Suruj bhuyan (@surujbhuyan1) 's Twitter Profile
Suruj bhuyan

@surujbhuyan1

Simple

ID: 1263775682481606657

calendar_today22-05-2020 10:16:34

385 Tweet

27 Takipçi

46 Takip Edilen

Suruj bhuyan (@surujbhuyan1) 's Twitter Profile Photo

ছাৰ ভাগৰি পঢ়িছোঁ আপোনালোকক টুইত কৰি কৰি কিন্তু আপোনালোকৰ একো উত্তৰ নাই।৫০,০০০ নিযুক্তিৰ মাজত ১৬০০ নিৰ্বাচিত প্ৰাৰ্থী কিয় ১১ মাহ বঞ্চিত আৰু যদি নিযুক্তি নিদিয়ে স্পষ্ট কৰি কলে আমি উপকৃত হলো হয়। আমাক মানসিক শান্তি লগে ছাৰ । Sarbananda Sonowal Himanta Biswa Sarma #FT_Appointment_Assam

Suruj bhuyan (@surujbhuyan1) 's Twitter Profile Photo

No job no vote. Today's youth are not nonsense that we can't understand the conspiracy to not distribute our appointment letters and to use the youth as voters but enough it's enough you will see the frustration in the coming election. It is not only me but all Sarbananda Sonowal

200 Additional Foreigners Tribunal Staff Associati (@1600_staff) 's Twitter Profile Photo

Narendra Modi Amit Shah What about the faith of 19lakhs people sir who's names were excluded from final NRC?Why appointment letters are not being given to 1600 selected candidates of foreigners tribunal?Why govt is not taking any initiative?#ReleaseForeignersTribunalAppointment

Assam Jatiya Parishad (@jatiyaparishad) 's Twitter Profile Photo

প্ৰতিবাৰেই প্ৰতাৰিত আৰু নিৰাশ হোৱা অসমৰ যুৱ সমাজৰ মাজত আজি এটাই প্ৰশ্ন - 'কিয়?' #ReleaseForeignersTribunalAppointment #Assam #JatiyaParishad #AssamFirst

প্ৰতিবাৰেই প্ৰতাৰিত আৰু নিৰাশ হোৱা অসমৰ যুৱ সমাজৰ মাজত আজি এটাই প্ৰশ্ন - 'কিয়?'

#ReleaseForeignersTribunalAppointment 
#Assam
#JatiyaParishad
#AssamFirst
Suruj bhuyan (@surujbhuyan1) 's Twitter Profile Photo

#FT_appointment_assam #Assam_Unemployment_Day Happy birthday sir Sarbananda Sonowal Release our appointment sir it is already one year after final selection...

#FT_appointment_assam
#Assam_Unemployment_Day 

Happy birthday sir 
<a href="/sarbanandsonwal/">Sarbananda Sonowal</a> 

Release our appointment sir it is already one year after final selection...
Assam Jatiya Parishad (@jatiyaparishad) 's Twitter Profile Photo

"অসম প্ৰথম,সদায় আৰু চিৰদিন" মূলমন্ত্ৰৰে অসমক সবল ৰূপত আগুৱাই নিবলৈ আত্মপ্ৰকাশ কৰা "অসম জাতীয় পৰিষদ"ৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ আহ্বানত আজি গুৱাহাটীৰ দীঘলীপুখুৰীত এক বিশাল প্ৰতিবাদী সমদল উলিওৱা হয় ৷ নিবনুৱা সমস্যা পৰিকল্পিতভাৱে সমাধান কৰা,

"অসম প্ৰথম,সদায় আৰু চিৰদিন" মূলমন্ত্ৰৰে অসমক সবল ৰূপত আগুৱাই নিবলৈ আত্মপ্ৰকাশ কৰা "অসম জাতীয় পৰিষদ"ৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ আহ্বানত আজি গুৱাহাটীৰ দীঘলীপুখুৰীত এক বিশাল প্ৰতিবাদী সমদল উলিওৱা হয় ৷ নিবনুৱা সমস্যা পৰিকল্পিতভাৱে সমাধান কৰা,
Dr. Samujjal Bhattacharjya (@samujjalbhatta) 's Twitter Profile Photo

নৱবৰ্ষৰ আৰম্ভণিৰে পৰা MyGov Assam এ বিভিন্ন আঁচনিৰ কথা কৈছে।কিন্তু নিবনুৱা সমস্যা সম্পৰ্কত চৰকাৰ নীৰৱ।বিদেশী ন্যায়াধীকৰণ,অসম শক্তি বিতৰণ কো:লি:,জলসিঞ্চন আদি বিভাগৰ নিযুক্তি নহ'ল।ই অন্যায়। শীঘ্ৰে নিযুক্তি পত্ৰ প্ৰদান কৰক। #Release_FT_Appointment #Publish_APDCL_RESULT #Irrigation