Aminul Islam (@aminkhandhing) 's Twitter Profile
Aminul Islam

@aminkhandhing

Member of Assam Legislative Assembly

ID: 764361872

calendar_today17-08-2012 20:09:20

4,4K Tweet

2,2K Takipçi

1,1K Takip Edilen

Aminul Islam (@aminkhandhing) 's Twitter Profile Photo

১ মাহৰ বাবে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিবলৈ ভাৰতক অনুমতি দিছে আমেৰিকাই। কিন্তু মোদী চৰকাৰৰ দিনত ভাৰতে সাৰ্বভৌমত্ব আৰু অৰ্থনৈতিক স্বাধীনতা হেৰুৱাই পেলাইছে আৰু সকলো আমেৰিকাৰ অনুমতি সাপেক্ষে কৰিবলগীয়া হৈছে আজি। ভাৰতক বিশ্বগুৰুৰ আসনত বহুৱাৰ কথা কৈ এতিয়া আমেৰিকাৰ গোলাম বনাইহে এৰিলে।