
Office of Jagadish Bhuyan
@officeofjb
Office of the General Secretary, @jatiyaparishad. Former Minister, Govt. of Assam. RTs & likes are neither my views nor endorsements.
ID: 1641420022563086337
http://www.jagadishbhuyan.in 30-03-2023 12:41:43
1,1K Tweet
1,1K Takipçi
45 Takip Edilen



"প্ৰথমে উচ্ছেদ কৰি কিছুমান ভোটাৰৰ ৰাজনৈতিক সমৰ্থন আদায়; তাৰ পিছতেই উচ্ছেদিতসকলক সাহায্য আৰু পুনৰসংস্থান দি উচ্ছেদিত সকলৰ সমৰ্থন আদায়। কি এক নিৰ্লজ্জ নাটক!" - Office of Jagadish Bhuyan If you are paying attention, this has been the modus oprandi from the very beginning.





"ৰাজনৈতিক ক্ষমতাৰে ২৫ বছৰ ৰাজ্যখনক লুণ্ঠন কৰি নিজৰ বাবে সম্পত্তিৰ পাহাৰ গঢ়া মানুহজনে ভাবে যে তেওঁ সকলো কাম জাতিৰ বাবে কৰি আছে,জাতিৰ কি যে দূৰ্ভাগ্য! জাতীয় ব্ৰহ্মচাৰী ?" - Office of Jagadish Bhuyan



Office of Jagadish Bhuyan Narendra Modi G Kishan Reddy Pema Khandu པདྨ་མཁའ་འགྲོ་། Thousands of crores that could build roads, schools, hospitals...siphoned off in plain sight. When will someone have the spine to stop this organised daylight loot? This racket has been highlighted and brought to the notice of everyone tagged here, time & again.




"এগৰাকী মহিলা অভিযন্তাৰ আত্মহননে লোক নিৰ্মাণ বিভাগকে ধৰি অসমৰ সকলো চৰকাৰী বিভাগৰ ভয়াৱহ দুৰ্নীতি আৰু কমিচনৰাজৰ সত্য উদঙাই দিলে ! মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিবনে ?" - Office of Jagadish Bhuyan

