DD News Assamese (@ddnews_guwahati) 's Twitter Profile
DD News Assamese

@ddnews_guwahati

This is the official twitter account of DD News Assam.
Motto - কেৱল বাতৰি, সম্পূৰ্ণ বাতৰি
Only News, Complete News.

ID: 961850457600663556

linkhttps://youtube.com/@DDNewsAssamese calendar_today09-02-2018 06:33:14

45,45K Tweet

17,17K Followers

174 Following

DD News Assamese (@ddnews_guwahati) 's Twitter Profile Photo

#DDNGuwahati #News তিনিদিনীয়া কাৰ্যসূচীৰে লখিমপুৰৰ কয়লামাৰী চাহ বাগিচাত দশম সংখ্যক কেন্দ্ৰীয় কৰম উৎসৱৰ আয়োজন কৰা হৈছে। #Karampuja #ddnewsassamese

DD News (@ddnewslive) 's Twitter Profile Photo

#Gujarat | Prime Minister Narendra Modi inaugurated the Ahmedabad Metro Rail Project and interacted with passengers traveling on the new metro line #PMInGujarat

DD News Assamese (@ddnews_guwahati) 's Twitter Profile Photo

প্ৰধানমন্ত্ৰী শ্ৰী Narendra Modi এ‌ আজি গুজৰাটৰ গান্ধীনগৰত অনুষ্ঠিত চতুৰ্থ গ্ল’বেল #RenewableEnergyInvestor সন্মিলনত ভাষণ প্ৰদান কৰে। Ministry of New and Renewable Energy (MNRE) #REINVEST2024 Pralhad Joshi @PIBAAhmedabad

DD News Assamese (@ddnews_guwahati) 's Twitter Profile Photo

প্ৰধানমন্ত্ৰী শ্ৰী Narendra Modi এ আজি গুজৰাটৰ গান্ধীনগৰত প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিজুলী আঁচনিৰ উদ্বোধন কৰে। #REINVEST২০২৪ Ministry of New and Renewable Energy (MNRE)

DD News Assamese (@ddnews_guwahati) 's Twitter Profile Photo

তামিলনাডুৰ ১৩ বছৰীয়া স্কুলীয়া ছাত্ৰী প্ৰেছলী শ্বেকিনাহে চেন্নাইত শস্যৰ গুটিৰ ব্যৱহাৰ কৰি প্ৰধানমন্ত্ৰী শ্ৰী Narendra Modi ৰ এক প্ৰতিকৃতি তৈয়াৰ কৰিছে।

DD News Assamese (@ddnews_guwahati) 's Twitter Profile Photo

প্ৰধানমন্ত্ৰী শ্ৰী Narendra Modi এ‌ আজি গুজৰাটৰ গান্ধীনগৰত অনুষ্ঠিত চতুৰ্থ গ্ল’বেল #RenewableEnergyInvestor এক্সপৰ এখন প্ৰদৰ্শনী পৰিদৰ্শন কৰে। Ministry of New and Renewable Energy (MNRE) #REINVEST2024 Pralhad Joshi @PIBAAhmedabad

DD News Assamese (@ddnews_guwahati) 's Twitter Profile Photo

আগন্তুক বিশ্ব পৰ্যটন দিৱস উপলক্ষে Awesome Assam এ #Photography আৰু #Videography প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। #AwesomeAssam #AssamTourism #WorldTourismDay #Assam

আগন্তুক বিশ্ব পৰ্যটন দিৱস উপলক্ষে Awesome Assam এ #Photography আৰু #Videography প্ৰতিযোগিতা অনুষ্ঠিত
কৰিছে।

#AwesomeAssam

#AssamTourism

#WorldTourismDay

#Assam
DD News Assamese (@ddnews_guwahati) 's Twitter Profile Photo

কালি #EnglishChannel‌ ত ফ্ৰান্সৰ পৰা ইংলেণ্ডলৈ যাত্ৰা কৰি থকা অৱস্থাত ৬০ জন অনুপ্ৰৱেশকাৰীৰ এখন ৰবৰৰ জাহাজ সাগৰত ডুব যোৱাৰ ফলত ৮ জন লোকৰ মৃত্যু হয়।

#DDNGuwahati #News প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেউজ ভৱিষ্যতৰ বাবে কাৰ্বন শুন্যৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি কয় যে, এয়া কেৱল এটা ভাল লগা শব্দই নহয়, ই ভাৰতৰ বাবে এক প্ৰয়োজন। Narendra Modi

DD News Assamese (@ddnews_guwahati) 's Twitter Profile Photo

#DDNGuwahati #News প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদৰ পৰা গান্ধীনগৰ আৰু GIFT চহৰ সংযোগী মেট্ৰ' সেৱাৰ দ্বিতীয় পৰ্যায়ৰ ফ্লেগ অফ কৰে। Narendra Modi

DD News Assamese (@ddnews_guwahati) 's Twitter Profile Photo

মন্ত্ৰী শ্ৰী Pijush Hazarika এ আজি বিহালীৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে মত বিনিময় কৰে।

মন্ত্ৰী শ্ৰী Pijush Hazarika এ আজি বিহালীৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে মত বিনিময় কৰে।
DD News Assamese (@ddnews_guwahati) 's Twitter Profile Photo

কাইলৈৰ পৰা ২ অক্টোবৰলৈকে দেশজুৰি #SwacchataHiSevaCampaign ২০২৪ আৰম্ভ হ'ব। Ministry of Housing and Urban Affairs Ministry of Information and Broadcasting PIB India #SHS2024 #SwabhavSwachhata #SanskaarSwachhata #SwacchataHiSeva

DD News Assamese (@ddnews_guwahati) 's Twitter Profile Photo

প্ৰধানমন্ত্ৰী শ্ৰী Narendra Modi এ আজি গুজৰাটৰ আহমেদাবাদ মেট্ৰ' ৰেল প্ৰকল্পৰ দ্বিতীয় পৰ্যায় উদ্বোধন কৰে। #AhmedabadMetro #MetroRail

DD News Assamese (@ddnews_guwahati) 's Twitter Profile Photo

#DDNGuwahati #News চেন্নাইৰ প্ৰেছলী শ্বেকিনা নামৰ এগৰাকী ১৩ বছৰীয়া ছাত্ৰীয়ে প্ৰধানমন্ত্ৰী মোদীৰ এখন বিশাল পট্ৰেইট নিৰ্মাণ কৰি বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ৮০০ কিলোগ্ৰাম মিলেট ব্যৱহাৰ কৰি এই পট্ৰেইটখন নিৰ্মাণ কৰা হৈছে। Narendra Modi PMO India

DD News Assamese (@ddnews_guwahati) 's Twitter Profile Photo

অসমৰ মৎস্য উদ্যোগৰ প্ৰচুৰ সম্ভাৱনা আছে। মৎস্য উৎপাদন অধিক হ'লে মাছৰ চাহিদা পূৰ কৰিবলৈ সক্ষম হ'ব। ডী ডী অসমৰ আগত প্ৰকাশ কৰে তামিলনাডুৰ CIBA-ৰ সঞ্চালক ড০ কুলদীপ কে লালে। #CIBA #ICAR #fishing #Fisheries #GU #assam #ddnewsassam #ddnewsassamese

DD News Assamese (@ddnews_guwahati) 's Twitter Profile Photo

#DDNGuwahati #News প্ৰধানমন্ত্ৰী মোদীয়ে আজিৰ দিনটোতে তামিলনাডুৰ থুথুকুডী বন্দৰত নতুন আন্তঃৰাষ্ট্ৰীয় কণ্টেইনাৰ টাৰ্মিনেল উদ্বোধন কৰে। Narendra Modi Sarbananda Sonowal

DD News Assamese (@ddnews_guwahati) 's Twitter Profile Photo

#DDNGuwahati #News Tripura Chief Minister, Dr. Manik Saha along with Uttar Pradesh Chief Minister Yogi Adityanath inaugurate Siddheswari Temple in Agartala Yogi Adityanath Prof.(Dr.) Manik Saha

DD News Assamese (@ddnews_guwahati) 's Twitter Profile Photo

#DDNGuwahati #News দেশৰ বিভিন্ন প্ৰান্তৰ দৰে অসমতো ৰাষ্ট্ৰীয় পোষণ মাহ পালন কৰা হৈছে। এই উপলক্ষে আয়োজন কৰা স্থানীয় মহিলা শিল্পীৰ মঞ্চনাট আৰু পুষ্টিকৰ খাদ্যৰ প্ৰদৰ্শনী মন্ত্ৰী অতুল বৰাই উপভোগ কৰে । #PoshanMaah Atul Bora

DD News Assamese (@ddnews_guwahati) 's Twitter Profile Photo

প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী Rajnath Singh এ আজি পেৰিছ পেৰালিম্পিকত পদক বিজয়ী খেলুৱৈ আৰু ভাৰতীয় প্ৰতিনিধি দলটোক সাক্ষাৎ কৰে। #Paris2024‌ Paralympic India 🇮🇳 NBC Olympics & Paralympics

প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী Rajnath Singh এ আজি পেৰিছ পেৰালিম্পিকত পদক বিজয়ী খেলুৱৈ আৰু ভাৰতীয় প্ৰতিনিধি দলটোক সাক্ষাৎ কৰে।
#Paris2024‌
Paralympic India 🇮🇳
NBC Olympics & Paralympics