Asom Live 24 (@asomlive24) 's Twitter Profile
Asom Live 24

@asomlive24

ID: 1260102539980107776

linkhttp://asomlive24.com calendar_today12-05-2020 07:01:41

15,15K Tweet

211 Takipçi

70 Takip Edilen

Asom Live 24 (@asomlive24) 's Twitter Profile Photo

আজি ৰাজ্যপালক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল কৰিব হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলযোগে সদৰী কৰে এই কথা। #asomlive24 #axomlive24digital

Asom Live 24 (@asomlive24) 's Twitter Profile Photo

'ৰাহুল গান্ধীক মানসিক চিকিৎসাৰ দৰকাৰ। ৰাহুল গান্ধীৰ মতে কেৰালাত কংগ্ৰেছ জিকিল কাৰণে সেইখন ৰাজ্য ভাল আৰু পশ্চিমবংগ-অসমত বিজেপি জিকিল বাবে বেয়া।' -হিমন্ত বিশ্ব শৰ্মা #asomlive24 #axomlive24digital

Asom Live 24 (@asomlive24) 's Twitter Profile Photo

'সনাতনী হিন্দু ৰাইজে বিজেপিক হিয়া উজাৰি ভোট দিছে। মিঞা মুছলমানে কংগ্ৰেছক হিয়া উজাৰি ভোট দিলে। এইবাৰৰ যুঁজখন সভ্যতাৰ যুঁজ আছিল আৰু হিন্দু সভ্যতাৰ জয় হ'ল।' নিৰ্বাচনত জয়ী হৈ অশোক সিংহলৰ মন্তব্য। #asomlive24 #axomlive24digital

Asom Live 24 (@asomlive24) 's Twitter Profile Photo

'ময়ো নলবেইৰা হয়, ছাৰো নলবেইৰা। মই ছাৰৰ লগত এখন চেল্ফী উঠিম।' হিমন্ত বিশ্বক ওচৰতে পাই আনন্দত আত্মহাৰা হৈ পৰিল অনুৰাগী। #asomlive24 #axomlive24digital

Asom Live 24 (@asomlive24) 's Twitter Profile Photo

'জুবিনৰ অনুৰাগীৰ ভোটেৰে কংগ্ৰেছে নিৰ্বাচনত জয়ী হ'ম বুলি ভাবিছিল। কিন্তু জুবিন গাৰ্গৰ অনুৰাগীয়েও কংগ্ৰেছক ভোট দিয়া নাই। ৰাজনৈতিক দলে নিৰ্বাচনী ইস্তাহাৰত কেতিয়াও জুবিন গাৰ্গ, ভূপেন হাজৰিকাৰ কথা টানি আনিব নালাগিছিল। কংগ্ৰেছ দলত কোনো দিহাপৰামৰ্শ দিয়া নেতা নথকা বাবে এনেকুৱা হৈছে'

Asom Live 24 (@asomlive24) 's Twitter Profile Photo

৬ মে'ত ৰাজ্যপালক নিৰ্বাচিত প্ৰাৰ্থীৰ নাম দাখিল কৰিব মুখ্য নিৰ্বাচনী বিষয়াই #asomlive24 #axomlive24digital

৬ মে'ত ৰাজ্যপালক নিৰ্বাচিত প্ৰাৰ্থীৰ নাম দাখিল কৰিব মুখ্য নিৰ্বাচনী বিষয়াই
#asomlive24 #axomlive24digital
Asom Live 24 (@asomlive24) 's Twitter Profile Photo

'অনাগত ৫বছৰ হ'ব উদ্ধোধনৰ ৫বছৰ। এতিয়া ৰাইজে আমাৰ সকলো কাম সফল হোৱা দেখিব'- হিমন্ত বিশ্ব শৰ্মা। #asomlive24 #axomlive24digital

Asom Live 24 (@asomlive24) 's Twitter Profile Photo

'শব্দত বহুত জোৰ আছে।' ৩ গগৈয়ে কেনেকৈ বিপদত পেলালে কংগ্ৰেছক? ক'লে মুখ্যমন্ত্ৰীয়ে। #asomlive24 #axomlive24digital

Asom Live 24 (@asomlive24) 's Twitter Profile Photo

'পৱন খেড়াৰ সৈতে সংবাদমেলত বহাটোৱেই প্ৰথম ভুল আছিল গৌৰৱ গগৈৰ। নহ'লে ইমান ভোটত নাহাৰিলহেঁতেন।' গৌৰৱ গগৈৰ পৰাজয়ৰ মূল কাৰণ ক'লে মুখ্যমন্ত্ৰীয়ে। #asomlive24 #axomlive24digital

Asom Live 24 (@asomlive24) 's Twitter Profile Photo

মন্দিয়াত বিজয়ৰ পাছতে সমৰ্থকে দিয়া গামোচাৰে ভৰি পৰিল শ্বেৰামান আলীৰ ডিঙি। #asomlive24 #axomlive24digital

Asom Live 24 (@asomlive24) 's Twitter Profile Photo

পশ্চিমবংগত মাত্ৰ ২ খন আসনত জয় কংগ্ৰেছৰ #asomlive24 #axomlive24digital

পশ্চিমবংগত মাত্ৰ ২ খন আসনত জয় কংগ্ৰেছৰ
#asomlive24 #axomlive24digital
Asom Live 24 (@asomlive24) 's Twitter Profile Photo

জয়লাভ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ধন্যবাদ জনালে ডিমৰীয়া সমষ্টিৰ নৱ নিৰ্বাচিত প্ৰাৰ্থী তপন দাসে। #asomlive24 #axomlive24digital

জয়লাভ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ধন্যবাদ জনালে ডিমৰীয়া সমষ্টিৰ নৱ নিৰ্বাচিত প্ৰাৰ্থী তপন দাসে।
#asomlive24 #axomlive24digital
Asom Live 24 (@asomlive24) 's Twitter Profile Photo

২০ বছৰে আনৰ ঘৰে ঘৰে বাচন ধুই নিজৰ জীৱিকাৰ খৰচ উলিওৱা কবিতা মাঝি বহিব বিধায়কৰ চকীত। পশ্চিমবংগৰ নিৰ্বাচনত বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা কবিতা মাঝি আজি হৈ পৰিছে গণতন্ত্ৰৰ শক্তিৰ এক বিশেষ উদাহৰণ। #asomlive24 #axomlive24digital

Asom Live 24 (@asomlive24) 's Twitter Profile Photo

বাংলাদেশীক ধৰি উঠাই নিবলৈ হুংকাৰ এগৰাকী সংখ্যালঘু যুৱকৰ। হিমন্ত বিশ্ব শৰ্মালৈও বিশেষ আহ্বান যুৱকজনৰ। #asomlive24 #axomlive24digital

Asom Live 24 (@asomlive24) 's Twitter Profile Photo

DC, SPক ধমক দি হুকহুকাই কান্দিলে মাজুলীৰ বিধায়ক ভূৱন গামে। #asomlive24 #axomlive24digital

Asom Live 24 (@asomlive24) 's Twitter Profile Photo

বিজয়ৰ পাছতে সমৰ্থকৰ সৈতে বাদ্যযন্ত্ৰী বজাই আনন্দ- উল্লাস ৰূপক শৰ্মাৰ। #asomlive24 #axomlive24digital

Asom Live 24 (@asomlive24) 's Twitter Profile Photo

জুবিন গাৰ্গৰ সৈতে থকা পূৰ্বৰ বিশেষ ভিডিঅ'শ্বেয়াৰ কৰিলে ৰূপক শৰ্মাই। নগাঁও-বটদ্ৰৱাৰ পৰা পুনৰবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ অতীত ৰোমন্থন শৰ্মাৰ। #asomlive24 #axomlive24digital

Asom Live 24 (@asomlive24) 's Twitter Profile Photo

বংগ বিজয়ৰ বাবে প্ৰধানমন্ত্ৰী মোদীক শুভেচ্ছা ড'নাল্ড ট্ৰাম্পৰ। #asomlive24 #axomlive24digital

বংগ বিজয়ৰ বাবে প্ৰধানমন্ত্ৰী মোদীক শুভেচ্ছা ড'নাল্ড ট্ৰাম্পৰ।
#asomlive24
#axomlive24digital
Asom Live 24 (@asomlive24) 's Twitter Profile Photo

মহাবিজয়ৰ পিছতে অগপৰ প্ৰশংসাত পঞ্চমুখ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া

মহাবিজয়ৰ পিছতে অগপৰ প্ৰশংসাত পঞ্চমুখ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া
Asom Live 24 (@asomlive24) 's Twitter Profile Photo

আজি দিনৰ ১১.৩০ বজাত পদত্যাগ পত্ৰ দাখিল কৰিব হিমন্ত বিশ্ব শৰ্মাই। #asomlive24 #axomlive24digital

আজি দিনৰ ১১.৩০ বজাত পদত্যাগ পত্ৰ দাখিল কৰিব হিমন্ত বিশ্ব শৰ্মাই।
#asomlive24
#axomlive24digital