𝐀𝐧𝐮𝐫𝐚𝐠_𝐊𝐚𝐬𝐡𝐲𝐚𝐩 (@banjit99330) 's Twitter Profile
𝐀𝐧𝐮𝐫𝐚𝐠_𝐊𝐚𝐬𝐡𝐲𝐚𝐩

@banjit99330

আগতে জেদ ধৰিছিলো !
এতিয়া ধৈৰ্য ধৰো
কাৰন সময়ে বাধ্য কৰাইছে ।

ID: 1687896491745284096

linkhttps://youtube.com/@BanjitHaloiOfficial calendar_today05-08-2023 18:41:10

38 Tweet

17 Takipçi

64 Takip Edilen

𝐀𝐧𝐮𝐫𝐚𝐠_𝐊𝐚𝐬𝐡𝐲𝐚𝐩 (@banjit99330) 's Twitter Profile Photo

📞 এবাৰ হ'লেওটো মোক ৰখাব পাৰিলা হয় __ ? ৰখাই দিয়াৰ অধিকাৰেই বা তুমি কেতিয়া দিলা মোক__ !! যিতো সম্পৰ্কত আমাৰ নাম দি মোৰ অনুমতি অবিহনেই তুমি বিচ্ছেদৰ সিদ্ধান্ত অকলেই লৈ ললা , তাত তোমাক ৰখাই চোৱাৰ প্ৰয়োজনীয়তাই বা ক'ত থাকিল ___ !! 😊 বনজিৎ

𝐀𝐧𝐮𝐫𝐚𝐠_𝐊𝐚𝐬𝐡𝐲𝐚𝐩 (@banjit99330) 's Twitter Profile Photo

সমাধিস্থ সপোনৰ নাথাকে কোনো অস্তিত্ব । তুমি নিজ স্বাভিমানেৰে চূড়মাৰ কৰি যোৱা সপোনবোৰ মোৰ হৃদয়ৰ দস্তাবেজত কাহানিবাই সমাধিস্থ হ'ল ।। 😌

সমাধিস্থ সপোনৰ নাথাকে কোনো অস্তিত্ব ।
তুমি নিজ স্বাভিমানেৰে 
চূড়মাৰ কৰি যোৱা সপোনবোৰ 
মোৰ হৃদয়ৰ দস্তাবেজত কাহানিবাই 
সমাধিস্থ হ'ল ।। 😌
𝐀𝐧𝐮𝐫𝐚𝐠_𝐊𝐚𝐬𝐡𝐲𝐚𝐩 (@banjit99330) 's Twitter Profile Photo

এই পৃথিৱীখনত ক্ষমতাশালী মানুহবোৰৰ মৰণ নহয়, মৰণ মাথোঁ জীৱনৰ সৈতে সংগ্ৰাম কৰি জীয়াই থকা বোৰৰ।

𝐀𝐧𝐮𝐫𝐚𝐠_𝐊𝐚𝐬𝐡𝐲𝐚𝐩 (@banjit99330) 's Twitter Profile Photo

এতিয়া কেৱল সুখী হোৱাৰ সপোন হে দেখো , মনৰ দুখ যন্ত্ৰণাবোৰ মনতে আৱদ্ধ কাৰি ৰাখোঁ , কিজানি জীৱানটো এদিন সকলো সঠিককৈ সজাই ল'ব পাৰোঁ।।

𝐀𝐧𝐮𝐫𝐚𝐠_𝐊𝐚𝐬𝐡𝐲𝐚𝐩 (@banjit99330) 's Twitter Profile Photo

যেতিয়ালৈকে সফল হব নোৱাৰোঁ , তেতিয়ালৈকে যুদ্ধ চলি থাকিব । মই হাৰি নায়াও। 🙏 জয় আই অসম 🙏

অকল ভালপোৱাই নহয় , তোমাৰ সতে জীৱনটো কটোৱাৰ এক সপোন আছিল ___ এতিয়া মনত ইমান শক্তি নাই বাৰে বাৰে বুজাবলৈ ___ তুমি ভাল আৰু মই বেয়া কথা সিমানতে শেষ । ☺️

ভালপোৱানো কি কোনোবাই যদি মৃত্যুৰ পাছতো প্ৰিয়জনক জীয়াই ৰাখিছে আৰু কোনোবাই জী থকা জনকো গুৰুত্বহীন কৰি জীয়াই জীয়াই মাৰিছে । 💔😔

প্ৰতিশ্ৰুতি দিছিলোঁ বাবে আজিও একে ঠাইতে ৰৈ গ'লো । ভালপোৱা মোৰ নাটক নাছিল বাবে আজিও আনৰ হ'ব নোৱাৰিলোঁ ।।

𝐀𝐧𝐮𝐫𝐚𝐠_𝐊𝐚𝐬𝐡𝐲𝐚𝐩 (@banjit99330) 's Twitter Profile Photo

এইযে তেওঁৰ তীব্ৰ অৱহেলাত উফৰি অহা শব্দ কেইটাও সামৰি থোৱা ঠিক হলাহল পি খোৱাৰ দৰে ! তেওঁ জানো বুজিব যে তেওঁৰ অকণমান সঁহাৰিত তোমাৰ হৃদয়ত বিষবোৰেও অমৃতৰ কাম কৰে।। 💓☺️

𝐀𝐧𝐮𝐫𝐚𝐠_𝐊𝐚𝐬𝐡𝐲𝐚𝐩 (@banjit99330) 's Twitter Profile Photo

আহিবা চোন এদিন আমাৰ ঘৰলৈ চাই যাবাহি অভাৱে আবৰি ৰখা ঘৰখন তাৰ পিছত যদি মৰমবোৰ একে থাকে তেতিয়া আহিবা ভালপাওঁ বুলি কবলৈ 😊❤️‍🩹

ৰাঙলী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ সকলোকে ❤️‍🩹 #Bihu2024 তেজপুৰ

ৰাঙলী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ সকলোকে ❤️‍🩹
#Bihu2024 তেজপুৰ
𝐀𝐧𝐮𝐫𝐚𝐠_𝐊𝐚𝐬𝐡𝐲𝐚𝐩 (@banjit99330) 's Twitter Profile Photo

গোটেই শৰীৰটো কপি যায় , যেতিয়া মায়ে কয় ৰ মই নোহোৱা হলে গম পাবি । 😔😭