
AIR News Guwahati
@airnews_ghy
Official account of Regional News Unit Guwahati, Akashvani News.
Winner of ECI's National Media Award in 2022 & Jal Shakti Ministry's National Water Award,2023
ID: 806098717015089152
https://www.newsonair.gov.in/as/ 06-12-2016 11:31:25
103,103K Tweet
38,38K Takipçi
126 Takip Edilen








#August মাহত #NorthGuwahati-ৰ ৰাইজে লাভ কৰিব জাইকা পানী যোগান আঁচনিৰ পানী। IIT Guwahati অভিযন্তাৰ #REPORT-ৰ পিছতে ৰাইজে লাভ কৰিব জাইকা পানী। নিৰ্মীয়মান পানী যোগান প্ৰকল্পত আজি উপস্থিত হয় মন্ত্ৰী Jayanta Mallabaruah। #AkashvaniReport: Kaushik


#Bajali-ৰ শুকমানাহত ভূমি বিবাদৰ ভয়ংকৰ পৰিণতি। চলন্ত মটৰ চাইকেলৰ ওপৰতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হ*ত্যা কৰিলে মীৰ বাহাৰউদ্দিন নামৰ এজন ব্যক্তিক। পুৱা ৫ বজাত সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড। #Murder #CrimeNews Bajali Police #AkashvaniReport: Kalyan




