P K Bhagawati (@bhagawatikr) 's Twitter Profile
P K Bhagawati

@bhagawatikr

Love reading , admire art & photography , dislike superstitions , adore Spinoza ! and now jot occasionally random ideas ! ex bureaucrat !

ID: 977571573702975488

calendar_today24-03-2018 15:43:20

37,37K Tweet

16,16K Followers

3,3K Following

P K Bhagawati (@bhagawatikr) 's Twitter Profile Photo

আপোনালোকে অসমীয়াতে বিজ্ঞাপন দি বৰ মহান কাম কৰি আছে ৷

Mrinal Saikia (@mrinal_mla) 's Twitter Profile Photo

নেঘেৰিবিলৰ বিননি Tears of Negheribil চাই থাকোঁতেই এখন সুন্দৰ মিচিং গাঁও (নেঘেৰিবিল মিচিং গাঁও) এখন মিঞা গাঁৱলৈ ৰূপান্তৰ হ'ল। অথচ আমি এই মিঞা মানুহখিনিৰ উচ্ছেদ দাবী কৰি ২০০৫ চনতেই আন্দোলন কৰিছিলোঁ আৰু আৰক্ষীৰ লাঠিচালনাত আহত হৈছিলোঁ। এই গাঁৱতেই শাৰীৰিকভাৱে মিঞাৰ হাতত উৎপীড়িত হৈ

নেঘেৰিবিলৰ বিননি
Tears of Negheribil
চাই থাকোঁতেই এখন সুন্দৰ মিচিং গাঁও (নেঘেৰিবিল মিচিং গাঁও) এখন মিঞা গাঁৱলৈ ৰূপান্তৰ হ'ল। অথচ আমি এই মিঞা মানুহখিনিৰ উচ্ছেদ দাবী কৰি ২০০৫ চনতেই আন্দোলন কৰিছিলোঁ আৰু আৰক্ষীৰ লাঠিচালনাত আহত হৈছিলোঁ। এই গাঁৱতেই শাৰীৰিকভাৱে মিঞাৰ হাতত উৎপীড়িত হৈ
P K Bhagawati (@bhagawatikr) 's Twitter Profile Photo

এম এল এ জনৰ অসভ্যালিবোৰ প্ৰত্যক্ষ কৰিলোঁ ! এগৰাকী বিধায়কো ইমান অভদ্ৰ হ’ব পাৰেনে ? সেইজনৰ কিবা শিক্ষা দীক্ষা আছেনে নাই ? গোৱলপাৰীয়া ৰাইজক বদনামী কৰিলে !

P K Bhagawati (@bhagawatikr) 's Twitter Profile Photo

তিব্বতৰ মালভূমিত ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ মেগা বান্ধৰ কাম আৰম্ভই হ’ল বোলে ৷ বৃহৎ হ’ব এই বান্ধ ৷ ভাৰত আৰু বাংলাদেশৰ ক্ষতি হ’ব পাৰে নেকি ? ইপিনে অৰুনাচলতো ভাৰতে ব্ৰহ্মপুত্ৰৰ ওপৰত বান্ধ এটি সাজি আছে ৷ গৈ থৈ বিশাল ব্ৰহ্মপুত্ৰ খন শুকাই লেৰেলি নিশকতীয়া হৈ যাব নেকি ?