Rituparna Baruah (@rituparna39) 's Twitter Profile
Rituparna Baruah

@rituparna39

Chairman Of Assam Tourism Development Corporation

ID: 1502149880885944322

linkhttps://tourismcorporation.assam.gov.in/about-us/detail/key-officials-29 calendar_today11-03-2022 05:10:28

5,5K Tweet

266 Takipçi

11 Takip Edilen

Narendra Modi (@narendramodi) 's Twitter Profile Photo

লাচিত দিৱসৰ দিনা আমি সাহস, দেশপ্ৰেম আৰু প্ৰকৃত নেতৃত্বৰ প্ৰতীক লাচিত বৰফুকনক স্মৰণ কৰো। তেওঁৰ বীৰত্বই প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। অসমৰ অনন্য সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

Rituparna Baruah (@rituparna39) 's Twitter Profile Photo

অংগৰাগ পাপন মহন্তলৈ জন্মদিনৰ হিয়াভৰা শুভকামনা জনাইছোঁ… সদায় জিলিকি ৰোৱা, আগবাঢ়ি যোৱা… papon angaraag

অংগৰাগ পাপন মহন্তলৈ জন্মদিনৰ হিয়াভৰা শুভকামনা জনাইছোঁ…

সদায় জিলিকি ৰোৱা, আগবাঢ়ি যোৱা…

<a href="/paponmusic/">papon angaraag</a>
Rituparna Baruah (@rituparna39) 's Twitter Profile Photo

আজি অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচীত জুবিন গাৰ্গৰ হত্যা সন্দৰ্ভত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিয়া বিৰোধীৰ প্ৰশ্নৰ প্ৰতিউত্তৰ… Himanta Biswa Sarma BJP Assam Pradesh

Rituparna Baruah (@rituparna39) 's Twitter Profile Photo

অসমীয়াৰ পৰম্পৰাগত খাদ্য, যাৰ গুৰুত্ব অসমৰ জনজীৱনত যথেষ্ট… মাঘলৈ আৰু বেছি দিন নাই। #Assam

Rituparna Baruah (@rituparna39) 's Twitter Profile Photo

জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ 'সতী' উপাধিৰে বিভূষিত কৰা কৈৱৰ্ত সম্প্ৰদায়ৰ জয়ন্তী (সতী ৰাধিকা)-ৰ পৱিত্ৰ আদৰ্শ আৰু ত্যাগৰ সুবাস বিয়পাই গুৱাহাটী মহানগৰীত উজ্বলি আছে "সতী ৰাধিকা নদী উদ্যান"… #awesomeassam