profile-img
AIR News Guwahati

@airnews_ghy

Official account of Regional News Unit Guwahati, Akashvani News.
Winner of ECI's National Media Award in 2022 & Jal Shakti Ministry's National Water Award,2023

calendar_today06-12-2016 11:31:25

83,1K Tweets

37,2K Followers

110 Following

AIR News Guwahati(@airnews_ghy) 's Twitter Profile Photo

ডিব্ৰুগড় লোকসভা সমষ্টিৰ এন ডি এ সমৰ্থিত বিজেপিৰ প্ৰাৰ্থী Sarbananda Sonowal (Modi Ka Parivar) এ আজি মাকুম বিধানসভা সমষ্টিৰ বাৰেকুৰী, ৰঙাগড়া, পানীতোলা আদি অঞ্চলৰ লগতে ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিগবৈ বৰবিলত এক সমদলত অংশ গ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলাব।
: Manoranjan

ডিব্ৰুগড় লোকসভা সমষ্টিৰ এন ডি এ সমৰ্থিত বিজেপিৰ প্ৰাৰ্থী @sarbanandsonwal এ আজি মাকুম বিধানসভা সমষ্টিৰ বাৰেকুৰী, ৰঙাগড়া, পানীতোলা আদি অঞ্চলৰ লগতে ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিগবৈ বৰবিলত এক সমদলত অংশ গ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলাব। #AkashvaniReport: Manoranjan
account_circle