Assam Talks (@assamtalks2025) 's Twitter Profile
Assam Talks

@assamtalks2025

ID: 1889664880766230528

linkhttps://assamtalks.com calendar_today12-02-2025 13:16:49

609 Tweet

27 Takipçi

3 Takip Edilen

Assam Talks (@assamtalks2025) 's Twitter Profile Photo

I LOVE YOU... 'জন আশীৰ্বাদ যাত্ৰা'ত ভাগিনসকলক উদ্দেশ্যি মামাৰ ধেমালি । #HimantaBiswaSarma #AssamCM #assam #assamtalksdigital

Assam Talks (@assamtalks2025) 's Twitter Profile Photo

মোকতো পোৱাই চিনি, মই যে ফাগুন । ফাগুন মানেই যেন পলাশ, মদাৰ । ফাগুনে আনে আশাভৰা ৰঙীন দলিচা । ফাগুনত কি দৰে ল'ব ছাল, চুলিৰ যতন? পলাশৰ ৰেণুৰে কেনেদৰে ছালৰ যতন ল'ব পাৰি ? ষ্টুডিঅ'ত সৌন্দৰ্য বিশেষজ্ঞ ড০ মধুমিতা শইকীয়া ।ৰাণীমা বৰঠাকুৰৰ সাতে 'স্বাক্ষৰ' । আজি নিশা ৭.৫০ বজাত ।

Assam Talks (@assamtalks2025) 's Twitter Profile Photo

ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেইনীৰ মৃ*ত্যুত শোক প্ৰকাশ জম্মুৰ ছিয়া মুছলমান সম্প্ৰদায়ৰ মহিলা আৰু শিশুসকলৰ । #shiamuslimcommunity #iransupremeleader #AyatollahAliKhamenei #jammu #assamtalksdigital

Assam Talks (@assamtalks2025) 's Twitter Profile Photo

'জন আশীৰ্বাদ যাত্ৰা'ৰ মাজতে বিশেষভাৱে সক্ষম যুৱকৰ সৈতে বাৰ্তালাপ মুখ্যমন্ত্ৰীৰ #reelfb #reelvideo #HimantaBiswaSarma #assamtalksdigital

Assam Talks (@assamtalks2025) 's Twitter Profile Photo

ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেইনীৰ মৃ*ত্যুৰ পিছতেই ৰাষ্ট্ৰসংঘৰ সামৰিক পৰ্যবেক্ষক গোটৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত ছিয়া মুছলমানৰ প্ৰতিবাদ #srinagar #shiacommunity #protest #ayatollahalikhamenei #assamtalksdigital

Assam Talks (@assamtalks2025) 's Twitter Profile Photo

T-20 বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ ভাৰতৰ। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৫ উইকেটত জয়লাভ ভাৰতৰ।

Assam Talks (@assamtalks2025) 's Twitter Profile Photo

বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ আজি ৩য়টো দিন। আজি গহপুৰ, বিহপুৰীয়া, ৰঙানদী, নাওবৈচাত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা।

Assam Talks (@assamtalks2025) 's Twitter Profile Photo

ইৰাণ-ইজৰাইল যুদ্ধৰ প্ৰভাৱ বিমান সেৱাত। দিল্লীৰ বিমান বন্দৰত অচলাৱস্থা।

Assam Talks (@assamtalks2025) 's Twitter Profile Photo

'জন আৰ্শীবাদ যাত্ৰা'ৰ মাজতে মুখ্যমন্ত্ৰীয়ে ভাগিনক উপহাৰ হিচাপে খুলি দিলে ঘড়ী । #reelfb #reelvideospost #watch #HimantaBiswaSarma #assamtalksdigital

Assam Talks (@assamtalks2025) 's Twitter Profile Photo

মুখ্যমন্ত্ৰীক প্ৰশংসাৰে ওপচাই পেলালে ভূপেন কুমাৰ বৰাই। "মুখ্যমন্ত্ৰী ৰাজ্য খনৰ এটা অনুষ্ঠান, এটা বিকাশ যন্ত্ৰ"- ভূপেন বৰা 👇 facebook.com/share/v/1Dc1Jj…

Assam Talks (@assamtalks2025) 's Twitter Profile Photo

দিল্লীৰ টিকৰী নেতাজী সুভাষ বিহাৰৰ এটা গুদামত বিধ্বংসী অগ্নি**কাণ্ড। ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ দল। #delhi #Incident #tikrinetajisubhashvihar #assamtalksdigital

Assam Talks (@assamtalks2025) 's Twitter Profile Photo

আজমলক কেন্দ্ৰীয় মন্ত্ৰীৰ প্ৰস্তাৱ দিছিল কংগ্ৰেছে । ৰাজ্যসভা নিৰ্বাচনত বিজেপিক ভোট দিছিল AIUDF-এ । কিয় আজমলৰ দলত মুখ্যমন্ত্ৰীয়ে ৰাখিছিল এজেণ্ট? AIUDF বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ এক বিস্ফোৰক সাক্ষাত্কা ৰ । প্ৰাণজিৎ শইকীয়াৰ THE POLITICAL TALK . আজি নিশা ৭.৫০ বজাৰ পৰা

Assam Talks (@assamtalks2025) 's Twitter Profile Photo

দুৰ্গন্ধৰ কোনো স্থান নাই বিহপুৰীয়াত!বিহপুৰীয়াত ভূপেন বৰাই কাম কৰা দেখা নাই! ভূপেন বৰাৰ নাম শুনিলেই গৰম হৈ যায় অমিয় #assamtalksdigital #amiyobhuyan #BhupenBorah 👇 facebook.com/share/v/1MexKT…

Assam Talks (@assamtalks2025) 's Twitter Profile Photo

আজি ৰঙৰ উৎসৱ ফাকুৱা। আবিৰৰ ৰঙেৰে ৰঙীন হৈ উঠিছে ৰাজ্য। মাজুলী, বৰপেটা, বটদ্ৰৱা, দৌল গোবিন্দ মন্দিৰত দৌল মহোৎসৱৰ আধ্যাত্মিক পৰিৱেশ।

Assam Talks (@assamtalks2025) 's Twitter Profile Photo

নাজিৰাত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। শংকৰী সংস্কৃতি বিকাশ কেন্দ্ৰৰ পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন।

Assam Talks (@assamtalks2025) 's Twitter Profile Photo

বটদ্ৰৱা থানত দৌল উৎসৱৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী।বটদ্ৰৱা থানত সেৱা ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সম্পূৰ্ণ জাতীয় সাজ-পোছাকেৰে থানাত প্ৰৱেশ মুখ্যমন্ত্ৰীৰ।