Ran jyoti Nath (@riyanran) 's Twitter Profile
Ran jyoti Nath

@riyanran

🥀No matter how beautiful the mirror is,🎭 if it breaks,🌼 its chicken will cut off its hand.🫰

ID: 1331566349412253697

linkhttps://youtube.com/c/TheIndianTraveler01 calendar_today25-11-2020 11:52:50

170 Tweet

45 Takipçi

66 Takip Edilen

Ran jyoti Nath (@riyanran) 's Twitter Profile Photo

Twitterত আমাৰ নতুন সংযোজন আশাকৰোঁ আপোনালোকে সহায় সহযোগ আগবঢ়াব। যিমান পাৰোঁ আপোনাকক সকলোধৰণৰ চৰকাৰী চাকৰি আৰু ব্যক্তিগত খণ্ডৰ চাকৰিৰ লগতে সাধাৰণ জ্ঞান আৰু বিভিন্ন ধৰণৰ প্ৰশ্ন উত্তৰ শিতানেৰে উপকৃত হোৱাত সহায় কৰিম so page2 follow কৰি ৰাখিব। ধন্যবাদ।🙏x.com/DainikAssam03?…

Twitterত আমাৰ নতুন সংযোজন আশাকৰোঁ আপোনালোকে সহায় সহযোগ আগবঢ়াব। যিমান পাৰোঁ আপোনাকক সকলোধৰণৰ চৰকাৰী চাকৰি আৰু ব্যক্তিগত খণ্ডৰ চাকৰিৰ লগতে সাধাৰণ জ্ঞান আৰু বিভিন্ন ধৰণৰ প্ৰশ্ন উত্তৰ শিতানেৰে উপকৃত হোৱাত সহায় কৰিম so page2 follow কৰি ৰাখিব।
ধন্যবাদ।🙏x.com/DainikAssam03?…
Ran jyoti Nath (@riyanran) 's Twitter Profile Photo

চকুত চকু থৈ প্ৰেম নকৰিব eye flu হোৱাৰ সম্ভাৱনা আছে। ধন্যবাদ😌♥️

Ran jyoti Nath (@riyanran) 's Twitter Profile Photo

যিসকল শ্বহীদৰ ত্যাগৰ ফলত আজি আমি স্বাধীন ভাৰতৰ নাগৰিক হিচাপে পৰিচিত সেই মহান বীৰ শ্বহীদসকলক সশ্ৰদ্ধ সোঁৱৰণ জনাই সকলোলৈকে ৭৭তম স্বাধীনতা দিৱসৰ আন্তৰিক শুভকামনা জনালোঁ 🎊❤️ জয় হিন্দ 🇮🇳❤️ বন্দে মাতৰম্ 🇮🇳❤️ ভাৰত মাতা কি জয় 🇮🇳❤️🙏🏻

যিসকল শ্বহীদৰ ত্যাগৰ ফলত আজি আমি স্বাধীন ভাৰতৰ নাগৰিক হিচাপে পৰিচিত সেই মহান বীৰ শ্বহীদসকলক সশ্ৰদ্ধ সোঁৱৰণ জনাই সকলোলৈকে ৭৭তম স্বাধীনতা দিৱসৰ আন্তৰিক শুভকামনা জনালোঁ 🎊❤️

জয় হিন্দ 🇮🇳❤️
বন্দে মাতৰম্ 🇮🇳❤️
ভাৰত মাতা কি জয় 🇮🇳❤️🙏🏻
Ran jyoti Nath (@riyanran) 's Twitter Profile Photo

🥀 প্ৰতিটো আঘাতেই মানুহক সলনি কৰে , প্ৰতিটো আঘাতেই মানুহক শক্তিশালী কৰে , প্ৰতিটো আঘাতেই মানুহক এটা অভিজ্ঞতা দিয়ে , প্ৰতিটো আঘাতেই মানুহক এটা নতুন শিক্ষা দিয়ে , সেয়েহে প্ৰতিজন মানুহে এবাৰ হ'লেও জীৱনত আঘাত পাব লাগে তেতিয়াহে আগুৱাই যাব পাৰি .✨

Ran jyoti Nath (@riyanran) 's Twitter Profile Photo

কাতি মাহত কৃষকৰ পথাৰে মিচিকিয়াই হাঁহে এনে হাঁহি দেখিয়ে প্ৰণিপাত জনাই পথাৰত বন্তি গজ দিয়ে ।। সকলোলৈকে কাতি (কঙালী ) বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো ।

কাতি মাহত কৃষকৰ পথাৰে 
 মিচিকিয়াই হাঁহে
 এনে হাঁহি দেখিয়ে প্ৰণিপাত জনাই 
 পথাৰত বন্তি গজ দিয়ে ।।

সকলোলৈকে কাতি (কঙালী ) বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো ।
Motivational Panktiyaan (@mpanktiya) 's Twitter Profile Photo

सफलता के 10 मंत्र जीवन में सफलता के पीछे हर कोई भागता है, मगर सफलता उसी शख्स के पीछे दौड़ती है, जो खुद पर अटूट विश्वास और हर तूफान से भिड़ जाने का दम रखता है। कामयाबी उन लोगों की गुलाम होती है, जो खुद से ज्यादा अपने काम को महत्व देते हैं।

सफलता के 10 मंत्र 

जीवन में सफलता के पीछे हर कोई भागता है, मगर सफलता उसी शख्स के पीछे दौड़ती है, जो खुद पर अटूट विश्वास और हर तूफान से भिड़ जाने का दम रखता है। कामयाबी उन लोगों की गुलाम होती है, जो खुद से ज्यादा अपने काम को महत्व देते हैं।
Ran jyoti Nath (@riyanran) 's Twitter Profile Photo

অসমীয়া পৰম্পৰা অনুসৰি আমাৰ গাই গৰুৱে পোৱালি দিলে প্ৰথম খিৰুৱা গাখীৰেৰে ফেহু তৈয়াৰ কৰে । আৰু ই খাবলৈ ও বৰ সোৱাদযুক্ত হয় 😘 যিবোৰ এতিয়া হেৰাই যাবলৈ ধৰিছে বহুতে হয়টো চিনি ও নাপাই , videoটি শেষলৈকে চাব...😍🌼🥰

Ran jyoti Nath (@riyanran) 's Twitter Profile Photo

আজি ঘোষণা কৰা অসম লোকসেৱা আয়োগৰ ২০২২ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলো পৰীক্ষাৰ্থীলৈ অভিনন্দন। আশা কৰোঁ আপোনালোকে একো একোজন সুদক্ষ বিষয়াৰূপে সততা আৰু নিষ্ঠা সহকাৰে কৰ্ম কৰি নৱ প্ৰজন্মৰ পথ প্ৰদৰ্শক হিচাপে প্ৰতিপন্ন হওক। #APSC

Ran jyoti Nath (@riyanran) 's Twitter Profile Photo

গৰুৱে ঘাঁহ খাই গাখীৰ দিয়ে আৰু সাপে গাখীৰ খাই বিষ দিয়ে! আচলতে পাৰ্থক্য খাদ্যৰ নহয় - পাৰ্থক্য জাত, স্বভাৱ আৰু চৰিত্ৰ!

Ran jyoti Nath (@riyanran) 's Twitter Profile Photo

মাননীয় মুখ্যমন্ত্ৰী মহোদয় UP আৰু LP স্কুলৰ বৃত্তি পৰীক্ষাৰ cheque book সমূহ জমা লোৱা আজি বহুদিনেই হ'ল কিন্তু ধনৰাশি এতিয়াও মুকলি কৰি দিয়া হোৱা নাই । গতিকে যিমান পাৰে সোনকালে উক্ত বিষয়টোৰ সমাধান কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। Himanta Biswa Sarma Ranoj Pegu