TheCrosscurrent.in (@crosscurrent_in) 's Twitter Profile
TheCrosscurrent.in

@crosscurrent_in

To reveal, To inform. To move forward boldly and fearlessly.

ID: 1108323333240610818

linkhttps://thecrosscurrent.in/ calendar_today20-03-2019 11:04:09

8,8K Tweet

1,1K Followers

2 Following

TheCrosscurrent.in (@crosscurrent_in) 's Twitter Profile Photo

উভতি আহিছে কুখ্যাত হাইদৰ আলী।গুৱাহাটীৰ পৰা বৰপেটালৈ হাইদৰ আলীৰ সন্ত্ৰাস।ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ মাটিত ভূ- মাফিয়া গেঙৰ চকু ।আৰক্ষীয়ে কেতিয়া ঢুকি পাব বিজেপি নেতাৰ ঘনিষ্ঠ ভূ- মাফিয়াক?

TheCrosscurrent.in (@crosscurrent_in) 's Twitter Profile Photo

দীঘলী পুখুৰীৰ পাৰত Immigration and Foreigners (Exemption) Act 2025 ৰ প্ৰতিলিপি দাহ কাৰ্যসূচী। ১২ ঘণ্টীয়া অনশনৰ পাছত ৰূপায়ন কৰে এই কাৰ্যসূচী। শেহতীয়াকৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশনা সদৌ অসম ছাত্ৰ সন্থাই কোনোপধ্যেই মানি নলয় বুলি দাবী।

TheCrosscurrent.in (@crosscurrent_in) 's Twitter Profile Photo

বিজেপিয়ে CAA জৰিয়তে অসমীয়া জাতি নিঃশেষ কৰাৰ অভিযানত নামিছে। ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈকে ছটা ধৰ্মৰ বিদেশীক ভাৰতত নাগৰিকত্ব আবেদনৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধিসূচনাৰ বিৰুদ্ধে সৰৱ কৃষক মুক্তিৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে।

TheCrosscurrent.in (@crosscurrent_in) 's Twitter Profile Photo

'কা'ই একত্ৰিত কৰিলে বিৰোধীক।১৪ টা বিৰোধী ৰাজনৈতিক দলে কপালে চচল।বিদেশীক নাগৰিকত্ব দিয়াৰ সময় সীমা বৃদ্ধিৰ প্ৰতিবাদ বিৰোধীৰ।জাতীয় স্বাৰ্থত একত্ৰিত ভাৱে যুঁজ দিয়াৰ ঘোষণা বিৰোধীৰ ।ৰাজ্যজুৰি আৰম্ভ 'কা' আন্দোলন 2.0

TheCrosscurrent.in (@crosscurrent_in) 's Twitter Profile Photo

🔷বিটিআৰ নিৰ্বাচনত নামিছে বিজেপি। 🔷‘চিধা কথা’ত বিজেপিৰ মুখপাত্ৰ ব্ৰজেন মহন্ত 🔷বিটিআৰ নিৰ্বাচনত নামিছে বিজেপি 🔷কি ইচ্ছ্যু লৈ ভোটাৰৰ কাষলৈ যাব বিজেপি? 🔷জনজাতি-অজনজাতিৰ ভূমি সমস্যাৰ সমাধান হ’লনে? 🔷২০২০ চনৰ বিটিচি চুক্তিৰ কিমান কাৰ্যকৰী কৰিলে বিজেপি চৰকাৰে? 🔷BPF-UPPL ক গিলি

TheCrosscurrent.in (@crosscurrent_in) 's Twitter Profile Photo

গুৱাহাটীত উন্মুক্ত নলাই প্ৰাণ কাঢ়িলে এটি শিশুৰ।লোকচক্ষুৰ সন্মুখতে সংঘটিত হ’ল শোকাৱহ ঘটনা।উৰণ সেতু নিৰ্মাণৰ নামত মৰণফান্দ ঠিকাদাৰী প্ৰতিষ্ঠানৰ

TheCrosscurrent.in (@crosscurrent_in) 's Twitter Profile Photo

৯ ছেপ্টেম্বৰৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ।হয় জিকাব , নহয় ব্যৱধান কমাব।এই লক্ষ্যত অটল INDIA ।সহজ নহয় জয় ।কিন্তু সহজ হ’ব NDA ৰ ভোট হ্ৰাস কৰাটো

TheCrosscurrent.in (@crosscurrent_in) 's Twitter Profile Photo

হঠাৎ ৰাজ্যৰ ৰাজনীতিত ধুমুহা।বিজেপি-অগপ ত্যাগ তিনি প্ৰাক্তন বিধায়কৰ।পদত্যাগৰ চৰ্চাত আন দুগৰাকী শাসকীয় মিত্ৰজোঁটৰ নেতাৰ নাম।২৬ ৰ নিৰ্বাচনৰ পূৰ্বে মিত্ৰজোঁটত পৰিব নেকি মোক্ষম আঘাত?

TheCrosscurrent.in (@crosscurrent_in) 's Twitter Profile Photo

মহাৰাষ্ট্ৰতো থৰক বৰক হৈছে NDA ! গাডকাৰীৰ আশীৰ্বাদত মূৰ দাঙিছে সিন্দেই ! থাকৰেৰ বাসগৃহত সিন্দে কিয় ? চিন্তিত BJP

TheCrosscurrent.in (@crosscurrent_in) 's Twitter Profile Photo

বিহাৰত ৰাহুল গান্ধীৰ ভোটাৰ অধিকাৰ যাত্ৰাৰ ডাঙৰ প্ৰভাৱ।আগুওৱাৰ সম্ভাৱনা বিহাৰ বিধানসভা নিৰ্বাচন।দুৰ্গা পূজা-দীপাৱলীৰ পাছতেই অনুষ্ঠিত হ’ব বিহাৰ বিধানসভা নিৰ্বাচন।ৰাহুল গান্ধীৰ ভোটাৰ অধিকাৰ যাত্ৰাই শংকিত কৰিছে বিজেপিক

TheCrosscurrent.in (@crosscurrent_in) 's Twitter Profile Photo

আমেৰিকাক সকীয়নি ৰাছিয়াৰ "ঔপনিৱেশিক যুগ এতিয়া আৰু নাই" “এনেকৈ কথা ক’ব নোৱাৰিব” সবিশেষ আজিৰ 'দেশ-দুনিয়া'ত

TheCrosscurrent.in (@crosscurrent_in) 's Twitter Profile Photo

সাৱধান !যিকোনো মুৰ্হুতত বিপৰ্যয় নামিব পাৰে ৰাষ্ট্ৰীয় ঘাইপথত ! ঘৰত বহি প্ৰস্তুত কৰা হয় DPR ! স্বয়ং কেন্দ্ৰীয় মন্ত্ৰীয়ে উদঙালে চৰকাৰৰ মুখা

TheCrosscurrent.in (@crosscurrent_in) 's Twitter Profile Photo

অপৰাধীৰে ভৰিছে দেশৰ বিধানপালিকা।হ*ত্যাকাৰী, ধৰ্ষ*ণকাৰীৰে ভৰিছে মন্ত্ৰীসভা।দেশৰ ৪৭% মন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ।বিজেপিৰ ১৩৬ গৰাকী মন্ত্ৰীৰ বিৰুদ্ধে আছে গুৰুতৰ অভিযোগ

TheCrosscurrent.in (@crosscurrent_in) 's Twitter Profile Photo

ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিষয়াৰ গাফিলতিৰ বাবেই প্ৰাণ গ’ল তিনি বছৰীয়া শিশুৰ! ভাৰতীয় ইনফ্ৰা প্ৰজেক্টছ লিমিটেডৰ তিনিগৰাকী বিষয়াক গ্ৰেপ্তাৰ।মুখ্যমন্ত্ৰীৰ হাতত থকা লোকনিৰ্মাণ বিভাগৰ অধীনত কৰ্মৰত ভাৰতীয় ইনফ্ৰা প্ৰজেক্টছ লিমিটেড

TheCrosscurrent.in (@crosscurrent_in) 's Twitter Profile Photo

ভয়াৱহ বানৰ কৱলত দেশৰ বহু ৰাজ্য। বানৰ কৱলত পঞ্জাৱৰ ২৩ জিলাৰ ৩.৫৫ লাখ লোক।বানৰ কৱলত দিল্লী-NCR।পানীৰ তলত নয়দাৰ চেক্টৰ-১৩৫, ১৫১

TheCrosscurrent.in (@crosscurrent_in) 's Twitter Profile Photo

শিক্ষক দিৱসৰ দিনাই শিক্ষকৰ প্ৰতিবাদ।লতাশিল খেলপথাৰত প্ৰতিবাদী অনশন টিউটৰ সন্থাৰ

TheCrosscurrent.in (@crosscurrent_in) 's Twitter Profile Photo

বিগত ৮ বছৰ GST ৰ নামত ভাৰতীয়ক শুহি সকাহ দিয়াৰ জয়ঢোল পিটিছে BJP এ

TheCrosscurrent.in (@crosscurrent_in) 's Twitter Profile Photo

মোডীৰ সংগী হৈ জ্বলাকলা খাইছে নাইডুৱে।মহাভাৰতৰ ভীষ্মৰ দৰে অৱস্থা হৈছে নাইডুৰ।এফালে মিত্ৰতা আনফালে জাতি প্ৰেম।কাক দাঙি ধৰিব,কাক দলিয়াব?