JITENDRA K CHOUDHURY (@jitendrakchoudh) 's Twitter Profile
JITENDRA K CHOUDHURY

@jitendrakchoudh

journalist.working in Dainik Asam ,the oldest assamese daily of 'The Assam Tribune' group for last 24 years as Deputy chief of News Bureau

ID: 773526096

calendar_today22-08-2012 12:08:47

4,4K Tweet

3,3K Takipçi

723 Takip Edilen

JITENDRA K CHOUDHURY (@jitendrakchoudh) 's Twitter Profile Photo

কাৰ্গিল যুদ্ধত ৰাজস্থান আৰু পঞ্জাৱ সীমান্তত সেৱা আগবঢ়াই দেশৰ সন্মান ৰক্ষা কৰিবলৈ ভূমিকা পালন কৰা শ্ৰীমন্ত ভূঞাই এতিয়া জাৰ্মানৰ হামবাৰ্গৰ আন্তৰাষ্ট্ৰীয় বেংকিং আৰু বাণিজ্য প্ৰতিষ্ঠানত ছফটৱেৰ উন্নয়ন বিভাগৰ গবেষণা আৰু বিকাশৰ সঞ্চালক হিচাপে কৰ্মৰত হৈ আছে৷

হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত গৱেষণাৰত বিজ্ঞানী অসমৰ ডঃৰুবুল মাউতৰ নেতৃত্বৰ বিজ্ঞানীৰ দলে কৃত্ৰিম বুদ্ধিমত্তাৰে প্ৰস্তুত প্ৰ’টিন ব্যৱহাৰেৰে নতুন ইমিউন’থেৰাপী তৈয়াৰ কৰি দেহৰ ৰোগ প্ৰতিৰোধতন্ত্ৰক শক্তিশালী কৰাৰ এটা নতুন উপায় উদ্ভাৱন কৰি উলিয়াইছে৷এই বিষয়ে মাউতে ‘দৈনিক অসম’ত লিখিছে৷

#ছটা দশকৰ গৌৰৱময় যাত্ৰা সম্পূৰ্ণ কৰি ’ দৈনিক অসম’ কাকতে ৪ আগষ্টত হীৰক জয়ন্তী বৰ্ষ অতিক্ৰম কৰিব৷কাকতখনৰ দহজন সম্পাদকৰ ভিতৰত আঠজনৰ অধীনত মোৰ সাংবাদিক হিচাপে কাম কৰাৰ সৌভাগ্য হৈছে৷যদিও কীৰ্তিনাথ হাজৰিকাৰ অধীনত কাম কৰাৰ সুযোগ নঘটিল,তেওঁক কেইবাৰো লগ পাইছিলোঁ#

মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ কংগ্ৰেছীৰ ৰণনীতিক লৈ চৰ্চা৷দলবাগৰা ৰাজনীতিৰ কচৰৎ আৰম্ভ৷ ছিদ্দিক আহমেদ,ৰেকিবুদ্দিন আহমেদ,শশীকান্ত দাস অগপমুখী৷কমলাক্ষ দে পুৰকায়স্থ আৰু বসন্ত দাসে মুখ্যমন্ত্ৰীৰ সেউজ সংকেতলৈ অপেক্ষা কৰি আছে৷শ্বেৰমান আলী আহমেদে ৰাইজৰ দলত যোগদান কৰিব৷

এডভান্টেজ আছাম ২.০ পাছত কেন্দ্ৰীয় চৰকাৰৰ ’ ৰাইজিং উত্তৰ- পূৰ্বাঞ্চল বিনিয়োগ সন্মিলন ২০২৫’ ৰ জৰিয়তে পূৰ্বোত্তৰত ৪.৪৮ লাখ কোটিৰ বিনিয়োগৰ প্ৰস্তাৱ৷উদ্যোগৰ স্বাৰ্থতে উচ্ছেদ! ড’নাৰ মন্ত্ৰণালয়ে অতিশীঘ্ৰে ‘একচন প্লেন’ প্ৰস্তুত কৰিব৷ Jyotiraditya M. Scindia

অসমৰ কঁঠাল ,জামু,কৰ্দৈ টেঙা,ৰবাব টেঙা,আদা, অপৰাজিতা ফুলৰপৰা প্ৰস্তুত থলুৱা সুৰাৰ ব্যৱসায় অদিতি গোহাঁই ফুকনৰ৷ একাংশৰ মতে অপৰাজিত ফুলে বহুমূত্ৰ নিয়ন্ত্ৰণ হয়৷

বিদেশত অসমীয়াঃবিশ্বৰ বজাৰত বহুজাতিক প্ৰতিষ্ঠানৰ কৌশল ৰূপায়ণৰ দায়িত্ব পালন কৰা দিগন্ত মালাকাৰ৷বিদেশত অসমীয়াক সহায় কৰাটো তেওঁৰ অন্যতম মানৱ সেৱাস্বৰূপ হৈ পৰিছে৷ Pabitra Margherita

অসমতো ট্ৰাম্পৰ ’ শুল্ক-যুদ্ধৰ’ৰ ছাঁ!অসমৰপৰা চাহৰ লগতে ৰঙা চাউল,জহা চাউল,এৰী -মুগা কাপোৰ,আদা,ভোট জলকীয়া ৰপ্তানি হয় আমেৰিকালৈ৷কৃষিজাত আৰু সংসাধিত খাদ্য সামগ্ৰী ৰপ্তানি প্ৰধিকৰণৰ তথ্য মতে অসমৰ ৰঙা চাউল জৈৱিক আৰু স্বাস্থ্যসন্মত খাদ্য হিচাপে আমেৰিকাৰ বজাৰত ক্ৰমে জনপ্ৰিয় হৈছে৷

বাজেট প্ৰস্তাৱৰ জৰিয়তে নিৰ্বাচনৰ পূৰ্বে ১১ হেজাৰ কোটি নগদ বিতৰণ লক্ষ্য নিৰ্ধাৰণ কৰিছিল৷কিন্তু নিৰ্বাচন আয়োগে ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ কাম আৰম্ভ কৰিলে জিলা প্ৰশাসনে ‘হিতাধিকাৰী’ কেন্দ্ৰীক আঁচনিৰ কামত অধিক সময় দিব নোৱাৰিব বুলি আশংকা কৰি বিজেপি নেতৃত্ব উদ্বিগ্ন হৈ পৰিছে!

অৰণী এচ হাজৰিকাই অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত আৰু ধ্ৰুপদী হিন্দী বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া হিচাপে বিৰল কৃতিত্ব অৰ্জ্জন কৰিছে। তেওঁ ফেংছুই-বাস্তু পৰামৰ্শদাতা সুদক্ষিণা ভূঞা আৰু দ্য আসাম ট্ৰিবিউন কাকতৰ সহকাৰী সম্পাদক পাৰ্থপ্ৰতিম হাজৰিকাৰ একমাত্ৰ কন্যা।

ভাষণৰ ফুলজাৰিৰে নিৰ্বাচনী বতাহ গৰম কৰাতহে ব্যস্ত বিজেপি,ইউ পি পি এল নেতৃত্ব৷বি টি আৰৰ শুল্কাই জলসিঞ্চন প্ৰকল্পৰ ২৫৯ কোটি,ধনশিৰি প্ৰকল্পৰ ৫৭৫ কোটি,বৰলীয়া প্ৰকল্পৰ ২৭৫ কোটি,বাকছা, চিৰাং আৰু কোকৰাঝাৰৰ জলসিঞ্চন প্ৰকল্পৰ ২,০০০ কোটি টকাৰ প্ৰকল্পৰপৰা খেতিয়কক পানী যোগানত ব্যৰ্থ চৰকাৰ৷

আঞ্চলিক দলসমূহৰ খোৱা-কামোৰাৰ বাবে প্ৰতিবাৰেই ৰাষ্ট্ৰীয় দলৰ উস্থান হৈছে৷ বিজেপিয়ে কংগ্ৰেছৰ সময়ৰ অংকৰপৰা শিক্ষা গ্ৰহণ কৰি যিকোনো উপায়ে ৰাজ্যৰ আঞ্চলিক দলসমূহক ঐক্যবদ্ধ হোৱাত বাধা দি আহিছে Atul Bora Lurinjyoti Gogoi Akhil Gogoi Pramod Boro Hagrama Mohilary Keshab Mahanta

দৃষ্টিহীন লক্ষ্মণে নাগপুৰৰ ত্ৰিপল আই আই টিত অধ্যয়নৰ সুযোগ পাইছে৷কিন্তু চাৰি বছৰীয়া পাঠ্যক্ৰমৰ বাবে ১৫ লাখ টকাৰ প্ৰয়োজন হোৱাত লক্ষ্মণ সমস্যাত পৰিছে৷টি ভি, ৰেডিড’ মেৰামতি কৰা পিতৃয়ে বিচাৰিছে সহায়৷ Himanta Biswa Sarma Ranoj Pegu

অসমৰ ঋণ-জি এছ ডি পিৰ অনুপাত বৃদ্ধি হোৱাৰ বিপৰীতে দেশৰ অধিকাংশ ৰাজ্যত এই অনুপাত হ্ৰাস হৈছে৷২০২৪-২০২৫ বৰ্ষ পৰ্যন্ত অসমৰ ঋণ ১.৮০ লাখ কোটি টকালৈ বৃদ্ধি পাইছে৷ জি এছ ডি পি অনুপাত ২৭.৫ শতাংশ হৈছেগৈ৷২০২০-২০২১ বৰ্ষত এই অনুপাত ২৬.৪ শতাংশ আছিল৷গুজৰাটৰ অনুপাত ১৭.৯ শতাংশ,ওড়িশাৰ ১৬.৩ শতাংশ৷

JITENDRA K CHOUDHURY (@jitendrakchoudh) 's Twitter Profile Photo

ইলন মাস্কৰ টেচলা কোম্পানীত ইন্টাৰ্নশ্বিপ কৰাৰ সুযোগ লাভ কৰা প্ৰাপ্তি বৰদলৈ৷

দুখীয়া লোকৰ নাবাঢ়ে উপাৰ্জন! ২০২৪-২০২৫ বৰ্ষত (৩০ জুন পৰ্যন্ত) ‘আয়কৰ ৰিটাৰ্ণ’ দাখিল কৰা সকলৰ ভিতৰত অসমৰ প্ৰায় ৫০ হেজাৰ গৰাকীৰ বছৰি আয় ১৫ লাখ টকাৰপৰা ৫০ লাখ টকা পৰ্যন্ত৷

ৰাজ্যপাল ৰমেন ডেকাৰ সাহায্যৰে আৰু বৃহত্তৰ বীৰকুছি সাহিত্য সভাৰ তত্ত্বাৱধানত গুৱাহাটীত বিহগী কবি ৰঘুনাথ চৌধাৰীৰ এটা ব্ৰঞ্জৰ আবক্ষ মূৰ্তি ১৮ নৱেম্বৰত স্থাপন হ’ব৷আনন্দৰ কথা যে আবক্ষ মূৰ্তিটো ছত্তিশড়ৰ ইন্দিৰা কলা সংগীত বিশ্ববিদ্যালয়ত নিৰ্মাণৰ কাম চলি আছে৷ Ramen Deka

কণীধানৰ (মিলেট) পৰা পিঠা,লাডু,নুডলছ,বিস্কুট,মিঠাই,হালোৱা, চকলেট,কেক আদি প্ৰস্তুত কৰা হয়৷এনেধৰণৰ সামগ্ৰী বিক্ৰী কৰি ৰাজ্যৰ বহু সংখ্যক মহিলা আত্মনিৰ্ভৰশীল হৈছে৷কণীধানৰ পৰা উৎপাদিত সামগ্ৰী স্বাস্থ্যসন্মত বুলি একাংশ বিশেষজ্ঞই দাবী কৰাত বছৰি এই ধানৰ উৎপাদন অসমত বাঢ়িছে৷

কণীধানৰ (মিলেট) পৰা
পিঠা,লাডু,নুডলছ,বিস্কুট,মিঠাই,হালোৱা, চকলেট,কেক আদি প্ৰস্তুত কৰা হয়৷এনেধৰণৰ সামগ্ৰী বিক্ৰী কৰি ৰাজ্যৰ বহু সংখ্যক মহিলা আত্মনিৰ্ভৰশীল হৈছে৷কণীধানৰ পৰা উৎপাদিত সামগ্ৰী স্বাস্থ্যসন্মত বুলি একাংশ বিশেষজ্ঞই দাবী কৰাত বছৰি এই ধানৰ উৎপাদন অসমত বাঢ়িছে৷
JITENDRA K CHOUDHURY (@jitendrakchoudh) 's Twitter Profile Photo

ত্ৰিপৰ্ণা কলিতা চিটী ইউনিভাৰ্ছিটী অব লণ্ডনত গৱেষণা কৰি থকা এগৰাকী ছাত্ৰী৷ তেওঁৰ গৱেষণাৰ বিষয় হ’ল ‘ দ্বিতীয় বিশ্বযুদ্ধত দক্ষিণ এছিয়াৰ দেশসমূহৰ অংশগ্ৰহণ,বিশেষকৈ বৃটিছৰ আমোলত থকা কালত ভাৰতে এই যুদ্ধত পালন কৰা ভূমিকা৷’৷

বিদেশত অসমীয়াঃ আমেৰিকাৰ পাৰডিউ বিশ্ববিদ্যালয়ত তেজপুৰৰ বিজ্ঞানী ডঃ অংশুমান ডেকা