটি , মেৰা দেশ কাৰ্যসূচীৰ অংশৰূপে শিলাফলক উন্মোচন কৰাৰ লগতে পঞ্চপ্ৰাণ সংকল্প গ্ৰহণ আৰু বসুধা বন্দনৰ অংশৰূপে গছপুলি ৰোপণ কৰা হয়।

#MeriMaatiMeraDesh
#VeeroKaVandan
District Commissioner, Golaghat (@dcgolaghat) 's Twitter Profile Photo

গোলাঘাটৰ জিলা আয়ুক্ত তথা চৰকাৰী আদৰ্শ মহাবিদ্যালয়, কাজিৰঙাৰ পৰিচালনা সমিতিৰ সভাপতি ডা° পি উদয় প্ৰবীণে আজি মহাবিদ্যালয়খনৰ তৃতীয় বৰ্ষপূৰ্তিৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। জিলা আয়ুক্তগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময়ো কৰে।

গোলাঘাটৰ জিলা আয়ুক্ত তথা চৰকাৰী আদৰ্শ মহাবিদ্যালয়, কাজিৰঙাৰ পৰিচালনা সমিতিৰ সভাপতি ডা° পি উদয় প্ৰবীণে আজি মহাবিদ্যালয়খনৰ তৃতীয় বৰ্ষপূৰ্তিৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। জিলা আয়ুক্তগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময়ো কৰে।
DIPRO Golaghat (@diprogolaghat) 's Twitter Profile Photo

"স্বাধীনতাৰ অমৃত সুধাৰে গৰিমামণ্ডিত মোৰ মাটি মোৰ দেশ" গোলাঘাট জিলাৰ বিভিন্ন ঠাইত #HarGharTiranga কাৰ্য্যসূচীৰ প্ৰতি ৰাইজৰ স্বতঃস্ফুৰ্ত সঁহাৰি । harghartiranga.com ত ৰাষ্ট্ৰীয় পতাকাৰ সৈতে ছেলফি আপলোড কৰক আৰু ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা এখনি প্ৰশংসাপত্ৰ লাভ কৰক।

"স্বাধীনতাৰ অমৃত সুধাৰে গৰিমামণ্ডিত মোৰ মাটি মোৰ দেশ"

গোলাঘাট জিলাৰ বিভিন্ন ঠাইত #HarGharTiranga কাৰ্য্যসূচীৰ প্ৰতি ৰাইজৰ স্বতঃস্ফুৰ্ত সঁহাৰি । harghartiranga.com ত ৰাষ্ট্ৰীয় পতাকাৰ সৈতে ছেলফি আপলোড কৰক আৰু ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা এখনি প্ৰশংসাপত্ৰ লাভ কৰক।
District Commissioner, Golaghat (@dcgolaghat) 's Twitter Profile Photo

গোলাঘাটৰ জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণ আৰু জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলেও আজি হাতে হাতে ত্ৰিৰংগ পতাকা লৈ #HarGharTiranga কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। harghartiranga.com ত ৰাষ্ট্ৰীয় পতাকাৰ সৈতে ছেলফি আপলোড কৰক আৰু সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা প্ৰশংসাপত্ৰ লাভ কৰক

গোলাঘাটৰ জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণ আৰু জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলেও আজি হাতে হাতে ত্ৰিৰংগ পতাকা লৈ #HarGharTiranga কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। harghartiranga.com ত ৰাষ্ট্ৰীয় পতাকাৰ সৈতে ছেলফি আপলোড কৰক আৰু সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা প্ৰশংসাপত্ৰ লাভ কৰক
DIPRO Golaghat (@diprogolaghat) 's Twitter Profile Photo

গোলাঘাটৰ জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণে আজি বোকাখাতত থকা নগৰ গাখীৰ যোগান আঁচনি, যোৰহাটৰ অধীনৰ দুগ্ধ প্ৰক্ৰিয়াকৰণ প্ৰকল্পটো পৰিদৰ্শন কৰি কেন্দ্ৰটোৰ কাম-কাজৰ বুজ লয়। এই পৰিদৰ্শনকালত জিলা আয়ুক্তগৰাকীৰ সৈতে বোকাখাতৰ মহকুমাধিপতি শ্ৰীযুতা চিমি কৰণো উপস্থিত আছিল।

গোলাঘাটৰ জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণে আজি বোকাখাতত থকা নগৰ গাখীৰ যোগান আঁচনি, যোৰহাটৰ অধীনৰ দুগ্ধ প্ৰক্ৰিয়াকৰণ প্ৰকল্পটো পৰিদৰ্শন কৰি কেন্দ্ৰটোৰ কাম-কাজৰ বুজ লয়। এই পৰিদৰ্শনকালত জিলা আয়ুক্তগৰাকীৰ সৈতে বোকাখাতৰ মহকুমাধিপতি শ্ৰীযুতা চিমি কৰণো উপস্থিত আছিল।
District Commissioner, Golaghat (@dcgolaghat) 's Twitter Profile Photo

গোলাঘাট জিলাৰ সদৰত আজি দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস ব্যাপক উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হয় । এই উপলক্ষে জিলা সদৰ গোলাঘাটৰ সমন্বয় পথাৰত আয়োজিত কাৰ্যসূচীত অসম চৰকাৰৰ কৃষি, পশুপালন আৰু পশু চিকিৎসা আদি বিভাগৰ মন্ত্ৰী শ্ৰীঅতুল বৰাই ত্ৰিৰংগ পতাকা উত্তোলন কৰে। Golaghat Police

গোলাঘাট জিলাৰ সদৰত আজি দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস ব্যাপক উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হয় । এই উপলক্ষে জিলা সদৰ গোলাঘাটৰ সমন্বয় পথাৰত আয়োজিত কাৰ্যসূচীত অসম চৰকাৰৰ কৃষি, পশুপালন আৰু পশু চিকিৎসা আদি বিভাগৰ মন্ত্ৰী শ্ৰীঅতুল বৰাই ত্ৰিৰংগ পতাকা উত্তোলন কৰে। 
<a href="/GolaghatPolice/">Golaghat Police</a>
District Commissioner, Golaghat (@dcgolaghat) 's Twitter Profile Photo

গোলাঘাট জিলাৰ সদৰত ৭৭ সংখ্যক স্বাধীনতা দিৱস ব্যাপক উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হয় । এই উপলক্ষে জিলা সদৰ গোলাঘাটৰ সমন্বয় পথাৰত আয়োজিত কাৰ্যসূচীত অসম চৰকাৰৰ কৃষি, পশুপালন আৰু পশু চিকিৎসা আদি বিভাগৰ মন্ত্ৰী শ্ৰীঅতুল বৰাই ত্ৰিৰংগ পতাকা উত্তোলন কৰে। #independenceday2023

District Commissioner, Golaghat (@dcgolaghat) 's Twitter Profile Photo

২০০৪ চনৰ ১৫ আগষ্টত ধেমাজিত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ বোমা বিস্ফোৰণত যিসকল নিৰীহ কণ কণ শিশু আৰু নাগৰিকে দুর্ভাগ্যজনকভাৱে প্ৰাণ আহুতি দিলে তেওঁলোকক সুঁৱৰি আজি গোলাঘাটতো শোক দিৱস পালন কৰা হয়।

গোলাঘাট জিলাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি আয়ুক্ত ডাঃ পি উদয় প্ৰবীণৰ সভাপতিত্বত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিভিন্ন কাম-কাজৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত বিভাগৰ অধীনত ৰূপায়ণ কৰা জল জীৱন অভিযানৰ অগ্ৰগতি সন্দৰ্ভত বিতংভাৱে পৰ্যালোচনা কৰা হয়।

গোলাঘাট জিলাৰ জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণে বিভিন্ন সমস্যা লৈ জিলা আয়ুক্তৰ কাৰ্যালয়লৈ অহা জনসাধাৰণৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ অভাৱ-অভিযোগৰ বুজ লয়। জিলা আয়ুক্তগৰাকীয়ে অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত কৰা,চিকিৎসাজনিত অসুবিধা আদি বিষয় লৈ অহা জনসাধাৰণৰ সৈতে মত বিনিময় কৰে।