Bhaskar Sharma (@_bhaskarsharma1) 's Twitter Profile
Bhaskar Sharma

@_bhaskarsharma1

Member of the Legislative Assembly,

Margherita Constituency | Assam

ID: 1334387580301836291

calendar_today03-12-2020 06:43:16

16,16K Tweet

10,10K Followers

106 Following

Bhaskar Sharma (@_bhaskarsharma1) 's Twitter Profile Photo

In 2023-24, Assam is running 23 dedicated schemes for women and child development — with a budget of ₹2,570+ crore. These don’t even include Orunodoi or Ration Card schemes. A step towards care, dignity, and inclusion. #PeopleFirst

Bhaskar Sharma (@_bhaskarsharma1) 's Twitter Profile Photo

Making Guwahati safer, step by step. A network of 2,000 CCTV cameras, PA systems, and emergency call boxes is being set up across the city. This Intelligent Surveillance System will help in better monitoring, quicker response, and safer streets for all. #Guwahati #SmartSafety

Bhaskar Sharma (@_bhaskarsharma1) 's Twitter Profile Photo

শূণ্যৰ পৰা আৰম্ভ কৰা এটা বিষয়ে যেতিয়া প্ৰাপ্তি লাভ কৰে তেতিয়া হয়টো এনে লাগে… কিছুদিন পূৰ্বে নিৰলসভাৱে চলি থকা পথটোৰ পৰিপূৰ্ণ ৰূপটো দেখিলে ভাল লাগে।

Bhaskar Sharma (@_bhaskarsharma1) 's Twitter Profile Photo

ৰোগ প্ৰতিৰোধ আৰু স্বাস্থ্যসন্মত জীৱন যাপনৰ ভেটি হৈছে যোগ…

ৰোগ প্ৰতিৰোধ আৰু স্বাস্থ্যসন্মত জীৱন যাপনৰ ভেটি হৈছে যোগ…
Bhaskar Sharma (@_bhaskarsharma1) 's Twitter Profile Photo

মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত কুমচাই গাঁ‌ও পঞ্চায়তৰ নৱনিৰ্বাচিত সভানেত্ৰী শ্ৰীমতী কৃতিষা চাংৱাল আৰু উপ-সভানেত্ৰী শ্ৰীমতী সোণমনি সোণোৱালক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ । মই আশা ৰাখিছোঁ আপোনালোকৰ নেতৃত্বত গঠন হোৱা নতুন সমিতি খন আগন্তুক দিন ৰাইজৰ হিত সাধনৰ অৰ্থে

মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত কুমচাই গাঁ‌ও পঞ্চায়তৰ নৱনিৰ্বাচিত সভানেত্ৰী শ্ৰীমতী কৃতিষা চাংৱাল আৰু উপ-সভানেত্ৰী শ্ৰীমতী সোণমনি সোণোৱালক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ ।

মই আশা ৰাখিছোঁ আপোনালোকৰ নেতৃত্বত গঠন হোৱা নতুন সমিতি খন আগন্তুক দিন ৰাইজৰ হিত সাধনৰ অৰ্থে
Bhaskar Sharma (@_bhaskarsharma1) 's Twitter Profile Photo

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত তেতিয়াৰ ভাৰতবৰ্ষ আৰু এতিয়াৰ ভাৰতবৰ্ষৰ মাজত পাৰ্থক্য আছে। অৰ্থনৈতিকভাৱে আগবঢ়া ভাৰতবৰ্ষৰ নিদৰ্শন চাওক-

Bhaskar Sharma (@_bhaskarsharma1) 's Twitter Profile Photo

মহানগৰবাসীক সকাহ প্ৰদানৰ উদ্দেশ্যে কালি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শুভ উদ্বোধন কৰিলে "ভগদত্ত উৰণ সেঁতু ২" ৰ। অত্যাধুনিক প্ৰযুক্তিৰে অতি কম সময়তে নিৰ্মাণ কৰি উলিওৱা এই সেঁতুখনে মহানগৰবাসীক যথেষ্ট উপকৃত কৰিব। Himanta Biswa Sarma MyGov Assam

Bhaskar Sharma (@_bhaskarsharma1) 's Twitter Profile Photo

India walks the path of self-reliance with the world in mind. From local hands to global needs — Atmanirbhar Bharat is shaping a future where India’s growth supports many beyond its borders. 🇮🇳🤝 #AtmanirbharBharat

Bhaskar Sharma (@_bhaskarsharma1) 's Twitter Profile Photo

Every month, Orunodoi brings relief to over 13.89 lakh women in Assam. Now 63,347 more families will feel that support. A quiet change is happening — from the ground up. #Orunodoi

Bhaskar Sharma (@_bhaskarsharma1) 's Twitter Profile Photo

Through Assam Cancer Care Foundation, a strong system of cancer hospitals is being built across the state. 9 centres are already serving patients, and 8 more are coming up. With HCM Dr Himanta Biswa Sarma dangoriya’s guidance, we aim to ensure early detection and affordable cancer care for all.

Bhaskar Sharma (@_bhaskarsharma1) 's Twitter Profile Photo

"জল জীৱন মিছন"- নাৰীসকলক সকাহ প্ৰদান কৰাৰ এক সুন্দৰ প্ৰক্ৰিয়া… দূৰ দূৰণিলৈ গৈ নহয়, এতিয়া ঘৰৰ সমুখতে পাইছে খোৱাপানীৰ সুবিধা…

Bhaskar Sharma (@_bhaskarsharma1) 's Twitter Profile Photo

অসমীয়া ভাষা-সাহিত্যৰ কাণ্ডাৰী চন্দ্ৰ প্ৰসাদ শইকীয়া দেৱৰ আজি জন্মদিৱসত গভীৰ শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰিছোঁ। তেখেতৰ সৃষ্টিৰাজিৰ দীপ্তিয়ে অসমৰ জাতীয় জীৱনক চিৰদিন আলোকিত কৰি ৰাখিব ৷

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত, তিনিচুকীয়া জিলা প্ৰশাসনৰ সহযোগত তথা লিডু কেন্দ্ৰীয় নামঘৰ পৰিচালনা সমিতি আৰু লিডু মহাবিদ্যালয় মহিলা কোষৰ সৌজন্যত লিডু কেন্দ্ৰীয় নামঘৰত কালিৰে পৰা আৰম্ভ হৈছে ১৫ দিনীয়া গ্ৰীষ্মকালীন সত্ৰীয়া নৃত্যৰ কৰ্মশালা। তিনি কুৰিৰো অধিক

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত, তিনিচুকীয়া জিলা প্ৰশাসনৰ সহযোগত তথা লিডু কেন্দ্ৰীয় নামঘৰ পৰিচালনা সমিতি আৰু লিডু মহাবিদ্যালয় মহিলা কোষৰ সৌজন্যত লিডু কেন্দ্ৰীয় নামঘৰত কালিৰে পৰা আৰম্ভ হৈছে ১৫ দিনীয়া গ্ৰীষ্মকালীন সত্ৰীয়া নৃত্যৰ কৰ্মশালা।

তিনি কুৰিৰো অধিক
Bhaskar Sharma (@_bhaskarsharma1) 's Twitter Profile Photo

Fish farming in Majuli is not just a livelihood now—it’s a mission. With right support, our youth are showing that Assam can feed itself. Local hands, local water, local strength.

Bhaskar Sharma (@_bhaskarsharma1) 's Twitter Profile Photo

BRICS Summit 2025... মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ বাবে উক্ত সন্মিলনত ভাৰত জিলিকিছে বিশ্বৰ প্ৰতিটো প্ৰান্তত।

Bhaskar Sharma (@_bhaskarsharma1) 's Twitter Profile Photo

কণমানিসকলৰ এই কণ কণ ধেমালিতেই আছে জীৱনৰ প্ৰশান্তি…

Bhaskar Sharma (@_bhaskarsharma1) 's Twitter Profile Photo

ভাৰতৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিষ্ঠা দিৱস তথা ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱস উপলক্ষে কাৰ্যকৰ্তাসকলক আন্তৰিক শুভেচ্ছা জনাইছোঁ । ৰাষ্ট্ৰ আৰু শিক্ষাৰ্থীসকলৰ বিকাশৰ হকে সেৱা আগবঢ়াই অহা ছাত্ৰ সংগঠনটোৰ উত্তৰোত্তৰ কামনা কৰিছোঁ।

ভ্ৰাম্যমাণ থিয়েটাৰৰ দৰে অমূল্য সম্পদ অসমক উপহাৰ দিয়া অচ্যুত লহকৰ দেৱৰ আজি জন্মদিৱসত গভীৰ শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰিছোঁ৷ অসমৰ জাতীয় জীৱনক মহীয়ান কৰা লহকৰ দেৱ অসমবাসীৰ মনত চিৰস্মৰণীয় হৈ থাকিব ৷

ভ্ৰাম্যমাণ থিয়েটাৰৰ দৰে অমূল্য সম্পদ অসমক উপহাৰ দিয়া অচ্যুত লহকৰ দেৱৰ আজি জন্মদিৱসত গভীৰ শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰিছোঁ৷ অসমৰ জাতীয় জীৱনক মহীয়ান কৰা লহকৰ দেৱ অসমবাসীৰ মনত চিৰস্মৰণীয় হৈ থাকিব ৷