Mrinal Saikia(@Mrinal_MLA) 's Twitter Profileg
Mrinal Saikia

@Mrinal_MLA

MLA, khumtai.Assam

ID:945506464843436033

linkhttp://www.khumtaitourism.com calendar_today26-12-2017 04:08:02

3,1K Tweets

15,8K Followers

72 Following

Mrinal Saikia(@Mrinal_MLA) 's Twitter Profile Photo

পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ...
খুমটাই সমষ্টিৰ ১৮ টাকৈ গাঁও পঞ্চায়তত ১৮ টাকৈ দলে ই-ৰিক্সা যোগে ১৯ তাৰিখে দলে বলে ওলাই আহি পদুম ফুলৰ চিনত ভোট দিবলৈ আহ্বান কৰি থকা হৈছে।
9am to 5pm
Election Canvassing in 18 GPs.
Vote For…..
Kamakhya Prasad Tasa
BJP
BJP Assam Pradesh

account_circle
Mrinal Saikia(@Mrinal_MLA) 's Twitter Profile Photo

:
I have great weaknesses for everything that is old and vintage . I always love and try to preserve them. I am proud owner of an and a . My mother loves them too.

#8pm : #vintage I have great weaknesses for everything that is old and vintage . I always love and try to preserve them. I am proud owner of an #Ambassador #Car and a #BullockCart . My mother loves them too. #Antique
account_circle
Mrinal Saikia(@Mrinal_MLA) 's Twitter Profile Photo

:-
Bihu and Bihu in my Residence today.
আজি পুৱা ৯ বজাৰ পৰা এতিয়ালৈকে আমাৰ বাসগৃহত প্ৰায় ১০০ যোৰ হুঁচৰিৰ পদধূলা পৰে। সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।


account_circle
Mrinal Saikia(@Mrinal_MLA) 's Twitter Profile Photo

:-
চাহ বাগিচাত বসবাস কৰা উড়িয়া সম্প্ৰদায়ৰ লোক সকলৰ মাজত প্ৰচলিত 'শৰৎ পুজা' এক ব্যতিক্ৰমী প্ৰথা। ১৩ দিন উপবাসে থাকি নিশা নিজান স্থানত বৰতীয়া ভাত খাই কঠোৰ নিয়মৰ মাজত এই পুজা কৰে আৰু চ'ত মাহৰ শেষ দিনা ব্ৰত ভাঙে। তেনে এভাগ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাই ধন্য হ‌ওঁ।

account_circle
Mrinal Saikia(@Mrinal_MLA) 's Twitter Profile Photo

গৰু বিহুৰ বাবে সাজু হৈছে মোৰ কলিমাই....
সকলোলৈকে গৰু বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৷

গৰু বিহুৰ বাবে সাজু হৈছে মোৰ কলিমাই.... সকলোলৈকে গৰু বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৷ #bihu #Tradition
account_circle
Mrinal Saikia(@Mrinal_MLA) 's Twitter Profile Photo

:-
চাহ বাগিচাৰ এক পাৰম্পৰিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে স্থানীয় ৰাইজৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণ কৰোঁ।
Participating in a Tea garden Ritual and having a traditional meal tonight with the villagers.


#8pm :- #ritual চাহ বাগিচাৰ এক পাৰম্পৰিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে স্থানীয় ৰাইজৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণ কৰোঁ। Participating in a Tea garden Ritual and having a traditional meal tonight with the villagers. #JanSampark #TeaGarden #tradition
account_circle
Mrinal Saikia(@Mrinal_MLA) 's Twitter Profile Photo

Inaugurated “SRIRAM BHAWAN”,
H.O. Chinatolly Mandal BJP Assam Pradesh at Chinatolly today along with Dist.President
Sri Debapradip Bora.

Inaugurated “SRIRAM BHAWAN”, H.O. Chinatolly Mandal @BJP4Assam at Chinatolly today along with Dist.President Sri Debapradip Bora.
account_circle
Mrinal Saikia(@Mrinal_MLA) 's Twitter Profile Photo

:-
শালমৰা বাইপাছ ধনশিৰি নদীৰ দলঙৰ পাৰত স্থানীয় মহিলা সকলে প্ৰাকৃতিক ভাৱে হোৱা থলুৱা শাক পাচলি বিক্ৰী কৰে।
আজি সন্ধিয়া তেওঁলোকৰ পৰা দোৰোণ, ভেদাই লতা, মাটি কাণ্ডুৰি, কচু শাক আদি কিনাৰ লগতে তেওঁলোকৰ লগত অলপ মত বিনিময় কৰোঁ।


#8pm :- #organic শালমৰা বাইপাছ ধনশিৰি নদীৰ দলঙৰ পাৰত স্থানীয় মহিলা সকলে প্ৰাকৃতিক ভাৱে হোৱা থলুৱা শাক পাচলি বিক্ৰী কৰে। আজি সন্ধিয়া তেওঁলোকৰ পৰা দোৰোণ, ভেদাই লতা, মাটি কাণ্ডুৰি, কচু শাক আদি কিনাৰ লগতে তেওঁলোকৰ লগত অলপ মত বিনিময় কৰোঁ। #JanSampark #RuralMarket #Vegetables
account_circle
Mrinal Saikia(@Mrinal_MLA) 's Twitter Profile Photo

:-
Making of Assamese Pitha….
আজি সন্ধিয়া নিৰ্বাচনী প্ৰচাৰত ঘূৰি ফুৰোঁতে এঘৰত পিঠা পনা বনাই আগন্তুক বিহুৰ বাবে প্ৰস্তুতি চলাই থকা দেখি গৰম গৰম পিঠাৰ সোৱাদ ল‌ওঁ।


account_circle
Mrinal Saikia(@Mrinal_MLA) 's Twitter Profile Photo

:-
A traditional way of conveying duty schedules to tea garden labourers.
বাগানৰ শ্ৰমিক সকলক লাইন চকিদাৰে পাচদিনাখনৰ কাম বতাই দিয়াৰ এক পাৰম্পৰিক পদ্ধতি। আজি এখন বাগানত ঘূৰি ফুৰোঁতে কৰ্তব্যৰত তেনে এজন লাইন চকিদাৰক দেখি ভাল লাগিল।

account_circle
Mrinal Saikia(@Mrinal_MLA) 's Twitter Profile Photo

:- Taste of Chana in the evening is very special.
Ashok Urang sales it in Halmira TE. People joined me this evening to taste his Mixed Chana while I was on a line(colony) tour of the garden

#8pm :- Taste of Chana in the evening is very special. Ashok Urang sales it in Halmira TE. People joined me this evening to taste his Mixed Chana while I was on a line(colony) tour of the garden #JanSampark
account_circle
Mrinal Saikia(@Mrinal_MLA) 's Twitter Profile Photo

8pm :-
'বিশ্ব স্বাস্থ্য দিৱস'
সম্পূৰ্ণ জৈৱিক খাৱক,
স্বাস্থ্যসন্মত খাৱক।
Eat
Eat

8pm :- #WorldHealthDay 'বিশ্ব স্বাস্থ্য দিৱস' সম্পূৰ্ণ জৈৱিক খাৱক, স্বাস্থ্যসন্মত খাৱক। Eat #organic Eat #healthy
account_circle
Mrinal Saikia(@Mrinal_MLA) 's Twitter Profile Photo

:-
আহক সকলোৱে এই কিতাপখন পঢ়ি বিজ্ঞানৰ পৃথিৱীত ডুব যাওঁ।।
'You don't have to be a great musician to appreciate great music. Nor do you need to be a great scientist to appreciate the existing discoveries and intriguing mysteries of our universe'..

#8pm :- #BookIdentification আহক সকলোৱে এই কিতাপখন পঢ়ি বিজ্ঞানৰ পৃথিৱীত ডুব যাওঁ।। 'You don't have to be a great musician to appreciate great music. Nor do you need to be a great scientist to appreciate the existing discoveries and intriguing mysteries of our universe'..
account_circle
Mrinal Saikia(@Mrinal_MLA) 's Twitter Profile Photo

:-
আজিকালি গাঁৱে-গাঁৱে E-Rickshaw হ’ল ৷ আজি সন্ধ্যাৰ পৰা তেনেকুৱা এখনকে ভাড়া কৰি মোৰ নিজৰ পঞ্চায়তৰ গাঁও বিলাকত ঘৰে ঘৰে গৈ প্ৰচাৰ চলাইছোঁ ৷ সকলো কাৰ্যকৰ্তাক নিজ নিজ অঞ্চলতে প্ৰচাৰ কাৰ্য চলাবলৈ আহ্বান জনালোঁ ৷

BJP Assam Pradesh

account_circle