Pranabjyoti Barman
@pranabjbarman
GM, Kamatapur Autonomous Council & State Executive Member, @BJP4Assam
ID: 1821254226317873152
07-08-2024 18:37:46
204 Tweet
30 Followers
62 Following
সকলোকে সুপ্ৰভাত জনাইছোঁ ৷ আগন্তুক নিৰ্বাচনৰ বাবে আমি সাজু। ৪১নং মানাহ বিধানসভা সমষ্টিৰ কাৰ্যসূচীৰ কিছু সুন্দৰ মূহুৰ্ত। Himanta Biswa Sarma Dilip Saikia 🇮🇳
সকলোকে সুপ্ৰভাত জনাইছোঁ ৷ আগন্তুক নিৰ্বাচনৰ বাবে আমি সাজু। ৪১নং মানাহ বিধানসভা সমষ্টিৰ কাৰ্যসূচীৰ কিছু সুন্দৰ মূহুৰ্ত। Himanta Biswa Sarma Dilip Saikia 🇮🇳
বিকাশৰ নতুন গতিৰে আগুৱাইছে অসম। ব্ৰহ্মপুত্ৰৰ ওপৰত গুৱাহাটীত নিৰ্মিত বহু আকাংক্ষিত কুমাৰ ভাস্কৰ বৰ্মা সেতুখনি৷ মহান কামৰূপ নৃপতি কুমাৰ ভাস্কৰ বৰ্মাৰ নামেৰ নামাংকিত সেতুখনিৰ কাইলৈ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শুভ উদ্বোধন কৰিব। Himanta Biswa Sarma
সকলোকে সুপ্ৰভাত জনাইছোঁ ৷ আগন্তুক নিৰ্বাচনৰ বাবে আমি সাজু। যোৱাকালি কাৰ্যসূচীৰ কিছু সুন্দৰ মূহুৰ্ত। Himanta Biswa Sarma
আগন্তুক নিৰ্বাচনৰ বাবে আমি সাজু। ৪১নং মানাহ বিধানসভা সমষ্টিৰ কাৰ্যসূচীৰ কিছু সুন্দৰ মূহুৰ্ত। Himanta Biswa Sarma Dilip Saikia 🇮🇳
সকলোকে সুপ্ৰভাত জনাইছোঁ ৷ আগন্তুক নিৰ্বাচনৰ বাবে আমি সাজু। ৪১নং মানাহ বিধানসভা সমষ্টিৰ কাৰ্যসূচীৰ কিছু সুন্দৰ মূহুৰ্ত। Himanta Biswa Sarma Dilip Saikia 🇮🇳
সকলোকে সুপ্ৰভাত জনাইছোঁ ৷ যোৱাকালি ৪১নং মানাহ বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি মথনগুৰি মণ্ডলৰ সভাপতি ভাতৃ প্ৰতীম ঘনশ্যাম বৰ্মন ডাঙৰীয়াৰ জিয়ৰী মনালিছা বৰ্মনৰ শুভ জন্মদিন পালন কাৰ্য্যসূচীত উপস্থিতিৰ সুন্দৰ মূহুৰ্ত। Himanta Biswa Sarma Dilip Saikia 🇮🇳
সকলোকে সুপ্ৰভাত জনাইছোঁ ৷ আগন্তুক নিৰ্বাচনৰ বাবে আমি সাজু। যোৱাকালি ৪১নং মানাহ বিধানসভা সমষ্টিৰ কাৰ্যসূচীৰ কিছু সুন্দৰ মূহুৰ্ত। Himanta Biswa Sarma Dilip Saikia 🇮🇳
সকলোকে সুপ্ৰভাত জনাইছোঁ ৷ আগন্তুক নিৰ্বাচনৰ বাবে আমি সাজু। যোৱাকালি ৪১নং মানাহ বিধানসভা সমষ্টিৰ কাৰ্যসূচীৰ কিছু সুন্দৰ মূহুৰ্ত। Himanta Biswa Sarma Dilip Saikia 🇮🇳
মৰমৰ মানুহখিনিয়ে আদৰৰ দুহাতেৰে আঁকোৱালি ৰাখি আগুৱাই নিয়ে.. মোৰ আপোনভূমি ৪১ নং মানাহ বিধানসভা সমষ্টিৰ কিছু মধুৰ ক্ষণ..সেইসকল ব্যক্তিৰ স’তে কিছু সময় হাঁহি ধেমালি ..আলোচনা যিসকল প্ৰতি ক্ষণত মোৰ সাহস🙏 Himanta Biswa Sarma Dilip Saikia 🇮🇳
আজি পবিত্ৰ ফাকুৱা আৰু দৌল উৎসৱ উপলক্ষে বৰপেটাত অসমৰ জনপ্ৰিয়,কৰ্মদক্ষ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৈতে....... Himanta Biswa Sarma
"নলবাৰী জন আশীৰ্বাদ যাত্ৰা" অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ ‘জন আশীৰ্বাদ যাত্ৰা’ত নলবাৰীত ৰাইজৰ পাৰভঙা উৎসাহ। Himanta Biswa Sarma Jayanta Mallabaruah
আকৌ এবাৰ বিজেপি চৰকাৰ... সমাগত বিধানসভা নিৰ্বাচন উপলক্ষে আজি অসমৰ জনপ্ৰিয় তথা কৰ্মদক্ষ কেবিনেট মন্ত্ৰী সন্মানীয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ সৈতে কেইবাটাও নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰো। Himanta Biswa Sarma Jayanta Mallabaruah
সকলোকে সুপ্ৰভাত জনাইছোঁ মানাহ বিধানসভা সমষ্টিৰ অন্তৰ্গত দক্ষিণ ডুমুৰুগুৰী সমাজৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত এদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে পালন কৰা কোচ ৰাজবংশী জাতীয় উৎসৱ "বিষুৱা" ত উপস্থিতিৰ কিছু সুন্দৰ মূহুৰ্ত। Himanta Biswa Sarma
অসমত এনডিএ-ৰ ঐতিহাসিক বিজয়ৰ বাবে আজি অসমৰ জনপ্ৰিয় তথা কৰ্মদক্ষ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাসগৃহত উপস্থিত হৈ তেখেতক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। Himanta Biswa Sarma