Subrat Talukdar (@subrattalukdar3) 's Twitter Profile
Subrat Talukdar

@subrattalukdar3

Social Rights Movement Activist
( Environmentalism without Class Struggle is just Gardening)

ID: 1489271938463649796

calendar_today03-02-2022 16:18:15

592 Tweet

272 Followers

106 Following

Subrat Talukdar (@subrattalukdar3) 's Twitter Profile Photo

তথাকথিত উন্নয়নৰ নমুনাৰে 'চেটেলাইট টাউন'ৰ নামত হিমন্ত বিশ্ব শৰ্মাই পলাশবাৰী সমষ্টিৰ বৰদুৱাৰ বাগানৰ ২১০০ ৰো অধিক ৰাভা, গাৰো, আদিবাসী, বড়ো পৰিয়ালক নিজৰ যুগ যুগ ধৰি বসবাস কৰি অহা ভেটি - মাটিৰ পৰা বিতাড়িত কৰিব খুজিছে। ইয়াৰ প্ৰতিবাদত বৃহৎ গণ সমাৱেশ -

দিনৰ প্ৰায় ১১ বজাত দেখিলো যে হাতত টিয়েৰ গেছ লৈ অস্ত্রৰে সষ্টম পুলিচ বাহিনী দীঘলীপুখুৰীৰ পাৰে পাৰে ঘূৰি ফুৰিছে। স্থানীয় ৰাইজে কেৱল গছকেইজোপা ৰক্ষা হোৱাটো বিচাৰিছে। কেৱল সেই কথাটোতেই প্রশাসন ইমান জপিয়াই কিয় পৰিছে?

Subrat Talukdar (@subrattalukdar3) 's Twitter Profile Photo

এইবাৰ বিশ্ব পৰিৱেশ দিৱসৰ আহ্বান : বিশ্ব পৰিৱেশ দিৱসৰ আহ্বান : •• দক্ষিণ কামৰূপৰ দৰাবিল ৰক্ষা কৰক •• দৰাবিলৰ গো-চৰণীয়া পথাৰৰ ১৫০ বিঘা মাটি সংৰক্ষণমুক্ত কৰিবলৈ বিচৰা সিদ্ধান্ত বাতিল কৰক

এইবাৰ বিশ্ব পৰিৱেশ দিৱসৰ আহ্বান :
বিশ্ব পৰিৱেশ দিৱসৰ আহ্বান :

•• দক্ষিণ কামৰূপৰ দৰাবিল ৰক্ষা কৰক

 •• দৰাবিলৰ  গো-চৰণীয়া পথাৰৰ ১৫০ বিঘা মাটি সংৰক্ষণমুক্ত কৰিবলৈ বিচৰা সিদ্ধান্ত বাতিল কৰক
Subrat Talukdar (@subrattalukdar3) 's Twitter Profile Photo

তথাকথিত ৰাজনৈতিক নেৰেটিভবোৰ ব্যাপক আন্দোলনৰ জৰিয়তেহে সলনি হব আৰু এই বিশাল দায়িত্ব যুৱ সমাজেই লব লাগিব..

Subrat Talukdar (@subrattalukdar3) 's Twitter Profile Photo

হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জাতিক ইমান অপমান কৰাৰ সাহস কত পালে? বিজেপি অবিহনে অসমীয়া জাতি ইমান দুৰ্বল বুলি তেওঁ কেনেকৈ ভাবিব পাৰিলে? তেওঁৰ ৰাজনীতিৰ পৰা বৰদোৱা সত্ৰখনো বাচি নগল। ধিক্কাৰ!!

আন্দোলন আছে কাৰণেহে অসমৰ জাতি - মাটি - ভেটি এতিয়াও বৃহৎ বণিয়াৰ সম্পূর্ণ কবলত গুচি যোৱা নাই!

Subrat Talukdar (@subrattalukdar3) 's Twitter Profile Photo

UN Security Council ৰ নতুন সভাপতিৰ দায়িত্ব পাকিস্তানলৈ। বিশ্বগুৰুৰ নামত এতিয়া বেৰত মূৰটো খুন্দিয়াই দিয়াহে কথা!!

এডৰা কঠিয়াতলীত অসমীয়া মানুহৰ সৰ্বস্তৰৰ আবেগ জড়িত হৈ থাকে। এই বৰঘৰটোৱে বিজেপিয়ে এতিয়া ধ্বংস কৰিলে!!

Subrat Talukdar (@subrattalukdar3) 's Twitter Profile Photo

তাপ বিদ্যুৎ প্রকল্প ভয়াবহ প্রদূষনৰ কাৰণ।মুছলিমক উচ্ছেদ কৰিলে, কিন্তু ওচৰে পাজৰে থকা হিন্দুখিনিও তাৰ পৰা বিতাড়িত হবলৈ বাধ্য।

Subrat Talukdar (@subrattalukdar3) 's Twitter Profile Photo

উমৰাংছুৰ কাৰ্বি ভাই চন্দ্র ইংহিক সোধক, কিদৰে আদানীয়ে ৯০০০ বিঘা মাটিত চিমেন্ট ফেক্টৰী কৰি ৯ খন গাঁওৰ ৪০০০ কাৰ্বি মানুহক খেদিব লৈছে।

Subrat Talukdar (@subrattalukdar3) 's Twitter Profile Photo

হাতীৰ দেখুওৱা দাত এটা, ভিতৰত থকা দাত এটা। যোৱা কেইদিনমানত অসমত প্ৰায় ৫৫০০০ বিঘা মাটি পুঁজিপতিক দিয়াৰ পৰিকল্পনা হৈছে। ইয়াৰে মাত্র ৬০০০ বিঘাতহে সংখ্যালঘু মানুহ আছে। বাকী ৪৯০০০ বিঘা মাটি জনজাতীয় পাৰম্পৰিক খেতিৰ ভূমি। চকু মেলক আৰু ভাবক!!

Subrat Talukdar (@subrattalukdar3) 's Twitter Profile Photo

কালি ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতিৰ হৈ লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ সম্মুখত কিছু বক্তব্য দাঙি ধৰো। মূলত: বৃহৎ পুঁজিৰ স্বাৰ্থত অসমৰ মাটিৰ ব্যাপক অধিগ্রহণৰ বিষয়টো তথ্য সহকাৰে দাঙি ধৰো।

জালুকবাৰী সমষ্টিত ৰেল বিভাগে 'অবৈধ বেদখল' উচ্ছেদ কৰিবলৈ সাজু হ'লেই অসম চৰকাৰে কিয় প্ৰতিবাৰে ৰেলবিভাগক অসহযোগিতা কৰে?

Subrat Talukdar (@subrattalukdar3) 's Twitter Profile Photo

ৰাজ্যৰ ৰাজকোষ উদং। এতিয়া আবেগৰ নাটক সৃষ্টি কৰি বন্দুক দিয়াৰ নামত কেইকোটিমান টানিব বিচাৰিছে। হাতে হাতে বন্দুক, গাৱে গাৱে মদৰ দোকান। খাই লৈ ফুৰ্তি কৰাহে কথা!!

Subrat Talukdar (@subrattalukdar3) 's Twitter Profile Photo

ৰংপি, ৰাভা, বড়ো, হুছেইনৰ পিছত এইবাৰ শৰ্মা, ঠাকুৰীয়ালৈ মাটি অধিগ্রহণৰ জাননী। স্থান : কামৰূপ। কাৰণ : আদানী।

ৰংপি, ৰাভা, বড়ো, হুছেইনৰ পিছত এইবাৰ শৰ্মা, ঠাকুৰীয়ালৈ মাটি অধিগ্রহণৰ জাননী। 

স্থান : কামৰূপ। 

কাৰণ : আদানী।
Subrat Talukdar (@subrattalukdar3) 's Twitter Profile Photo

ৰাজ্যৰ ১৩ খন মেডিকেল কলেজত খালী ৮১৭ অধ্যাপক -চিকিৎসকৰ পদ। আজিকালি বহুত অসমীয়া মানুহ চিকিৎসাৰ অভাবতেই মৰি শেষ হয়।