Dhiraj Talukdar(Guwahaty,Assam) (@dhirajtalu19300) 's Twitter Profile
Dhiraj Talukdar(Guwahaty,Assam)

@dhirajtalu19300

Oil india, guwahaty refinery (noonmati)

ID: 1674649011654119424

calendar_today30-06-2023 05:22:45

1,1K Tweet

51 Takipçi

83 Takip Edilen

Dhiraj Talukdar(Guwahaty,Assam) (@dhirajtalu19300) 's Twitter Profile Photo

ৰাষ্ট্ৰীয় সেৱিকা সমিতি🙏🙏নাৰি শক্তি ৰাষ্ট্ৰ শক্তি🙏🙏

ডি,জি,পি মহোদয়,সকলোকে গ্ৰেপ্তাৰ কৰি ৰাতি ফুৰাব লৈ গৈ কামটো কৰি দিয়ক সোনকালে!!

চিকিৎসালয়ত ICU নথকাৰ বাবে স্নাতক পঢ়ি থকা মৰম লগা ছোৱালী জনী মাত্ৰ ১৮ বছৰ বয়সতে বিসাক্ত সৰ্প দংশনত মৃত্যুক সাৱতি ললে!!বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলো🙏🙏

সকলোকে অখণ্ড ভাৰত সংকল্প দিৱসৰ শুভেচ্ছা জনালো🙏🙏জয় শ্ৰী ৰাম জয় মা ভাৰতী🙏🙏

সমূহ দেশবাসী তথা মোৰ বন্ধু,বান্ধবী সকলোলৈ ৭৭তম স্বাধীনতা দিৱসৰ শুভেচ্ছা যাচিলো!🙏🙏

সকলোকে শ্ৰাৱনী পূৰ্ণিমা তথা ৰাখী বন্ধনৰ শুভেচ্ছা যাচিছো!ভগৱানে সকলোকে কুশলে ৰাখক🙏🙏

সকলোকে অসমীয়াৰ বাপতি সাহোন কঙালী বিহুৰ হিয়া ভৰা ওলগ জনাইছো🙏🙏

সকলোকে ভোগালী বিহুৰ বহুত বহুত শুভকামনা যাচিছো🙏মেজিৰ জুইয়ে সকলো অপায় অমংগল নাশ কৰি সকলোৰে মংগল কৰক।

সকলো সনাতনী ভাই বন্ধুলৈ হনুমান জয়ন্তীৰ শুভকামনা জনাইছো! জয় শ্ৰীৰাম🙏

সকলো সনাতনী ভাই বন্ধুলৈ হনুমান জয়ন্তীৰ শুভকামনা জনাইছো!
জয় শ্ৰীৰাম🙏
Dhiraj Talukdar(Guwahaty,Assam) (@dhirajtalu19300) 's Twitter Profile Photo

মৃত ব্যক্তিক ৩দিন ধৰি ICU ত ৰাখিবলৈ নৱনীল বৰুৱাৰ কিন্তু হাত কোনো কাৰনত নকপে!নৱনীল বৰুৱাৰ আচল পেটৰ কামুৰটো হ'ল ৰাজ্যত এতিয়া চৰকাৰী চিকিৎসালয় বোৰত ভাল ভাল চিকিৎসা সেৱা,অভিজ্ঞ চিকিৎসক,বিনামূলীয়া পৰীক্ষা,বিনামূলীয়া দৰব।বৰুৱাৰ ব্যৱসায় মন্দা।

হিন্দু সাম্ৰাজ্য দিৱসৰ শুভকামনা যাছিছো সকলোকে!#জয় হিন্দু জয় হিন্দুত্ব

বোপাইহত এনেই ইমান হাল্লা নকৰিবাছোন!খেলখন ইমান সহজ নহয়।

সংঘ শক্তি যুগে যুগে...ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ পথ সঞ্চলন।২৯/১২/২০২৪ইং ৫১২৬ যুগাব্দ🙏